• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
December 1, 2022
in দৈনিক ৰাশিফল
1 min read
0
Daily Horoscope
Share on FacebookShare on Twitter

মেষঃ মেষ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত মিশ্রিত ফল লাভৰ যোগ। মানসিক অশান্তি থাকিলেও প্রেম-প্রীতিত শুভ। শিক্ষার্থীয়ে অধ্যয়নৰ ক্ষেত্ৰত বিশেষ দক্ষতা লাভ কৰিব। শিল্পী, সাহিত্যিক, ক্রীড়াবিদৰ মনৰ উৎসাহ বৃদ্ধিৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰ অলপ উন্নতি হ’ব পাৰে। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

বৃষঃ বৃষ ৰাশিৰ আজি পুৱা ৮ বজাৰ পৰা শাৰীৰিক ক্ষেত্রত শুভ কাৰক হ’ব। মনত অশান্তি হ’ব পাৰে। প্রেম-প্রীতি আৰু সাংসাৰিকত শুভ কাৰক। শিক্ষার্থীয়ে নতুন পৰিকল্পনা মতে সু সিদ্ধান্ত ল’ব পাৰিব। শিল্পী, সাহিত্যিক, সমাজকর্মী আৰু সংবাদকর্মীৰ কিছু উন্নতি কাৰক। আর্থিক, কৰ্ম আৰু বাণিজ্যত লাভজনক হ’ব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

মিথুনঃ মিথুন ৰাশিৰ আজিৰ দিনটোত শাৰীৰিক ক্ষেত্ৰত সু-স্বাস্থ্যৰ কাৰক। মানসিক ক্ষেত্ৰতো শুভ। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত সুখ-শান্তি থাকিব। শিক্ষা, সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰো শুভ কাৰক হ’ব৷ ৰাজনীতিক, সমাজকর্মী আৰু সংবাদকর্মীৰ আশা কৰা মতে উন্নতি। কর্ম, বাণিজ্য আৰু আর্থিকত কিছু উন্নতি কাৰক। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

কৰ্কটঃ কৰ্কট ৰাশিৰ আজিৰ দিনটো শাৰীৰৰ অশান্তিৰ কাৰক হ’ব পাৰে যদিও মনৰ উৎসাহ থাকিব। প্রেম-প্রীতি আৰু পাৰিবাৰিকত অযথা অশান্তিৰ যোগ। শিক্ষাৰ্থীৰ নতুন কর্ম পৰিকল্পনাত সফলতা লাভ। সাহিত্য, সংস্কৃতি, ক্রীড়াত জড়িতসকলৰ হতাশাৰ মাজতো কিছু সফলতাৰ যোগ। ৰাজনীতি আৰু সমাজসেৱাত জড়িত লোকৰ অস্থিৰতা বাঢ়িব। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু শুভ কাৰক। সংখ্যাতত্ত্বৰ মতে অশুভ কাৰক।

সিংহঃ সিংহ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অলপ অশান্তিৰ কাৰক। মানসিক ক্ষেত্ৰত শুভ। প্ৰেম আৰু পাৰিবাৰিক দিশতো শুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ যোগাযোগত শুভ। ক্রীড়া, সাহিত্য, সংস্কৃতিত যুক্তসকলৰ আৰ্থিক অৱস্থা অশুভ কাৰক হ’ব। সমাজকর্মী আৰু ৰাজনীতিকৰ নতুন ব্যস্ততাৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত অলপ শুভ কাৰক। সংখ্যাতত্ত্বৰ মতে অশুভ কাৰক।

কন্যাঃ কন্যা ৰাশিৰ আজিৰ দিনটো শৰীৰ সুস্থ থাকিব। মনৰ অশান্তি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ মানসিক উৎসাহ বৃদ্ধি পাব। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ অশান্তিৰ মাজতো নতুন কৰ্মৰ সন্ধান পাব। আর্থিক, বাণিজ্য আৰু কৰ্মত সামান্য শুভ কাৰক হ’ব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

