• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
December 10, 2022
in দৈনিক ৰাশিফল
1 min read
0
Daily Horoscope
Share on FacebookShare on Twitter

মেষঃ মেষ ৰাশিৰ বাবে দিনটো শৰীৰৰ সুস্থ থাকিব। আনৰ বাবে মনৰ অশান্তি হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ অযথা সময় অপচয় হ’ব। সাহিত্য, সংস্কৃতি, সংবাদকৰ্মৰে যুক্তসকলৰ মনৰ অশান্তি আৰু কষ্ট হ’ব পাৰে। ৰাজনীতিক আৰু সমাজকৰ্মীৰ নতুন কৰ্মত সফলতা লাভ হ’ব পাৰে।  সংখ্যাতত্ত্বৰ ফালৰ পৰা আজিৰ দিনটো কিছু শুভ কাৰক হ’ব।

বৃষঃ বৃষ ৰাশিৰ বাবে দিনটো শৰীৰৰ বৰ শুভ কাৰক নহ’ব। মানসিক অশান্তি শিৰপীড়া বাঢ়িব পাৰে। প্ৰেম-প্ৰীতি আৰু ঘৰুৱা দিশতো অশান্তি হ’ব পাৰে। বিদ্যাৰ্থীৰ প্ৰগতিত বাধকতাৰ যোগ। ক্ৰীড়া, সাহিত্য-সংস্কৃতিৰে যুক্ত লোকৰ উন্নতিতো বাধা হ’ব যদিও কিছু সুফল পোৱাৰ যোগ আছে। ৰাজনীতিক আৰু সমাজকৰ্মীৰ শুভ। কৰ্ম, আৰ্থিক আৰু বাণিজ্যত অলপ লাভ হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো মধ্যমীয়া কাৰক হ’ব।

মিথুনঃ মিথুন ৰাশিৰ বাবে দিনটো শাৰীৰিক ক্ষেত্ৰত মধ্যমীয়া হ’ব। মনৰ অশান্তি বৃদ্ধি হ’ব পাৰে। পাৰিবাৰিক আৰু প্ৰেম-প্রীতিত শুভ। শিক্ষাৰ্থীৰ মনৰ দুৰ্ভাৱনা বাঢ়িব। সাহিত্য, সংস্কৃতিৰ স’তে যুক্তসকলৰ সফলতা লাভত বাধাৰ মাজতো কিছু শান্তি লাভ। কর্মক্ষেত্র, বাণিজ্য আৰু আর্থিক দিশত কিছু লাভ হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা শুভ কাৰক হ’ব।

কৰ্কটঃ কৰ্কট ৰাশিৰ বাবে দিনটো শাৰীৰিক ৰোগ-ৰিষ্টত কষ্ট হ’ব পাৰে।প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত অশান্তি থাকিব। শিক্ষাৰ্থীৰ অশান্তিৰ মাজতে উন্নতিৰো যোগ। সাহিত্য-সংস্কৃতি-ক্ৰীড়াৰ স’তে জড়িতসকলৰ নিৰাশাৰ মাজতো লাভজনক হ’ব। আৰ্থিক, বাণিজ্য আৰু কৰ্মত সামান্য উন্নতি কাৰক। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো অতি অশুভ ফল লাভৰ যোগ।

সিংহঃ সিংহ ৰাশিৰ বাবে দিনটো শৰীৰৰত সামান্য অশান্তি, আঘাত পোৱাৰ যোগ। মনৰো অশান্তি হ’ব পাৰে। প্ৰেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাক লৈ দুশ্চিন্তা হ’ব। ক্রীড়া সাহিত্য-সংস্কৃতিৰে যুক্তসকলৰ দিনটো অশান্তি দায়ক হ’ব। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত মধ্যমীয়া। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভাশুভ মিশ্রিত কাৰক হ’ব।

কন্যাঃ কন্যা ৰাশিৰ বাবে আজিৰ দিনটো শাৰীৰিক কষ্ট বাঢ়িব পাৰে। মানসিক দিশত মধ্যমীয়া৷ প্ৰেম-পাৰিবাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ অশান্তি আৰু কষ্ট বাঢ়িব পাৰে। সাহিত্য, ক্রীড়া, সংস্কৃতিৰে যুক্তসকলৰ উন্নতিমূলক কর্মত বাধা থাকিব। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত সামান্য লাভৰ যোগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভ কাৰক।

