• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
November 26, 2022
in দৈনিক ৰাশিফল
2 min read
0
Daily Horoscope
Share on FacebookShare on Twitter

মেষঃ মেষ ৰাশিৰ বাবে দিনটো শাৰীৰিক দিশত শুভ কাৰক হ’ব যদিও মনৰ কিছু অশান্তি থাকিব পাৰে। প্রেম-প্রীতি আৰু সাংসাৰিকত শুভ। শিক্ষার্থীৰ মনত প্রতিযােগিতাৰ মনােভাব বৃদ্ধি পাব। সাহিত্য, সংস্কৃতি, ক্রীড়াত জড়িতসকলৰ কিছু কর্মস্পৃহা বাঢ়িব। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত সাধাৰণ উন্নতিৰ কাৰক।

বৃষঃ বৃষ ৰাশিৰ বাবে দিনটো শৰীৰৰ অসুস্থতাৰ যােগ। মানসিক অস্থিৰতা বাঢ়িব পাৰে। প্রেম-প্রীতি আৰু ঘৰুৱা দিশত কিছু সুখ-শান্তি থাকিব। শিক্ষার্থীৰ শুভ কাৰক যদিও চিন্তাৰ যােগ। ক্রীড়া, সাহিত্য-সংস্কৃতিৰে যুক্ত লােকৰ উন্নতিৰ ক্ষেত্ৰত কিছু বাধা হ’ব। আর্থিক নাটনিৰ মাজতাে কর্ম আৰু বাণিজ্যত শুভ কাৰক।

মিথুনঃ মিথুন ৰাশিৰ বাবে দিনটো শৰীৰৰ শুভ কাৰক যদিও মনৰ অস্থিৰতা বৃদ্ধি হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষার্থীৰ অধ্যয়নস্পৃহা বৃদ্ধিৰ যােগ। সাহিত্য, সংস্কৃতি, সংবাদকর্মৰে যুক্তসকলৰ শুভ কাৰক যদিও মানসিক অশান্তি হ’ব পাৰে। ৰাজনৈতিক আৰু সমাজকৰ্মীৰ সফলতা লাভৰ যোগ। আর্থিকত অভাৱ হ’ব যদিও বাণিজ্য আৰু কৰ্মত কিছু শুভ কাৰক।

কর্কটঃ কর্কট ৰাশিৰ বাবে দিনটো শৰীৰৰ কষ্ট হব পাৰে। মানসিক ক্ষেত্রতো দুশ্চিন্তৰ যােগ। প্রেম-প্রীতি আৰু পৰিবাৰিক বুজাবুজিৰ অভাৱ থাকিব। শিক্ষার্থীৰ উৎসাহ বৃদ্ধিৰ যােগ। সাহিত্য-সংস্কৃতি, ক্রীড়াৰ সতে জড়িতসকলৰ কিছু লাভজনক হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ বিফলতাৰ কাৰক। বাণিজ্য আৰু কর্মক্ষেত্ৰত লাভৱান হব।

সিংহঃ সিংহ ৰাশিৰ বাবে দিনটো শৰীৰৰ অশান্তি নাইবা আঘাত পােৱাৰ যােগ। মানসিক চিন্তাও বৃদ্ধি হ’ব পাৰে।প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষার্থীৰ উচ্চ শিক্ষা মনঃসংযােগ বিচ্ছিন্ন হ’ব পাৰে। ক্রীড়া-সংস্কৃতিৰে, যুক্তসকলৰ দিনটো কিছু শুভকাৰক হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সুনাম লাভৰ যােগ।

কন্যাঃ কন্যা ৰাশিৰ বাবে দিনটো শাৰীৰিক শুভকাৰক হ’ব। মানসিক ক্ষেত্ৰত মধ্যমীয়া। প্রেম-প্রীতি আৰু পাৰিবাৰিকত শুভ কাৰক।শিক্ষার্থীৰ মনৰ অসন্তুষ্টি বাঢ়িব। সাহিত্য, ক্রীড়া, সংস্কৃতিৰে যুক্তসকলৰ উন্নতিমূলক কর্মত বাধা হ’ব। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত সামান্য লাভৰ যােগ।

তুলাঃ তুলা ৰাশিৰ বাৰে দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ কাৰক হ’ব। মনৰ হতাশা, দুশ্চিন্তা সামান্য আঁতৰিব। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষার্থী অধ্যয়নৰ ক্ষেত্ৰত খেলিমেলি হ’ব পাৰে।শিল্পী, ক্রীড়াবিদ আৰু সংবাদকর্মীৰ কিছু পৰিমাণে উন্নতিমূলক হ’ব। ৰাজনৈতিক ব্যক্তিৰ অশান্তি হ’ব পাৰে। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত কিছু লাভৱান হ’ব পাৰিব।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ বাবে দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ কাৰক যদিও স্নায়বিক ৰােগ হ’ব পাৰে। মানসিক অশান্তি হ’ব পাৰে। প্রেম আৰু পাৰিবাৰিকত অশান্তি হ’ব পাৰে। শিক্ষার্থীৰ শুভ কাৰক।শিল্পী, সাহিত্যিকৰ নতুন সৃষ্টিৰ প্ৰেৰণা বৃদ্ধি পাব। ৰাজনৈতিক লােকৰ অশান্তিৰ যােগ। আর্থিক ক্ষতিকাৰক। বাণিজ্য আৰু কর্মক্ষেত্ৰত মধ্যমীয়া।

