• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
November 19, 2022
in দৈনিক ৰাশিফল
1 min read
0
Daily Horoscope
Share on FacebookShare on Twitter

মেষঃ মেষ ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত কিছু শুভ। পৰিয়ালৰ আভ্যন্তৰীণ বুজাবুজিৰ অভাৱত মানসিক অশান্তি হ’ব পাৰে। প্রেম-প্রীতিত মধ্যমীয়া। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উন্নতিৰ যোগ। সাহিত্য-সংস্কৃতি, ক্রীড়াত জড়িতসকলৰ আৰ্থিক উন্নয়নত বাধা থাকিব। বাণিজ্য, আর্থিক আৰু কৰ্মক্ষেত্র শুভ কাৰক হ’ব। 

বৃষঃ বৃষ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ শুভ কাৰক। ঘৰুৱা অশাস্তিয়ে মানসিক অস্থিৰতা বঢ়াব পাৰে। প্রেম-প্রীতিত কিছু অশান্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত শুভ, কাৰক। শিল্পী, সাহিত্যিক, সমাজকর্মী আৰু সংবাদকৰ্মীৰ উন্নতি কাৰক। আর্থিকত অভাৱ থাকিব, কৰ্ম আৰু বাণিজ্যত কিছু উপার্জন বাঢ়িব। 

মিথুনঃ মিথুন ৰাশিৰ আজিৰ দিনটো শাৰীৰিক সুস্থতাৰ যোগ। মানসিক দিশত অলপ চিন্তা হ’ব। প্ৰেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষার্থীৰ অধ্যয়নৰ ক্ষেত্ৰত চিন্তা-ভাবনা বঢ়াৰ যোগ। ক্রীড়া, সাহিত্য-সংস্কৃতিৰে যুক্তসকলে কিছু কষ্ট ভুগিব। ৰাজনৈতিক, সমাজকৰ্মী আৰু সংবাদকৰ্মীৰ শুভ। কৰ্ম আৰু বাণিজ্যত কিছু শুভ কাৰক যদিও আর্থিক নাটনি হ’ব।

কৰ্কটঃ কৰ্কট ৰাশিৰ আজিৰ দিনটো শৰীৰৰ সুস্থতা থাকিব। মনৰ অশান্তি কিছু বাঢ়িব পাৰে। প্ৰেম-প্রীতি আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ মনৰ উৎসাহ-উদ্দীপনা বাঢ়িব। সাহিত্য সংস্কৃতি, ক্রীড়াত জড়িতসকলৰ আৰ্থিক নাটনিত অশান্তি হ’ব। ৰাজনীতি আৰু সমাজসেৱাত জড়িতসকলৰ ব্যস্ততা বাঢ়িব।

সিংহঃ সিংহ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত মিশ্রিত হ’ব। প্ৰেম-প্ৰীতি আৰু সাংসাৰিকত সুখ-শান্তি থাকিব। শিক্ষাৰ্থীৰ অধ্যয়নৰ ক্ষেত্ৰত উৎসাহিত হ’ব। ক্রীড়া, সাহিত্য, সংস্কৃতিত যুক্তসকলৰ পৰিশ্ৰম বৃদ্ধি কাৰক। সমাজকর্মী আৰু ৰাজনীতিকৰ কৰ্মত কিছু স্থবিৰতাৰ যোগ। 

কন্যাঃ কন্যা ৰাশিসকলৰ আজিৰ দিনটো শাৰীৰিক সুস্থতাৰ যোগ। মানসিক অশান্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ নতুনকৈ চিন্তা-ভাবনা বৃদ্ধি পাব। সাহিত্য, ক্রীড়া সংস্কৃতিৰে যুক্তসকলৰ নতুন উন্নতিমূলক কৰ্মত নিয়োজিত হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু দাম্পত্যত শুভ কাৰক। আর্থিকত অভাৱ থাকিব। বাণিজ্য আৰু কৰ্মক্ষেত্ৰত কিছু উন্নতি কাৰক।

