• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
December 21, 2022
in দৈনিক ৰাশিফল
1 min read
0
Daily Horoscope
Share on FacebookShare on Twitter

মেষঃ মেষ ৰাশিৰ আজিৰ দিনটোত শৰীৰ ভালেই থাকিব। মানসিক, প্রেম-প্রীতি আৰু সাংসাৰিকত চিন্তা বাঢ়িব যদিও শুভ কাৰক হ’ব। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ বাবে চিন্তা-চৰ্চা আগবাঢ়িব। সাহিত্য, সংস্কৃতি, ক্রীড়াত জড়িতসকলৰ অশান্তি আৰু বাধা হ’ব। ৰাজনীতিক, সমাজকর্মী আৰু সংবাদকর্মীৰ কষ্ট বাঢ়িব।

বৃষঃ বৃষ ৰাশিৰ আজিৰ দিনটোত শাৰীৰিক শুভ হ’ব যদিও মূৰৰ বিষ, মানসিক দিশত অশান্তি বাঢ়িব। প্রেম-প্রীতি আৰু সাংসাৰিকত অবিশ্বাসৰ যোগ। শিক্ষাৰ্থীৰ নতুন পৰিকল্পনাক লৈ চিন্তা বাঢ়িব। ক্রীড়া, সাহিত্য-সংস্কৃতিৰে জড়িতসকলৰ মন ভাৰাক্ৰান্ত হ’ব, উন্নতিত বাধা থাকিব।

মিথুনঃ মিথুন ৰাশিৰ বাবে দিনটো শৰীৰৰ শুভ কাৰক। মানসিক চাপ বৃদ্ধি পাব। প্ৰেম-প্রীতি আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ চিন্তাভাবনা বাঢ়িব। সাহিত্য, সংস্কৃতি, সংবাদসেৱাৰে যুক্তসকলৰ বিশেষ অশান্তিৰ যোগ। ৰাজনীতিক আৰু সমাজকর্মী নতুন পৰিকল্পনাত ব্যস্ত হ’ব।

কৰ্কটঃ কৰ্কট ৰাশিৰ আজিৰ দিনটোত শৰীৰৰ অশান্তি হ’ব পাৰে। পাৰিবাৰিক সমস্যাই মনত অশান্তি দিব পাৰে। প্ৰেমত অশাস্তিকৰ প্ৰভাৱ থাকিব। শিক্ষার্থীৰ খং, অভিমান বৃদ্ধিৰ যোগ। সাহিত্য-সংস্কৃতি, ক্রীড়াৰ স’তে জড়িতসকলে অশান্তিত ভূগিব। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত কিছু উন্নতি কাৰক।

সিংহঃ সিংহ ৰাশিৰ আজিৰ দিনটোত শৰীৰৰ সামান্য ৰোগ হ’ব পাৰে। মনৰো অশান্তি হ’ব যদিও প্রেম-পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ নতুন চিন্তা হ’ব, ক্রীড়া সংস্কৃতিৰে যুক্তসকলৰ দিনটো আমনিদায়ক হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উৎকণ্ঠা বৃদ্ধিৰ কাৰক।

কন্যাঃ ৰাশিৰ বাবে আজিৰ দিনটোত শাৰীৰিক দিশত অসুস্থতা বাঢ়িল যদিও মনৰ দৃঢ়তাৰ অটুট থাকিব। প্রেম, পাৰিবাৰিকত শুভ ফল দায়ক। শিক্ষাৰ্থীৰ উদ্যম বাঢ়িব। সাহিত্য, ক্রীড়া, সংস্কৃতিৰে মুক্তসকলৰ উন্নতিমূলক কর্মত বাধা আৰু অশান্তি হ’ব। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্রত কিছু উন্নতি হ’ব।

তুলাঃ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক শুভ ফলদায়ক, মনৰ কিছু দুশ্চিন্তা বাঢ়িব। শ্ৰেম পাৰিবাৰিক দিশত শিক্ষার্থীৰ আশা পূৰণ যোগ, শিল্পী ক্ৰীড়াবিদ আৰু সংবাদকর্মীৰ মনৰ অশান্তি আৰু পৰিশ্ৰম বৃদ্ধিৰ কাৰক। ৰাজনৈতিক ব্যক্তিৰ অশান্তি হ’ব পাৰে। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভ হয় যদিও সাধাৰণ অশান্তি হ’ব পাৰে।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটো শাৰীৰিক শুভাশুভ মিশ্রিত কাৰক হ’ব। প্ৰেম-পাৰিবাৰিকত অশান্তি হ’ব পাৰে। মনৰ দৃঢ়তাৰ বাবে কৃতকার্য হ’ব। শিক্ষার্থীৰ মনৰ হাবিয়াহ বাঢ়িব। শিল্পী, সাহিত্যিকৰ নতুন সৃষ্টিৰ ক্ষেত্ৰত কষ্ট বৃদ্ধি পাব। ৰাজনৈতিক লোকৰো অশান্তি বৃদ্ধি হ’ব।