ধনুঃ ধনু ৰাশিৰ লােকৰ বাবে দিনটো শৰীৰৰ কিছু অশান্তি বৃদ্ধি হ’ব পাৰে। মনৰ অৱস্থা একেই থাকিব। প্ৰেম আৰ সাংসাৰিকত শুভ। শিক্ষার্থীসকলৰ উচ্চ শিক্ষাত অশান্তি হ’ব পাৰে। শিল্পী, খেলুৱৈ আৰু সমাজকৰ্মীৰ সফলতা লাভৰ যােগ যদিও অশান্তিও হ’ব। ৰাজনৈতিক লােকৰ কর্মোদ্যম বৃদ্ধিৰ যােগ। আর্থিকত নাটনি হব যদিও বাণিজ্যিক আৰু কর্মক্ষেত্ৰত কিছু লাভৰ যােগ।

মকৰঃ মকৰ ৰাশিৰ বাবে দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ কাৰক হ’ব। মনৰ অশান্তি হ’ব পাৰে। পাৰিবাৰিক আৰু প্রেম-প্রীতিত শুভকাৰক শিক্ষার্থীৰ মধ্যমীয়া। সাহিত্য, সংস্কৃতিৰ স’তে যুক্তসকলে সফলতা কিছু পাব যদিও মনৰ অসন্তুষ্টি থাকিব। সমাজকর্মী আৰু ৰাজনীতিকৰ কৰ্মত কিছু খেলিমেলি। কর্মক্ষেত্র, বাণিজ্য আৰু আর্থিক দিশত শুভ।

কুম্ভঃ ৰাশিৰ বাবে দিনটো শাৰীৰিক শুভ কাৰক। মনৰ অশান্তি হব পাৰে। প্রেম প্রীতি আৰু পাৰিবাৰিকত শুভ। শিক্ষার্থীৰ মনৰ অসন্তুষ্টি থাকিব। সাহিত্য, সংস্কৃতি, ক্রীড়াৰ লগত জড়িতসকলৰ নতুন চিন্তা- চর্চা অব্যাহত থাকিব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ ৰােগৰ ভয় হব। কর্মক্ষেত্র, আর্থিক আৰু বাণিজ্যিক দিশত কিছু লাভৱান হব।

মীনঃ মীন ৰাশিৰ দিনটো শাৰীৰিক অশান্তি হ’ব পাৰে। মানসিক অশান্তিৰ কাৰক। প্রেম-প্রীতি আৰু সাংসাৰিক দিশত শুভ৷ শিক্ষার্থীৰ অধ্যয়নৰ ক্ষেত্ৰত কিছু অশান্তি কাৰক। সাহিত্য, সংস্কৃতি, ক্রীড়াৰে যুক্ত লোকে মানসিক অস্থিৰতা বৃদ্ধিৰ যােগ। ৰাজনীতিক আৰু সমাজকৰ্মীয়ে অশান্তি পাব পাৰে। বাণিজ্য, কর্ম আৰু আৰ্থিকত কষ্টৰ মাজতো লাভৰ যােগ।

Previous Post

কামৰূপৰ বকোত জব্দ বৃহৎ পৰিমানৰ গাঞ্জা, গ্ৰেপ্তাৰ এজন

Next Post

পুনৰ বিতৰ্কত ৰাহুল গান্ধী, ভাৰত জোড়ো যাত্ৰাত ‘পাকিস্তান জিন্দাবাদ’ ধ্বনী!

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

October 3, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাাশিফল

October 2, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

October 1, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 30, 2023
এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 29, 2023
এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 28, 2023
Next Post
পুনৰ বিতৰ্কত ৰাহুল গান্ধী, ভাৰত জোড়ো যাত্ৰাত ‘পাকিস্তান জিন্দাবাদ’ ধ্বনী!

পুনৰ বিতৰ্কত ৰাহুল গান্ধী, ভাৰত জোড়ো যাত্ৰাত 'পাকিস্তান জিন্দাবাদ' ধ্বনী!

সমকামী বিবাহক আইনী স্বীকৃতি দিয়া-নিদিয়া সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ!

সমকামী বিবাহক আইনী স্বীকৃতি দিয়া-নিদিয়া সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ!

ৰঞ্জিত বৰাৰ হত্যাৰ অভিযোগত এজনক আটক!

ৰঞ্জিত বৰাৰ হত্যাৰ অভিযোগত এজনক আটক!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8