• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
December 4, 2022
in দৈনিক ৰাশিফল
1 min read
0
Daily Horoscope
Share on FacebookShare on Twitter

মেষঃ মেষ ৰাশিসকলৰ আজিৰ দিনটোত শৰীৰ আৰু মনৰ কিছু অশান্তি হ’ব পাৰে। প্রেম প্রীতি আৰু পাৰিবাৰিকত অশান্তি কাৰক। শিক্ষার্থীয়ে উচ্চ শিক্ষাৰ ক্ষেত্ৰত অশান্তিত ভুগিব। সাহিত্যিক, শিল্পীৰ মানসিক চিন্তা, অস্থিৰতা বাঢ়িব। ৰাজনৈতিক আৰু সামাজিক দিশত জড়িত ব্যক্তি উত্তেজিত হ’ব পাৰে। কৰ্ম, বাণিজ্য আৰু আর্থিক দিশত মধ্যমীয়া হ’ব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

বৃষঃ বৃষ ৰাশিৰ বাবে আজিৰ দিনটো শাৰিৰীক ক্ষেত্রত শুভাশুভ মিশ্রিত কাৰক। মানসিক উৎসাহ বৃদ্ধিৰ যোগ। প্রেম প্ৰীতি পাৰিবাৰিক দিশত অশান্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ মনৰ অসন্তুষ্টি। উচ্চ বিদ্যাৰ ক্ষেত্ৰত বাধা হ’ব পাৰে। সাহিত্যিক, শিল্পীৰ মনৰ উৎসাহ বাঢ়িব। কর্ম, আর্থিক আৰু ব্যৱসায়ত সামান্য লাভবান হ’ব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

মিথুনঃ মিথুন ৰাশিৰ আজি শাৰীৰিক সুস্থতাৰ যোগ। মানসিক, প্রেম আৰু সাংসাৰিকত শুভ। বিদ্যার্থীয়ে প্রতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাব। শিল্পী-সাহিত্যিক, খেলুৱৈৰ ভ্ৰমণত শুভ কাৰক। ৰাজনীতিক, সংবাদকর্মী আৰু সমাজকৰ্মীৰ লাভৰ যোগ। আৰ্থিকত ঋণগ্রস্ত হ’ব পাৰে, বাণিজ্য আৰু কৰ্মত কিছু লাভজনক হ’ব। সংখ্যাতত্ত্বৰ মতে অশান্তি হ’ব।

কৰ্কটঃ কৰ্কট ৰাশিৰ আজি শৰীৰ দুৰ্বল আৰু অসুস্থ হ’ব পাৰে। মনৰো অশান্তি থাকিব। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত অশান্তি বাঢ়িব পাৰে। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ যোগাযোগত বাধা হ’ব পাৰে। সাহিত্য, সংস্কৃতিত যুক্তসকলৰ শুভ কাৰক। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতা লাভ। কর্মক্ষেত্র, বাণিজ্য আৰু আৰ্থিক দিশত কিছু উন্নতি হ’ব পাৰে। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

সিংহঃ সিংহ ৰাশিৰ আজি শৰীৰ সম্পূৰ্ণ সুস্থ নহ’ব। মানসিক চিন্তা আৰু হতাশা বৃদ্ধি পাব। পাৰিবাৰিক আৰু প্ৰেম-প্রীতিত শুভ। শিক্ষাৰ্থীৰ মনৰ অসন্তুষ্টি বৃদ্ধি হ’ব পাৰে। সাহিত্যিক, শিল্পীৰ অশান্তিৰ মাজতে উন্নতিৰ যোগ। ৰাজনীতিক আৰু সমাজকর্মীয়ে নতুন কর্মত আগবাঢ়িব। আর্থিক নাটনি হ’লেও কৰ্ম আৰু বাণিজ্যত লাভৰ কাৰক। সংখ্যাতত্ত্বৰ মতে মধ্যমীয়া কাৰক।

কন্যাঃ কন্যা ৰাশিৰ দিনটো শৰীৰৰ সুস্থতাৰ যোগ যদিও মনৰ অশান্তি হ’ব। আৰু সাংসাৰিক ক্ষেত্ৰত শুভ। অযথা চিন্তা বাঢ়িব। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ ব্যস্ততাৰ মাজতো অশান্তি হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতা লাভ। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত পৰিশ্ৰম বৃদ্ধি হ’ব। সংখ্যাতত্ত্বৰ মতে অশান্তি হ’ব।

তুলাঃ তুলা ৰাশিসকলৰ আজিৰ দিনটোত শৰীৰ কিছু অসুস্থ হ’ব পাৰে। মানসিক চিন্তা বৃদ্ধি হ’ব পাৰে। প্ৰেম আৰু সাংসাৰিক ক্ষেত্ৰত শুভাশুভ মধ্যমীয়া হ’ব। বিদ্যাৰ্থীৰ মনোবল বৃদ্ধি পাব। সাহিত্য, ক্রীড়া সংস্কৃতি আৰু সমাজসেৱাৰ লগত যুক্তসকলৰ কৰ্মত বাধা হ’ব। সংখ্যাতত্ত্বৰ মতে মধ্যমীয়া হ’ব৷

বৃৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজি শৰীৰ সুস্থ থাকিব পাৰিবাৰিক অশান্তিত ভুগিব পাৰে। প্রেম-প্রীতিত বিষাদ যোগ। শিক্ষাৰ্থীৰ অধ্যয়নৰ প্রতি ধাউতি বাঢ়িব। সাহিত্য-সংস্কৃতি আৰু সমাজ কৰ্মৰ লগত জড়িতসকলৰ বৌদ্ধিক বিকাশত বাধাৰ যোগ। ৰাজনীতিক আৰু সংবাদকর্মীৰ উন্নতিৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মত লাভবান হ’ব। সংখ্যাতত্ত্বৰ মতে শুভ।

ধনুঃ ধনু ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত শৰীৰৰ সুস্থতাৰ যোগ। প্রেম-প্রীতি, পাৰিবাৰিক দিশত সুখ-শান্তি লাভ। বিদ্যাৰ্থীৰ উৎসাহ হ্রাস পাব। সাহিত্য, সংস্কৃতিত জড়িত লোকৰ সুনাম লাভৰ যোগ। ৰাজনৈতিক ব্যক্তি আৰু সমাজকৰ্মীৰ সফলতাৰ যোগ। আর্থিকত অভাৱ হ’লেও বাণিজ্য আৰু কর্মক্ষেত্ৰত লাভৱান হ’ব। সংখ্যাতত্ত্বৰ মতে শান্তি কাৰক।

মকৰঃ মকৰ ৰাশিসকলৰ আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত সুস্থ যদিও মাজতে অলপ বিষ হ’ব পাৰে। পাৰিবাৰিক আৰু প্ৰেমত অশান্তি হ’ব পাৰে। শিক্ষার্থীৰ সফলতাৰ যোগ। সাহিত্য, সংস্কৃতিত জড়িতসকলৰ কিছু লাভজনক হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ ব্যস্ততা বাঢ়িব। কর্ম, বাণিজ্য আৰু আৰ্থিকত কিছু উন্নতি হ’ব। সংখ্যাতত্ত্বৰ মতে অশুভ কাৰক।

কুম্ভঃ কুম্ভ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত শৰীৰ সুস্থ থাকিব। মানসিক শান্তি থাকিব। প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। বিদ্যাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত অস্থিৰতাৰ যোগ। সাহিত্য, সংস্কৃতিৰে জড়িতসকলৰ কৰ্মত উন্নতিৰ যোগ। ৰাজনীতিকৰ কষ্টৰ যোগ। সমাজকর্মী আৰু সংবাদকর্মীৰ লাভৰ যোগ। কর্মক্ষেত্ৰ আৰু আৰ্থিকত শুভ কাৰক হ’ব। সংখ্যাতত্ত্বৰ মতে অশুভা।

মীনঃ মীন ৰাশিসকলৰ আজিৰ দিনটোত শাৰীৰিক ক্ষেত্ৰত কিছু অসুস্থতাৰ যোগ। মনলৈ হতাশা আহিব পাৰে। প্ৰেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষা লাভৰ কিছু অশান্তি থাকিব। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ উৎসাহ বৃদ্ধিৰ যোগ। ৰাজনৈতিক ব্যক্তিৰ কষ্টৰ মাজতো সফলতাৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিক দিশত সামান্য লাভৱান হ’ব। সংখ্যাতত্ত্বৰ মতে উৎকৃষ্ট দিন।

Previous Post

মহিলা শিপিনীক সৱলীকৰণৰ লক্ষ্যৰে বোৱা – কটা সমবায় সমিতিক চাৰি কোটি টকাৰ অনুদান

Next Post

হিজাব পৰিধান নকৰাৰ বাবেই গৃহ উচ্ছেদ খেলুৱৈৰ!

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাাশিফল

October 2, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

October 1, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 30, 2023
এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 29, 2023
এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 28, 2023
এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 27, 2023
Next Post
হিজাব পৰিধান নকৰাৰ বাবেই গৃহ উচ্ছেদ খেলুৱৈৰ!

হিজাব পৰিধান নকৰাৰ বাবেই গৃহ উচ্ছেদ খেলুৱৈৰ!

প্ৰথমবাৰৰ বাবে ভাৰতীয় নৌসেনাত নিযুক্তি দিয়া হ’ব মহিলাক

প্ৰথমবাৰৰ বাবে ভাৰতীয় নৌসেনাত নিযুক্তি দিয়া হ'ব মহিলাক

ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীৰ আত্মসমৰ্পণ!

ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীৰ আত্মসমৰ্পণ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8