• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
July 13, 2022
in দৈনিক ৰাশিফল
1 min read
0
Daily Horoscope
Share on FacebookShare on Twitter

মেষঃ মেষ ৰাশিৰ বাবে দিনটো শাৰীৰিক, মানসিক উভয় ক্ষেত্ৰতে অশুভ কাৰক হ’ব। প্ৰেম আৰু পাৰিবাৰিকত সুখ-শান্তিৰ কাৰক। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত উৎসাহ বৃদ্ধি হ’ব। সাহিত্য-সংস্কৃতিৰে যুক্তসকলৰ হতাশাৰ মাজতো কিছু উন্নত যোগাযোগ হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ অস্থিৰতাৰ কাৰক। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত অলপ লাভৱান হ’ব।

বৃষঃ বৃষ ৰাশিৰ বাবে দিনটো শাৰীৰিক অসুস্থতাৰ মাজতো বিশেষ উন্নতিমূলক হ’ব। মনৰ অসন্তুষ্টি থাকিব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উৎকণ্ঠা বাঢ়িব। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ পেছাদাৰী দিশটো টনকিয়াল হ’ব। কৰ্ম, আৰ্থিক আৰু বাণিজ্যত লাভৱান হ’ব।

মিথুনঃ মিথুন ৰাশিৰ বাবে দিনটো শাৰীৰিক ক্ষেত্ৰত কিছু অশান্তি হ’ব। মানসিক সুখ-শান্তি বিঘ্নিত হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু সাংসৰিকত খেলিমেলি থাকিব। শিক্ষাৰ্থীৰ মনৰ অশান্তি হ’লেও সফলতাৰ যোগ। শিল্পী, সাহিত্যিক, সংবাদ কৰ্মীৰ কিছু উন্নতি হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ অশান্তি হ’ব পাৰে।ষ আৰ্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভ হ’ব

কৰ্কটঃ কৰ্কট ৰাশিৰ বাবে দিনটো শাৰীৰিক ক্ষেত্ৰত অসুস্থতাৰ যোগ। মনৰো আনন্দ-উৎসাহ থাকিব। পৰিয়ালৰ মাজত সামান্য অশান্তি হ’ব পাৰে। প্ৰেম-প্ৰীতিত অবিশ্বাস বাঢ়িব। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ উন্নতিমূলক কৰ্মত ব্যস্ত হ’ব। সাহিত্য-সংস্কৃতিত যুক্তসকলৰ সফলতা লাভৰ যোগ দেখা যায়। ৰাজনীতিকৰ বিশ্বাস ভংগৰ যোগ। আৰ্থিক, কৰ্মক্ষেত্ৰ আৰু বাণিজ্যত কিছু লাভৰ যোগ।

সিংহঃ সিংহ ৰাশিৰ বাবে দিনটো শাৰীৰিক দিশত কিছু শুভ কাৰক হ’ব। মানসিক চিন্তা আৰু অশান্তিৰ যোগ। প্ৰেম আৰু সাংসৰিক ক্ষেত্ৰত মধ্যমীয়া। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত তৎপৰতা বৃদ্ধি পাব। সাহিত্য, ক্ৰীড়া-সংস্কৃতি আৰু সংবাদ সেৱাত জড়িতসকলৰ চিন্তাৰ মাজতে নতুন উৎসাহ বৃদ্ধি পাব। বাণিজ্য, আৰ্থিক আৰু কৰ্মক্ষেত্ৰত কিছু লাভৱান হ’ব।

কন্যাঃ কন্যা ৰাশিৰ আজিৰ দিনটো শাৰীৰিক সুখ-শান্তি অব্যাহত থাকিব। মানসিক ক্ষেত্ৰত কিছু চিন্তা থাকিব। প্ৰেম-প্ৰীতি আৰু সাংসৰিক দিশত কিছু শুভ কাৰক। শিক্ষাৰ্থীৰ উৎসাহ, উদ্দীপনা বাঢ়িব। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ কৰ্মত অশান্তি বৃদ্ধি পাব যদিও মনলৈ উৎসাহো আহিব। ৰাজনৈতিক ব্যক্তিৰ সফলতাৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিক দিশত উন্নতি হ’ব পাৰে।

