• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
December 16, 2022
in দৈনিক ৰাশিফল
2 min read
0
Daily Horoscope
Share on FacebookShare on Twitter

মেষঃ মেষ ৰাশিৰ আজি শৰীৰৰ শুভ কাৰক যদিও মানসিক চিন্তা-ভাৱনাও বৃদ্ধি পাব পাৰে। প্ৰেম-প্ৰীতি আৰু সাংসৰিক ক্ষেত্ৰত শুভ। বিদ্যাৰ্থীৰ উৎসাহ বাঢ়িব যদিও শংকাও থাকিব। শিল্পী-সাহিত্যিকৰ নিৰাশাৰ মাজতো কিছু শুভ খবৰ লাভৰ যোগ। ৰাজনীতিক, সমাজকৰ্মী আৰু সংবাদকৰ্মীৰ সুনাম লাভ। কৰ্ম, আৰ্থিক আৰু বাণিজ্যত বাধাৰ মাজতো কিছু উন্নতি হ’ব। সংখ্যাতত্ত্ব ফালৰ পৰা আজিৰ দিনটো অশান্তি কাৰক হ’ব।

বৃষঃ বৃষ ৰাশিৰ আজি আগবেলাটো শাৰীৰিক ক্ষেত্ৰত সুস্থতাৰ যোগ যদিও আবেলিৰ পৰা শুভ কাৰক। মনৰো সুখ-শান্তি অটুট থাকিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক বিশেষ শুভ কৰাক নহয়। শিক্ষাৰ্থীৰ নতুন উচ্চ পৰিকল্পনাৰ যোগ। শিল্পী, সাহিত্যিকৰ আৰ্থিক সমস্যা আৰু চিন্তাৰ মাজতো উৎসাহ বৃদ্ধিৰ যোগ। ৰাজনৈতিক নেতা আৰু সমাজকৰ্মীৰ বিষাদগ্ৰস্ত হ’ব। আৰ্থিক, বাণিজ্য আৰু কৰ্মত কিছু উন্নতি হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো অশুভ কাৰক হ’ব।

মিথুনঃ মিথুন ৰাশিৰ আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত অশান্তি কাৰক হ’ব পাৰে। মানসিক দুৰ্ভাৱনাও বৃদ্ধি হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰিক দিশত শুভ হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীয়ে কৰ্মৰ যোগে বিশেষ লাভৱান হ’ব। শিক্ষাৰ্থীৰ মনৰ উৎকণ্ঠা বৃদ্ধি পাব। সাহিত্যিক, খেলুৱৈ, শিল্পীৰ দুশ্চিন্তাৰ মাজতো কিছু শুভ কাৰক হ’ব। আৰ্থিক, বাণিজ্য আৰু কৰ্মত অলপ উন্নত হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো কিছু শুভ কাৰক হ’ব।

কৰ্কটঃ কৰ্কট ৰাশিৰ আজি আগবেলাটো শাৰীৰিক ক্ষেত্ৰত সুস্থতাৰ কাৰক। আবেলিৰ পৰা অলপ অশান্তি হ’ব পাৰে। পৰিয়ালৰ আভ্যন্তৰীণ মানসিক অশান্তি হ’ব পাৰে। প্ৰেম-প্ৰীতিত মধ্যমীয়া। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত অলপ অশান্তিৰ সৃষ্টি কৰিব। আহিত্যিক, শিল্পীৰ মনত কিছু উৎসাহ বৃদ্ধি পাব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ লাভৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিক দিশত অলপ উন্নত হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো অশুভ কাৰক হ’ব।

সিংহঃ সিংহ ৰাশিৰআজি শৰীৰৰ সুস্থতাৰ যোগ। আবেলিৰ পৰা মনত দুশ্চিন্তা আৰু হতাশ ভাব আহিব। প্ৰেম আৰু পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ উন্নতি কাৰক যোগাযোগ হ’ব। শিল্পী, সাহিত্যিক আৰু সংবাদকৰ্মীৰ কিছু পৰিমাণে উৎসাহ বৃদ্ধি পাব। ৰাজনীতিকৰ সফলতাৰ যোগ। আৰ্থিক, বণিজ্য আৰু কৰ্মক্ষেত্ৰত অলপ শুভ ফল পাব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভাশুভ মধ্যম কাৰক হ’ব।

কন্যাঃ কন্যা ৰাশিৰ আজি শৰীৰৰ সুস্থতাৰ যোগ। আবেলিৰ পৰা মনত দুশ্চিন্তা আৰু হতাশ ভাব আহিব। প্ৰেম- আৰু পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ উন্নতি কাৰক যোগাযোগ হ’ব। শিল্পী, সাহিত্যিক আৰু সংবাদ কৰ্মীৰ কিছু পৰিমাণে উৎসাহ বৃদ্ধি পাব। ৰাজনীতিকৰ সফলতাৰ যোগ। আৰ্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত অলপ শুভ ফল পাব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভাশুভ মধ্যম কাৰক হ’ব।

