• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
December 13, 2022
in দৈনিক ৰাশিফল
1 min read
0
Daily Horoscope
Share on FacebookShare on Twitter

মেষঃ মেষ ৰাশিৰ আজিৰ দিনটোত শৰীৰ অসুস্থ হ’ব পাৰে। নিশাৰ ভাগত কিছু শুভ হ’ব। কোনাে খবৰে মনত দুখ অশান্তি দিব পাৰে। প্রেম-পাৰিবাৰিক দিশত নিশাৰ ফালে শুভ কাৰক হ’ব। শিক্ষার্থী উচ্চ শিক্ষাৰ ক্ষেত্ৰত শুভ। সাহিত্যিক, শিল্পীৰ দিনটো অশান্তিৰ মাজতাে কিছু লাভৱান হ’ব পাৰে। ৰাজনীতি, সংবাদকর্মী আৰু সমাজকৰ্মীৰ মনৰ উৎসাহ-আনন্দ বাঢ়িব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভ কাৰক হ’ব।

বৃষঃ বৃষ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ বাবে কিছু শুভ কাৰক হ’ব। মানসিক অশান্তি পােৱাৰ যোগ দেখা যায়। প্রেম আৰু পাৰিবাৰিকত শুভ কাৰক। ৰাজনীতিক আৰু সমাজকর্মীয়ে কিছু অশান্তি ভোগ কৰিব। শিক্ষার্থীৰ অধ্যয়নৰ প্ৰতি ধাউতি বাঢ়িব। সাহিত্যিক, শিল্পীৰ কিছু পৰিমাণে শুভ কাৰক হ’ব। বাণিজ্য আৰু কৰ্মত কিছু লাভৱান হ’ব যদিও আর্থিকত নাটনি থাকিব। সংখ্যাতত্ত্বৰ ফালৰপৰা দিনটো শুভাশুভ মিশ্রিত কাৰক হ’ব।

মিথুনঃ মিথুন ৰাশিৰ আজিৰ দিনটোত শৰীৰৰ অসুস্থতাৰ কাৰক। মনৰ হতাশা কিছু থাকিব। বিদ্যার্থী অধ্যয়নত মনােনিবেশ কৰাত ব্যর্থ হব। শিল্পী, সাহিত্যিকৰ কিছু উন্নতি কাৰক হ’ব। ৰাজনীতিক,সমাজকর্মী আৰু সংবাদকর্মীৰ ব্যস্ততা বৃদ্ধি সফলতা লাভৰ যােগ।কৰ্ম আৰু বাণিজ্যত কিছু লাভ হব পাৰে। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভাশুভ মিশ্ৰিত কাৰক হ’ব।

কর্কটঃ কৰ্কট ৰাশিৰ আজিৰ দিনটো শাৰীৰিক অসুস্থতাৰ যােগা। প্রেম আৰু পাৰিবাৰিকত অশান্তি থাকিব। শিক্ষার্থীৰ মনৰ অসন্তুষ্টি থাকিব। শিল্পী, সাহিত্যিকৰ যিকোনাে সমস্যাৰ মাজতে উৎসাহ বৃদ্ধিৰ যােগ। ৰাজনৈতিক নেতা আৰু সমাজকর্মী উৎসাহিত হব।আর্থিকত, শুভ। বাণিজ্য আৰু কৰ্মত কিছু লাভৱান হ’ব।সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো কিছু অশান্তিৰ কাৰক হ’ব।

সিংহঃ সিংহ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ সুস্থতাৰ যােগ। মনৰ অশান্তি কিছু হ্ৰাস হব। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষার্থীৰ সুখবৰ লাভৰ যােগ। সাহিত্য-সংস্কৃতিত যুক্তসকলৰ লাভবান হােৱাৰ যােগ। সংবাদসেৱী, সমাজকর্মী আৰু ৰাজনীতিক ব্যক্তিৰ উপকৃত হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা শুভাশুভ মিশ্রিত কাৰক দিন।

কন্যাঃ কন্যা ৰাশিৰ আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ কাৰক।মানসিক ক্ষেত্ৰত নিশালৈ হতাশা আহিব পাৰে। প্রেম-প্রীতি আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষার্থীৰ সুনাম অর্জনৰ যােগ। শিল্পী,সাহিত্যিক আৰু সংবাদকর্মীৰ উৎসাহ পাব। ৰাজনীতিক সফলতাৰ যােগ। আর্থিত শুভ। বাণিজ্য আৰু কর্মক্ষেত্ৰত কিছু উন্নতি কাৰক। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভ কাৰক হ’ব।

