• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
December 3, 2022
in দৈনিক ৰাশিফল
2 min read
0
Daily Horoscope
Share on FacebookShare on Twitter

মেষঃ মেষ ৰাশিৰ আজি সন্ধিয়ালৈ দেহৰ অসুস্থতা আৰু মানসিক অশান্তি একেই থাকিব যদিও সন্ধিয়াৰ পৰা কিছু উন্নত হ’ব। প্ৰেম-পাৰিবাৰিক দিশত দিনটো অশান্তি থাকিব। শিক্ষাৰ্থী, শিল্পীৰ আশান্তি আৰু উন্নতিৰ ক্ষেত্ৰৰ দুশ্চিন্তা বাঢ়িব। ৰাজনীতিক আৰু সমাজকৰ্মীয়ে নতুন উৎসাহেৰে কৰ্মত লাগিব। আৰ্থিক, বাণিজ্য আৰু কৰ্মত কষ্টৰ মাজতে কিছু লাভৱান হ’ব।

বৃষঃ বৃষ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ শুভ কাৰক যদিও সন্ধিয়াৰ পৰা কিছু অশান্তি হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰিক দিশত অশান্তি বাঢ়িব। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উৎকণ্ঠা বাঢ়িব। সাহিত্যিক, শিল্পী, খেলুৱৈৰ কৰ্মৰ প্ৰতি অনীহা আহিব পাৰে। ৰাজনীতিক আৰু সমাজকৰ্মীৰ কৰ্ম তৎপৰতা বৃদ্ধি হ’ব। আৰ্থিক, বাণিজ্য আৰু কৰ্মত কিছু শুভ কাৰক।

মিথুনঃ মিথুন ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অসুস্থতা থাকিব যদিও সন্ধিয়াৰ পৰা অলপ শুভ কাৰক হ’ব। মনলৈ দুশ্চিন্তা আহিব। প্ৰেম আৰু পাৰিবাৰিকত যথেষ্ট শুভ কাৰক। বিদ্যাৰ্থীৰ আনন্দ-উৎসাহত বাধা আহিব পাৰে। শিল্পী, খেলুৱৈ, সাহিত্যিকৰ দুশ্চিন্তা আৰু অস্থিৰতাৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰো অশান্তি বাঢ়িব পাৰে। আৰ্থিক, বাণিজ্য আৰু কৰ্মত লাভৱান হ’ব।

কৰ্কটঃ কৰ্কট ৰাশিৰ আজি সন্ধিয়াৰ পৰা শাৰীৰিক ক্ষেত্ৰত কষ্টদায়ক হ’ব। মনৰো দুৰ্ভাৱনা আৰু অশান্তি হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰিকত অলপ অশান্তি হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰিকত অলপ অশান্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ মানসিক অশান্তি বৃদ্ধি হ’ব পাৰে। শিল্পী, সাহিত্যিকৰো দুশ্চিন্তা আৰু অশান্তি কাৰক। ৰাজনীতিক আৰু সমাজকৰ্মীৰ লাভৱান হোৱাৰ যোগ। আৰ্থিক, বাণিজ্য আৰু কৰ্মত কষ্টৰে লাভৱান হ’ব।

সিংহঃ সিংহ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক অসুস্থতাৰ যোগ। সন্ধিয়াৰ পৰা কিছু সকাহ পাব পাৰে।পৰিয়ালকেন্দ্ৰিক মনৰ অশান্তি বৃদ্ধি পাব পাৰে। প্ৰেম-প্ৰীতিত মধ্যমীয়া। শিক্ষাৰ্থীয়ে নিজক ভৱিষ্যতৰ ক্ষেত্ৰত অনিশ্চয়তাত ভূগিব পাৰে। শিল্পী, সাহিত্য, ক্ৰীড়া, সংবাদসেৱাত যুক্তসকলৰ কিছু উন্নতি কাৰক হ’ব। সমাজসেৱা আৰু ৰাজনীতিত জড়িতসকলৰ কৰ্মৰ অস্থিৰতা থাকিব।

কন্যাঃ কন্যা ৰাশিৰ আজিৰ দিনটো শাৰীৰিক দিশত কিছু অশুভ কাৰক যদিও সন্ধিয়াৰ পৰা শুভ কাৰক হ’ব। মনৰো অশান্তি কিছু হ্ৰাস পাব। পাৰিবাৰিক আৰু প্ৰেম-প্ৰীতিত মধ্যমীয়া হ’ব। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু খেলিমেলি হ’ব পাৰে। শিল্পী, সাহিত্যিক আৰু সংবাদকৰ্মীৰ নতুনকৈ কৰ্মত উৎসাহ বৃদ্ধিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ চিন্তা বৃদ্ধিৰ কাৰক। আৰ্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত সফল হ’ব।