তুলাঃ তুলা ৰাশিৰ আজি আবেলিৰ পৰা শাৰীৰিক ক্ষেত্ৰত শুভ কাৰক। মনৰো উৎসাহ বাঢ়িব। পৰিয়ালৰ আভ্যন্তৰীণ অশান্তি হ’ব পাৰে। প্ৰেম-প্ৰীতিত শুভ কাৰক। শিক্ষাৰ্থীৰ মনৰ অসন্তুষ্টি বাঢ়িব। সাহিত্যিক, শিল্পীয়ে অশান্তি সত্ত্বেও উন্নতিমূলক কাম-কাজত নিয়োজিত হ’ব। ৰাজনীতি, সমাজসেৱাৰ লগত জড়িতসকলৰ সফলতা লাভৰ যোগ। বাণিজ্য, কৰ্ম, আৰু আৰ্থিকত সামান্য লাভৱান হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো কিছু শুভ কাৰক হ’ব।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজি আবেলিৰ পৰা শাৰীৰিক ক্ষেত্ৰত কিছু অশান্তি হ’ব পাৰে। মানসিকভাৱেও বিষাদগ্ৰস্ত হ’ব। প্ৰেম-প্ৰীতি আৰু সাংসৰিকত অবিশ্বাস বাঢ়িব। শিক্ষাৰ্থীয়ে আশা কৰামতে সফল নহ’ব পাৰে। সাহিত্যিক আৰু শিল্পীৰ অশান্তিৰ মাজতো উন্নতিমূলক খবৰ লাভৰ যোগ। ৰাজনীতি আৰু সমাজকৰ্মৰ লগত জড়িতসকলৰ উন্নতি হ’ব। বাণিজ্য, কৰ্ম আৰু আৰ্থিকত বাধা সত্ত্বেও কিছু শুভ কাৰক। সংক্যাতত্ত্বৰ ফালৰ পৰা অশুভ কাৰক দিন।

ধনুঃ ধনু ৰাশিৰ আজি শাৰীৰিক আৰু মানসিক সুস্থতা ঠিকেই থাকিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ উৎসাহজনক যদিও চিন্তা বাঢ়িব। সাহিত্য, সংস্কৃতিৰে জড়িত লোকৰ অশান্তিৰ মাজতো কিছু উৎসাহিত হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ মানসিকঅশান্তিৰ যোগ। আৰ্থিক, কৰ্ম আৰু বাণিজ্যত অলপ লাভ বৃদ্ধি হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভাশুভ মিশ্ৰিত ফল লাভৰ কাৰক।

মকৰঃ মকৰ ৰাশিৰ আজি শাৰীৰিক ক্ষেত্ৰত সমান্য আঘাত হ’ব পাৰে যদিও আবেলিৰ পৰা শুভ কাৰক। মানসিক ক্ষেত্ৰত শুভ কাৰক। প্ৰেম-পাৰিবাৰিকত অতি শুভ কাৰক। সাহিত্য, সংস্কৃতিৰে জড়িতসকলে হতাশাৰ মাজতো কিছু লাভৱান হ’ব। বিদ্যাৰ্থীৰ মনৰ আশা সফল হ’ব। আৰ্থিক, ব্যৱসায় আৰু কৰ্মত বাধা সত্ত্বেও কিছু উন্নতি হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভ হ’ব।

কুম্ভঃ কুম্ভ ৰাশিৰ আজি আগবেলাটো শৰীৰৰ শুভ কাৰক। আবেলিৰ পৰা অশান্তি বাঢ়িব পাৰে। মানসিক অশান্তি বৃদ্ধি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু সাংসৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ মনৰ অশান্তি বৃদ্ধি হ’ব পাৰে। সাহিত্য-সংস্কৃতিৰে যুক্তসকলৰ নিৰাশাৰ মাজতো কিছু উৎসাহিত হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ হতাশা বাঢ়িব। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু শুভ কাৰক হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভ কাৰক হ’ব।

মীনঃ মীন ৰাশিৰ আজি শৰীৰৰ বাবে অশুভ কাৰক যদিও আবেলিৰ পৰা শুভ হ’ব। কোনো আনাহূত খবৰে মনত দুখ-অশান্তি দিব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত সুখদায়ক হ’ব। শিক্ষাৰ্থীৰ মনৰ উৎসাহ বাঢ়িব। সাহিত্যিক, খেলুৱৈ, শিল্পীৰ অশান্তিৰ মাজতো কিছু লাভ হ’ব পাৰে। ৰাজনীতিক, সংবাদসেৱী আৰু সমাজকৰ্মী উৎসাহিত হ’ব। বাণিজ্য, কৰ্ম আৰু আৰ্থিক ক্ষেত্ৰত সামান্যউন্নতি হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো অশুভ কাৰক হ’ব।

Previous Post

কাঁহিকুছি গাঁও পঞ্চায়তত বিশেষ গাঁওসভা

Next Post

বিজ্ঞাপনৰ নামত ৩,৭২৩ কোটি টকা খৰচ চৰকাৰৰ

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 27, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 26, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 24, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 24, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 23, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 21, 2023
Next Post
বিজ্ঞাপনৰ নামত ৩,৭২৩ কোটি টকা খৰচ চৰকাৰৰ

বিজ্ঞাপনৰ নামত ৩,৭২৩ কোটি টকা খৰচ চৰকাৰৰ

মালয়েছিয়াত ভয়ংকৰ ভূমিস্খলন

মালয়েছিয়াত ভয়ংকৰ ভূমিস্খলন

আৰক্ষীৰ গুলীত গুলীবিদ্ধ দুধৰ্ষ চোৰাংচিকাৰী

আৰক্ষীৰ গুলীত গুলীবিদ্ধ দুধৰ্ষ চোৰাংচিকাৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8