তুলাঃ তুলা ৰাশিৰ বাবে দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ কাৰক। মানসিক চিন্তা বৃদ্ধি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত মধ্যমীয়া। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত বিশেষ যোগাযোগ হ’ব। শিল্পী, সাহিত্যিকৰ অশান্তি মাজতো কিছু উন্নত আশাৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ অলপ অশান্তি হ’ব পাৰে। বাণিজ্য, আৰ্থিক আৰু কৰ্মক্ষেত্ৰত কষ্টৰেহে লাভৱান হ’ব।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ বাবে দিনটো শৰীৰৰ কিছু অশান্তি আৰু কৰ্মত খেলিমেলি কাৰক হ’ব। মানসিক অশান্তিও হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক ক্ষেত্ৰত কিছু শুভ কাৰক। শিক্ষৰ্থীয়ে উচ্চ বিদ্যাৰ ক্ষেত্ৰত সুযোগ লাভ কৰিব। সাহিত্যিক, শিল্পীৰ শুভ ফল লাভৰ যোগ। ৰাজনীতিক, সমাজকৰ্মীৰ মনৰ উৎসৎসাহ বৃদ্ধি হ’ব। বাণিজ্য, কৰ্ম আৰু আৰ্থিক দিশত কিছু লাভৱান হ’ব।

ধনুঃ ধনু ৰাশিৰ বাবে দিনটো শাৰীৰিক ৰোগ বৃদ্ধিৰ কাৰক। সামান্য মানসিক অশান্তিৰ হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ যোগ। সাহিত্যিক, শিল্পী, ক্ৰীড়াবিদৰ অশান্তিৰ মাজতো কিছু উন্নতিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতি হ’ব। কৰ্ম, বাণিজ্য আৰু আৰ্থিক ক্ষেত্ৰত কিছু লাভৱান হ’ব।

মকৰঃ মকৰ ৰাশিৰ বাবে দিনটো শৰীৰৰ শুভ কাৰক। মানসিক অশান্তি হ’ব পাৰে।প্ৰেম আৰু সাংসৰিক দিশত মধ্যমীয়া। শিক্ষাৰ্থীৰ উচ্চ আশাত সফলতাৰ যোগ। সাহিত্য-সংস্কৃতিত জড়িত লোকৰ চিন্তা আৰু দুৰ্ভাৱনা বৃদ্ধিৰ যোগ। ৰাজনীতিকৰো অশান্তি হ’ব। আৰ্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত সামান্য উন্নতিৰ কাৰক।

কুম্ভঃ কুম্ভ ৰাশিৰ বাবে দিনটো শাৰীৰিক, মানসিক উভয় ক্ষেত্ৰতে অশুভ কাৰক হ’ব। প্ৰেম আৰু পাৰিবাৰিকত সুখ-শান্তিৰ কাৰক। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত উৎসাহ বৃদ্ধি হ’ব। সাহিত্য-সংস্কৃতিৰে যুক্তসকলৰ হতাশাৰ মাজতো কিছু উন্নত যোগাযোগ হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ অস্থিৰতাৰ কাৰক। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত অলপ লাভৱান হ’ব।

মীনঃ মীন ৰাশিৰ বাবে দিনটো শৰীৰ অলপ অশান্তি হ’ব পাৰে। মানসিক অশান্তি আৰু হতাশা আঁতৰিব। প্ৰেম-প্ৰীতি আৰু সাংসৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত কিছু চিন্তা হ’ব। সাহিত্যিক, শিল্পীৰ মনৰ দুৰ্ভাৱনা আৰু আৰ্থিক চিন্তা বৃদ্ধি হ’ব। ৰাজনীতি আৰু সমাজ কৰ্মৰে জড়িতসকলৰ লাভৱান হ’ব। কৰ্ম,বাণিজ্য আৰু আৰ্থিকত লাভৱান হ’ব।

Previous Post

ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ বদল, কেইবাখনো জিলাৰ উপায়ুক্তক বদলি

Next Post

বনানিকৰণক অধিক গুৰুত্ব দি ৩০০০হেক্টৰ ভূমিত হ’ব বৃক্ষৰোপন!

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

October 3, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাাশিফল

October 2, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

October 1, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 30, 2023
এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 29, 2023
এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 28, 2023
Next Post
বনানিকৰণক অধিক গুৰুত্ব দি ৩০০০হেক্টৰ ভূমিত হ’ব বৃক্ষৰোপন!

বনানিকৰণক অধিক গুৰুত্ব দি ৩০০০হেক্টৰ ভূমিত হ’ব বৃক্ষৰোপন!

ৰাজ্যৰ আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত NABARDৰ সহযোগিতা অতি প্ৰয়োজনীয়ঃ অজন্তা নেওগ

ৰাজ্যৰ আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত NABARDৰ সহযোগিতা অতি প্ৰয়োজনীয়ঃ অজন্তা নেওগ

বানপানীৰ পিছত এতিয়া ৰাজ্যত ছোৱাইন ফ্লুৰ আতংক!

বানপানীৰ পিছত এতিয়া ৰাজ্যত ছোৱাইন ফ্লুৰ আতংক!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8