তুলাঃ তুলা ৰাশিৰ আজিৰ দিনটো শাৰীৰিক দিশত শুভ কাৰক হ’ব। চিন্তা-ভাবনা হ্রাস পাব পাৰে। প্ৰেম আৰু পাৰিবাৰিক সুখ শান্তিত বাধা থাকিব। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত তৎপৰতা বাঢ়িব। শিল্পী, সাহিত্যিক, ক্রীড়াবিদ আৰু সংবাদকর্মীৰ মনৰ শান্তি বিঘ্নিত হ’ব পাৰে। আৰ্থিক, বাণিজ্য আৰু কৰ্মত সামান্য শুভ কাৰক। সংখ্যাতত্ত্বৰ মতে মধ্যমীয়া কাৰক।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অসুস্থতাৰ যোগ। মানসিক দৃঢ়তা বাঢ়িব পাৰে। প্রেম-প্রীতি আৰু সাংসাৰিক ক্ষেত্ৰত সুখ শান্তি থাকিব। শিল্পী, সাহিত্যিকৰ মানসিক চিন্তা বৃদ্ধি পাব যদিও উন্নতিৰ আশা দেখিব। ৰাজনীতি আৰু সমাজকৰ্মত জড়িতসকলৰ অস্থিৰতাৰ যোগ। আর্থিক ব্যৱসায় আৰু কর্মক্ষেত্ৰত অলপ শুভ। সংখ্যাতত্ত্বৰ মতে অশান্তি কাৰক।

ধনুঃ ধনু ৰাশিৰ আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত যথেষ্ট শুভ কাৰক। মানসিক অস্থিৰতা হ’ব পাৰে। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ উৎসাহ-উদ্দীপনা বৃদ্ধিৰ যোগ। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ মনত দুশ্চিন্তা আৰু অশান্তি বৃদ্ধি পাব। ৰাজনীতিক, বুদ্ধিজীৱী, সমাজকৰ্মীৰ লাভদায়ক। কর্ম, বাণিজ্য আৰু আৰ্থিকত কিছু সুফল পাব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

মকৰঃ মকৰ ৰাশিৰ আজিৰ দিনটোত শৰীৰৰ ৰোগ-ৰিষ্টৰ উপশম হোৱাৰ যোগ। মনৰ কিছু অশান্তি থাকিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া হ’ব। শিক্ষাৰ্থীৰ মনৰ দৃঢ়তা বাঢ়িব। সাহিত্য, সংস্কৃতিত যুক্তসকলৰ অশান্তি আৰু সফলতাত বাধা হ’ব পাৰে। কর্মক্ষেত্র, বাণিজ্য আৰু আর্থিক দিশত সামান্য লাভ বাঢ়িব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

কুম্ভঃ কুম্ভ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অশান্তি কাৰক হ’ব। মনৰো অশান্তি থাকিব। প্রেম-প্রীতি আৰু পাৰিবাৰিকত শুভ। শিক্ষাৰ্থীৰ উচ্চ আকাংক্ষাই কিছু অশান্তি দিব। সাহিত্য, সংস্কৃতি, ক্ৰীড়াৰ লগত জড়িতসকলৰো উন্নতি কাৰক। কর্মক্ষেত্র, বাণিজ্য আৰু আর্থিকত অলপ সকাহ পাব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

মীনঃ মীন ৰাশিৰ আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত অসুস্থতাৰ যোগ। পৰিয়ালৰ আভ্যন্তৰীণ খেলিমেলিয়ে মনৰো দুশ্চিন্তা বঢ়াব পাৰে। শিক্ষার্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত কিছু খেলিমেলি থাকিব। সাহিত্যিক, শিল্পী, খেলুৱৈৰ শুভ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতাৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু শুভ কাৰক হ’ব। সংখ্যাতত্ত্বৰ মতে অশুভ কাৰক।

Previous Post

NCC ৰ উত্তৰ পূবৰ মুৰব্বী হিচাপে মেজৰ জেনেৰেল গগন দ্বীপৰ কাৰ্যভাৰ গ্ৰহণ

Next Post

জে বি কলেজৰ ৰেগিং কাণ্ড: ১২ গৰাকী ছাত্ৰৰ বিৰুদ্ধে এজাহাৰ কলেজ কৰ্তৃপক্ষৰ!

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাাশিফল

October 2, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

October 1, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 30, 2023
এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 29, 2023
এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 28, 2023
এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 27, 2023
Next Post
জে বি কলেজৰ ৰেগিং কাণ্ড: ১২ গৰাকী ছাত্ৰৰ বিৰুদ্ধে এজাহাৰ কলেজ কৰ্তৃপক্ষৰ!

জে বি কলেজৰ ৰেগিং কাণ্ড: ১২ গৰাকী ছাত্ৰৰ বিৰুদ্ধে এজাহাৰ কলেজ কৰ্তৃপক্ষৰ!

আজি চুকাফা দিৱস তথা অসম দিৱস

আজি চুকাফা দিৱস তথা অসম দিৱস

শিক্ষা আৰু শক্তি বিভাগৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

শিক্ষা আৰু শক্তি বিভাগৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8