তুলাঃ তুলা ৰাশিৰ বাবে আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত শুভাশুভ মিশ্রিত কাৰক। মনৰ কিছু দুশ্চিন্তা হ’ব। প্রেম-পাৰিবাৰিক দিশত শুভ। শিক্ষার্থীৰ নতুন আশাত খেলিমেলি হ’ব। শিল্পী, ক্রীড়াবিদ আৰু সংবাদকর্মীৰ মনৰ অশান্তি আৰু পৰিশ্ৰম বৃদ্ধিৰ যোগে লাভৰ কাৰক। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত কষ্টৰ মাজতে লাভ হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো কিছু মধ্যমীয়া হ’ব।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটো শাৰীৰিক কিছু উন্নতি কাৰক। প্ৰেম আৰু পাৰিবাৰিকত অশান্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ যোগাযোগত বাধা। শিল্পী-সাহিত্যিকৰ নতুন সৃষ্টিমূলক কর্মত কিছু বাধা পাব। ৰাজনৈতিক লোকৰ ব্যস্ততা বৃদ্ধি হ’ব। আর্থিক আৰু কৰ্মক্ষেত্ৰত সামান্য লাভৰ যোগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা আজিৰ দিনটো অশান্তিকৰ হ’ব।

ধনুঃ ধনু ৰাশি লোকৰ বাবে আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ হ’ব। প্রেম-প্রীতি আৰু সাংসাৰিক ক্ষেত্ৰত মধ্যমীয়া। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ সুযোগ বাঢ়িব। শিল্পী, খেলুৱৈ আৰু সমাজকৰ্মীৰ অশান্তি আৰু হতাশাৰ যোগ। আর্থিক, বাণিজ্যিক আৰু কর্মক্ষেত্ৰত কিছু লাভ হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভ কাৰক হ’ব।

মকৰঃ মকৰ ৰাশিৰ বাবে আজিৰ দিনটো শৰীৰৰ ক্ষতিকাৰক হ’ব। পাৰিবাৰিক দিশত অশান্তি হ’ব পাৰে। প্ৰেমত শুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত বাধা আঁতৰ হ’ব। সাহিত্য, সংস্কৃতি, ক্রীড়াৰে যুক্ত লোকৰ সুখ-শান্তি বৃদ্ধিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীয়ে অশান্তি পাব। বাণিজ্য, কৰ্ম আৰু আৰ্থিকত কষ্টৰ মাজতো লাভৰ যোগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো অশুভ আৰু কষ্টৰ যোগ।

কুম্ভঃ কুম্ভ ৰাশিৰ বাবে দিনটো শাৰীৰিক দিশত কিছু অশান্তি কাৰক। প্রেম-প্রীতি আৰু পাৰিবাৰিকত শুভ। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত শুভ। সাহিত্য, সংস্কৃতি, ক্রীড়াৰ লগত জড়িতসকলৰ নতুন চিন্তা-চৰ্চা অব্যাহত থাকিব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ ৰোগৰ ভয়। কর্মক্ষেত্র, আর্থিক আৰু বাণিজ্যিক দিশত কিছু লাভৰ যোগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো অশুভ কাৰক হ’ব।

মীনঃ মীন ৰাশিৰ বাবে আজিৰ দিনটো শৰীৰৰ শুভকৰক হ’ব যদিও মনৰ দুশ্চিন্তা থাকিব। প্ৰেম-প্ৰীতি, সাংসৰিকত কিছু শুভ কাৰক হ’ব। শিক্ষাৰ্থীৰ মনৰ অসন্তুষ্টি বাঢ়িব। শিল্পীৰ অশান্তিৰ মাজতো কিছু উন্নতি কাৰক। সাহিত্য, সংস্কৃতি, ক্ৰীড়াত জড়িতসকলৰো অস্থিৰতা বাঢ়িব। আৰ্থিক বাণিজ্য আৰু কৰ্মক্ষেত্ৰত সাধাৰণ উন্নতি হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো অশুভ কাৰক হ’ব।

Previous Post

এটা চুমাৰ বাবেই দলৰ পৰা বহিষ্কৃত হ’ল কংগ্ৰেছ নেতা!

Next Post

ৰহাৰ জোঙাল বলহুত ভয়াৱহ দুৰ্ঘটনাত নিহত দুজন

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাাশিফল

October 2, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

October 1, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 30, 2023
এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 29, 2023
এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 28, 2023
এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 27, 2023
Next Post
গুৱাহাটী- ডিগবৈ অভিমুখী নৈশবাছ দুৰ্ঘটনাগ্ৰস্ত, আহত ১০ যাত্ৰী

ৰহাৰ জোঙাল বলহুত ভয়াৱহ দুৰ্ঘটনাত নিহত দুজন

নিশা মহানগৰীৰ ৰাজপথত দপদপকৈ জ্বলিল এখন i10 বাহন

নিশা মহানগৰীৰ ৰাজপথত দপদপকৈ জ্বলিল এখন i10 বাহন

গুৱাহাটীৰ IIT ত অধ্যাপকৰ আত্মহনন!

গুৱাহাটীৰ IIT ত অধ্যাপকৰ আত্মহনন!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8