ধনুঃ ধনু ৰাশিৰ লোকৰ আজিৰ দিনটোত শৰীৰৰ কিছু অশান্তি হ’ব পাৰে। মনৰ দৃঢ়তা থাকিব। প্রেম-প্রীতি আৰু পাৰিবাৰিকত শুভ। শিক্ষাৰ্থীৰ উন্নতিৰ চিন্তাই পৰিয়ালক অশান্তি কৰিব। ক্রীড়াবিদ, শিল্পী, খেলুৱৈ, সমাজকৰ্মীৰ অশান্তি আৰু হতাশাৰ কাৰক। ৰাজনৈতিক লোকৰ লাভৰ যোগ।

মকৰঃ মকৰ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক শুভাশুভ মিশ্ৰিত হ’ব, সাধাৰণ অশান্তিও হ’ব পাৰে। পাৰিবাৰিক অশান্তিয়ে মন অস্থিৰ কৰিব পাৰে। প্রেম-প্রীতিত মধ্যম। শিক্ষা, সাহিত্য, সংস্কৃতিৰ স’তে যুক্তসকলৰ সফলতা লাভত কিছু বাধা আৰু দুৰ্ভাৱনাৰ কাৰক। সমাজকৰ্মী আৰু ৰাজনীতিকৰ কৰ্মোন্নতি হ’ব।

কুম্ভঃ কুম্ভ ৰাশিৰ বাবে দিনটো শাৰীৰিক সুস্থতা থাকিব। মনৰো আনন্দ থাকিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত কিছু শুভ। শিক্ষা, সাহিত্য, সংস্কৃতি, ক্রীড়াৰ লগত জড়িতসকলৰ নতুন কর্মপন্থাৰ চিন্তা-চৰ্চা কৰিব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ ভয়-শংকা থাকিব। কর্মক্ষেত্র, আর্থিক আৰু বাণিজ্যিক দিশত কিছু উন্নতিৰ যোগ।

মীনঃ মীন ৰাশিৰ বাবে আজিৰ দিনটো শৰীৰৰ সামান্য ৰোগ কাৰক হ’ব। পাৰিবাৰিক অশান্তিত মনৰ হতাশা বৃদ্ধি হ’ব পাৰে। প্ৰেমত শুভ কাৰক। শিক্ষা, সাহিত্য, সংস্কৃতি, ক্রীড়াৰে যুক্ত লোকৰ অস্থিৰতাৰ মাজতো কিছু উন্নতিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীয়ে কষ্ট পাব। বাণিজ্য, কৰ্ম আৰু আৰ্থিকত কিছু স্থবিৰতাৰ যোগ।

Previous Post

গুৱাহাটীত ‘হেল্পিং হেণ্ড’ৰ কার্যালয় মুকলি

Next Post

ৰাজ্য কঁপোৱা ৰেগিং কাণ্ডৰে জড়িত সকলৰ শাস্তি ঘোষণা

Related Posts

এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 24, 2023
এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 23, 2023
এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 21, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 20, 2023
Daily Horoscope
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 19, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 18, 2023
Next Post
ৰাজ্য কঁপোৱা ৰেগিং কাণ্ডৰে জড়িত সকলৰ শাস্তি ঘোষণা

ৰাজ্য কঁপোৱা ৰেগিং কাণ্ডৰে জড়িত সকলৰ শাস্তি ঘোষণা

NSCN(IM)ৰ নেতা থুইংগালেং মুইভাৰ ঘনিষ্ঠলৈ EDৰ চমন

NSCN(IM)ৰ নেতা থুইংগালেং মুইভাৰ ঘনিষ্ঠলৈ EDৰ চমন

পথ-দুৰ্ঘটনাগ্ৰস্তক উদ্ধাৰ আৰু চিকিৎসাৰ লক্ষ্যৰে পথ-সুৰক্ষা মিত্ৰক সুৰক্ষা কিট বিতৰণ

পথ-দুৰ্ঘটনাগ্ৰস্তক উদ্ধাৰ আৰু চিকিৎসাৰ লক্ষ্যৰে পথ-সুৰক্ষা মিত্ৰক সুৰক্ষা কিট বিতৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8