তুলাঃ তুলা ৰাশিৰ আজিৰ দিনটোত শৰীৰৰ অশুভ কাৰক যদিও নিশালৈ কিছু শুভ হ’ব পাৰে। নিশাৰ ভাগত মনৰ উৎসাহ বৃদ্ধি পাব।প্রেম-প্রীতি আৰু সাংসাৰিক ক্ষেত্ৰত শুভ। শিক্ষার্থীৰ মনত কিছু সন্দেহ থাকিব। সাহিত্যিক, শিল্পীয়ে উন্নতিমূলক কাম-কাজত। জড়িত হ’ব। ৰাজনীতি, সমাজসেৱাৰ লগত জড়িতসকলৰ সফলতা লাভ। আর্থিক নাটনি হব’ যদিও বাণিজ্য আৰু কৰ্মত কিছুলাভৰ যােগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভ কাৰক।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজিৰ দিনটো শৰীৰৰ সুস্থতাৰ যোগ। মানসিকভাৱে অসন্তুষ্ট হ’ব পাৰে। প্রেম-প্রীতি, সাংসাৰিকত কিছু অশান্তি হ’ব।শিক্ষার্থী অধ্যয়নৰ ক্ষেত্ৰত চিন্তা বৃদ্ধি পাব। সাহিত্যিক আৰু শিল্পীৰ উন্নতিমূলক খবৰ লাভৰ যােগ। ৰাজনীতি আৰু সমাজকৰ্মৰ লগত জড়িতসকলৰ অশান্তি হব। বাণিজ্য আৰু কৰ্মত সামান্য লাভৱান হ’ব যদিও আর্থিকত নাটনি থাকিব। সংখ্যাতত্ত্বৰ ফালৰপৰা শুভাশুভ কাৰক হ’ব দিনটো।

ধনুঃ ধনু ৰাশিৰ আজিৰ দিনটো শৰীৰৰ শুভ কাৰক যদিও মানসিক অশান্তিৰ যােগ। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত মধ্যমীয়া। শিক্ষার্থী উচ্চ বিদ্যাৰ ক্ষেত্ৰত উন্নতিৰ যোগ। সাহিত্য, সংস্কৃতিৰ জড়িত লােকৰ কিছু উন্নতি হ’ব। ৰাজনীতিক আৰু সমাজকর্মী মানসিক অশান্তিৰ যোগ। আর্থিকত মধ্যমীয়া। কৰ্ম আৰু বাণিজ্যত কিছু লাভৰ যোগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভ কাৰক।

মকৰঃ মকৰ ৰাশিৰ আজিৰ দিনটোত শৰীৰৰ অশান্তি হ’ব পাৰে। মনৰ অশান্তি হ’ব। প্ৰেম আৰু পাৰিবাৰিকত মধ্যমীয়া কাৰক। শিক্ষার্থী শুভ কাৰক। সাহিত্য, সংস্কৃতিৰে জড়িতসকলে দিনটো আনন্দত কটাব পাৰিব। আর্থিক, ব্যৱসায় আৰু কৰ্মত লাভৱান হ’ব৷ সংখ্যাতত্বৰ ফালৰ পৰা দিনটো অশুভ কাৰক হ’ব।

কুম্ভঃ কুম্ভ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অশান্তি কাৰক। মানসিক অশান্তিও বৃদ্ধি হ’ব পাৰে। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত কিছু শুভ কাৰক। শিক্ষার্থী অধ্যয়নৰ ক্ষেত্ৰত কিছু অশান্তিৰ কাৰক। সাহিত্য, সংস্কৃতিতে যুক্তসকল উৎসাহিত হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উৎসাহ বাঢ়িব। কর্ম, বাণিজ্য আৰু আৰ্থিকত সামান্য শুভ কাৰক হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো অশুভ কাৰক হ’ব।

মীনঃ মীন ৰাশিৰ আজিৰ দিনটো শাৰীৰিক সুস্থতাৰ যােগ। মানসিক শান্তি বিঘ্নিত হ’ব পাৰে। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষার্থীৰ লাভৰ যােগ। সাহিত্যিক, শিল্পীৰ কিছু অশান্তি থাকিলেও উৎসাহ বৃদ্ধি পাব। ৰাজনীতিক আৰু সমাজকর্মীৰ সফলতা লাভৰ যােগ। কর্ম, বাণিজ্য আৰু আর্থিক দিশত লাভৱান হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভ কাৰক হ’ব।

Previous Post

নতুন বছৰত আহিছে ডুগডুগীৰ আটক ধুনীয়া গহনা

Next Post

অৰুণাচলৰ ভাৰত-চীন সীমান্তৰ সংঘাতত আহত ৩০ সেনা জোৱান!

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 27, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 26, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 24, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 24, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 23, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 21, 2023
Next Post
অৰুণাচলৰ ভাৰত-চীন সীমান্তৰ সংঘাতত আহত ৩০ সেনা জোৱান!

অৰুণাচলৰ ভাৰত-চীন সীমান্তৰ সংঘাতত আহত ৩০ সেনা জোৱান!

গুৱাহাটী- ডিগবৈ অভিমুখী নৈশবাছ দুৰ্ঘটনাগ্ৰস্ত, আহত ১০ যাত্ৰী

বৰপেটাৰ ভেল্লাত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন আহত তিনি

উচ্চতম ন্য়ায়ালয়তো মুখ থেকেচা দিল্লীৰ উপমুখ্য়মন্ত্ৰী মণীষ চিছোডিয়াৰ

উচ্চতম ন্য়ায়ালয়তো মুখ থেকেচা দিল্লীৰ উপমুখ্য়মন্ত্ৰী মণীষ চিছোডিয়াৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8