তুলাঃ তুলা ৰাশিৰ আজিৰ দিনটো শৰীৰৰ ৰোগ, অশান্তি কাৰক। সন্ধিয়াৰ পৰা অশান্তি আৰু মনৰো যথেষ্ট দুশ্চিন্তা হ’ব পাৰে। প্ৰেম-প্ৰীতি, সাংসৰিক ক্ষেত্ৰত মধ্যমীয়া ফল পাব। শিক্ষাৰ্থীৰ উৎসাহ হ্ৰাস পাব পাৰে। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ নতুন উৎসাহ বৃদ্ধিৰ যোগ। ৰাজনীতিক আৰু সমাজসেৱীৰ লাভৰ যোগ।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজিৰ দিনটো শাৰীৰিক সুস্থতাৰ যোগ যদিও সন্ধিয়াৰ পৰা অলপ অশান্তি হ’ব পাৰে। মানসিক দিশতো অশান্তি থাকিব। প্ৰেম-প্ৰীতি, সাংসৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত তৎপৰতা বৃদ্ধি পাব। সাহিত্যিক, শিল্পী, খেলুৱৈৰ নতুন কৰ্মত উৎসাহ বৃদ্ধি পাব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতিৰ যোগ। আৰ্থিক আৰু কৰ্মক্ষেত্ৰত কিছু উন্নতি হ’ব।

ধনুঃ ধনু ৰাশিৰ আজিৰ দিনটো শাৰীৰিক অসুস্থতাৰ কাৰক যদিও সন্ধিয়াৰ পৰা শুভ হ’ব। মানসিক দিশত কিছু হতাশা আহিব। প্ৰেম-পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাত কিছু বাধাৰ সৃষ্টি হ’ব পাৰে। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ উৎসাহ বৃদ্ধিৰ যোগ। ৰাজনীতিক, সমাজকৰ্মীৰ চিন্তা সত্ত্বেও লাভৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত শুভ কাৰক হ’ব।

মকৰঃ মকৰ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ সুস্থতাৰ যোগ যদিও সন্ধিয়াৰ পৰা জলজ ৰোগে আমনি দিব পাৰে। প্ৰেম-পাৰিবাৰিকত মধ্যমীয়া কাৰক। শিক্ষাৰ্থীৰ মনৰ উৎসাহ বাঢ়িব পাৰে। সাহিত্যিক, ক্ৰীড়াবিদ আৰু শিল্পীৰ মানসিক অশান্তি হ’লেও উন্নতিমূলক যোগ। আৰ্থিক, ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত লাভৰ যোগ।

কুম্ভঃ কুম্ভ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ হ’ব।  প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত দিনটো শুভাশুভ মিশ্ৰিত ফল পাব। শিক্ষাৰ্থীৰ মানসিক অস্থিৰতা বাঢ়িব। সাহিত্যিক , শিল্পী, খেলুৱৈয়ে উন্নতিমূলক কৰ্মত ব্যস্ত হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ হতাশাৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত সামান্য উন্নতি হ’ব।

মীনঃ মীন ৰাশিৰ আজিৰ দিনটোত কিছু শাৰীৰিক অসুস্থতা থাকিলেও সন্ধিয়াৰ পৰা সুস্থতাৰ যোগ। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভা শুভ মিশ্ৰিত কাৰক হ’ব। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু মানসিক অশান্তি হ’ব পাৰে। সাহিত্যিক, শিল্পী, ক্ৰীড়াবিদসকলৰ কৰ্মত উৎসাহ বাঢ়িব। কৰ্ম আৰু আৰ্থিক দিশত কিছু উন্নতিদায়ক হ’ব।

Previous Post

পাইপ বহুওৱাৰ নামত বিভিন্ন চৰকাৰী – বেচৰকাৰী সংস্থাই ধ্বংস কৰিছে গুৱাহাটীৰ কেইবাটাও ৰাজপথ!

Next Post

আজমলৰ বিতৰ্কিত মন্তব্যক তীব্ৰ গৰিহণা কমলাকান্ত মুছাহাৰীৰ

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 27, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 26, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 24, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 24, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 23, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 21, 2023
Next Post
আজমলৰ বিতৰ্কিত মন্তব্যক তীব্ৰ গৰিহণা কমলাকান্ত মুছাহাৰীৰ

আজমলৰ বিতৰ্কিত মন্তব্যক তীব্ৰ গৰিহণা কমলাকান্ত মুছাহাৰীৰ

গুৱাহাটী- ডিগবৈ অভিমুখী নৈশবাছ দুৰ্ঘটনাগ্ৰস্ত, আহত ১০ যাত্ৰী

গোৱালপাৰাৰ শালপাৰাত ভয়াৱহ দুৰ্ঘটনা

নিবনুৱালৈ সুখবৰঃ জানুৱাৰিত পুনৰ ওলাব ১০ হাজাৰ চাকৰি

নিবনুৱালৈ সুখবৰঃ জানুৱাৰিত পুনৰ ওলাব ১০ হাজাৰ চাকৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8