তুলাঃ তুলা ৰাশিৰ আজিৰ দিনটো শাৰীৰিক শুভাশুভ মিশ্ৰিত কাৰক। মনৰ উৎসাহ বাঢ়িব। প্রেম-প্রীতি আৰু পাৰিবাৰিকত অশান্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ মানসিকতা সুদৃঢ় হোৱাৰ যোগ। শিল্পী, সাহিত্যিক, ক্রীড়াবিদ, সংবাদকর্মীৰ উন্নয়নৰ যোগ। আর্থিক নাটনি হ’ব যদিও বাণিজ্য আৰু কৰ্মত সামান্য উন্নতি কাৰক।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো শৰীৰৰ সুস্থতাৰ যোগ। পৰিয়ালত অশান্তি আৰু দুশ্চিন্তা হ’ব পাৰে। প্রেম-প্রীতিত চিন্তাৰ যোগ শিক্ষার্থীৰ মনৰ অসন্তুষ্টি থাকিব। শিল্পী-সাহিত্যিকৰ নতুনকৈ চিন্তা বৃদ্ধি পাব। ৰাজনীতি আৰু সমাজকৰ্মত যুক্তসকলৰো শুভ কাৰক। আর্থিক দিশত মধ্যমীয়া। বাণিজ্য আৰু কৰ্মক্ষেত্ৰত কিছু উন্নত হ’ব।

ধনুঃ ধনু ৰাশিৰ আজিৰ দিনটো শাৰীৰিক সুস্থতাৰ যোগ। আত্মীয়ৰ বাবে মানসিক অশান্তি হ’ব পাৰে। শিক্ষার্থীৰ উচ্চ শিক্ষা ক্ষেত্ৰত সফলতা লাভ। শিল্পী, সাহিত্যিক, খেলুৱৈৰ উন্নতি সাধন হ’ব। ৰাজনৈতিকৰ লাভৰ যোগ। বুদ্ধিজীবী, সমাজকর্মী অশান্তি হ’ব। কৰ্ম আৰু বাণিজ্যত কিছু শুভ হ’ব যদিও আর্থিক দিশত অশুভ। 

মকৰঃ মকৰ ৰাশিসকলৰ আজি শৰীৰত কিছু বিষজ ৰোগ হ’ব পাৰে। মানসিক প্ৰেম-প্রীতি আৰু পাৰিবাৰিকত সুখ-শান্তিৰ কাৰক। শিক্ষার্থী মনৰ উৎকণ্ঠা আৰু সন্দেহ বাঢ়িব। সাহিত্য-সংস্কৃতিত যুক্তসকলৰো সফলতাত যথেষ্ট বাধাই দেখা দিব। কর্মক্ষেত্র বাণিজ্য আৰু আর্থিক দিশত কিছু লাভৱান হ’ব।

কুম্ভঃ কুম্ভ ৰাশিসকলৰ আজিৰ দিনটোত শৰীৰৰ ভালে থাকিব। মানসিক প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ অধ্যয়ন ক্ষেত্ৰত দুশ্চিন্তা হ’ব। সাহিত্য- সংস্কৃতি, ক্রীড়াৰ লগত জড়িতসকলৰ উন্নতি কাৰক। আর্থিক ক্ষেত্ৰত চিন্তা বাঢ়িব কর্মক্ষেত্ৰ আৰু বাণিজ্যত অলপ লাভৱান হ’ব। 

মীনঃ মীন ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত শৰীৰ সুস্থ থাকিব। মনত কিছু অস্থিৰতা বৃদ্ধি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত কিছু শুভ কাৰক। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত সুযোগ লাভৰ যোগ। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ মনলৈ নতুন উদ্ভাবনীমূলক চিন্তা আহিব। ৰাজনৈতিক আৰু সমাজকৰ্মীৰ সফলতাৰ যোগ কৰ্ম আৰু বাণিজ্যত সামান্য লাভ হ’ব। 

Previous Post

ড০ হীৰেণ গোহাঁইলৈ ‘প্ৰজ্ঞা সাধক’ উপাধি

Next Post

ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 10, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 9, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 8, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 7, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 5, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 5, 2023
Next Post
গুৱাহাটী- ডিগবৈ অভিমুখী নৈশবাছ দুৰ্ঘটনাগ্ৰস্ত, আহত ১০ যাত্ৰী

ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত

বিধান সভাৰ চতুৰ্থ দিনটোত গৃহীত হ’ল গো-সুৰক্ষা সংশোধনী আইন

নৈশ বাছত ওলাল চোৰাং গো-ধন!

ৰাজ্যত পুনৰ ৫০ লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ

মহানগৰীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ! তিনি সৰবৰাহকাৰী আটক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8