• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
December 25, 2022
in দৈনিক ৰাশিফল
1 min read
0
Daily Horoscope
Share on FacebookShare on Twitter

মেষঃ মেষ ৰাশিৰ বাবে দিনটো শাৰীৰিক শুভ হ’ব যদিও মনৰ কিছু অশান্তি থাকিব। প্রেম-প্রীতি, সাংসাৰিকত শুভ। শিক্ষার্থীৰ মনত প্রতিযোগিতাৰ মনোভাব বৃদ্ধি পাব। সাহিত্য, সংস্কৃতি, ক্রীড়াত জড়িতসকলৰ কিছু কর্মস্পৃহা বাঢ়িব। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত সাধাৰণ উন্নতিৰ কাৰক।

বৃষঃ বৃষ ৰাশিৰ বাবে দিনটো শৰীৰৰ অসুস্থতাৰ থাকিব। মানসিক অস্থিৰতা বাঢ়িব পাৰে। প্রেম-প্রীতি আৰু ঘৰুৱা দিশত কিছু সুখ-শান্তি থাকিব। শিক্ষার্থীৰ শুভ। ক্রীড়া, সাহিত্য-সংস্কৃতিৰে যুক্ত লোকৰ উন্নতিৰ ক্ষেত্ৰত কিছু বাধা হ’ব। ৰাজনৈতিক আৰু সমাজকৰ্মীৰ মধ্যমীয়া। আর্থিক নাটনিৰ মাজতে কর্ম আৰু বাণিজ্যত শুভ কাৰক।

মিথুনঃ মিথুন ৰাশিৰ বাবে দিনটো শৰীৰৰ শুভ কাৰক যদিও মনৰ অস্থিৰতা বৃদ্ধি হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষার্থী অধ্যয়নস্পৃহা বৃদ্ধি পাব। সাহিত্য, সংস্কৃতি, সংবাদকর্মৰে যুক্তসকলৰ শুভ কাৰক, যদিও মানসিক অশান্তি হ’ব পাৰে। ৰাজনৈতিক আৰু সমাজকৰ্মীৰ সফলতা লাভৰ যোগ। আর্থিকত অভাৱ হ’ব যদিও বাণিজ্য আৰু কৰ্মত কিছু শুভ কাৰক।

কর্কটঃ কর্কট ৰাশিৰ বাবে দিনটো শৰীৰৰ কষ্ট হব পাৰে। মানসিক ক্ষেত্রতো দুশ্চিন্তা থাকিব। প্রেম-প্রীতি আৰু পৰিবাৰিক বুজাবুজিৰ অভাৱ থাকিব। শিক্ষার্থীৰ উৎসাহ বৃদ্ধি। সাহিত্য-সংস্কৃতি, ক্রীড়াৰ সতে জড়িতসকলৰ কিছু লাভজনক হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ বিফলতাৰ কাৰক। বাণিজ্য আৰু কর্মক্ষেত্ৰত লাভৱান হব।

সিংহঃ সিংহ ৰাশিৰ বাবে দিনটো শৰীৰৰ অশান্তি নাইবা আঘাত পোৱাৰ যোগ। মানসিক চিন্তাও বৃদ্ধি হ’ব পাৰে। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষার্থীৰ উচ্চ শিক্ষা মনঃসংযোগ বিচ্ছিন্ন হ’ব পাৰে। ক্রীড়া-সংস্কৃতিৰে, যুক্তসকলৰ দিনটো কিছু শুভকাৰক হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সুনাম লাভৰ যোগ।

কন্যাঃ কন্যা ৰাশিৰ বাবে দিনটো শাৰীৰিক শুভকাৰক হ’ব। মানসিক ক্ষেত্ৰত মধ্যমীয়া। প্রেম-প্রীতি আৰু পাৰিবাৰিকত শুভ কাৰক।শিক্ষার্থীৰ মনৰ অসন্তুষ্টি বাঢ়িব। সাহিত্য, ক্রীড়া, সংস্কৃতিৰে যুক্তসকলৰ উন্নতিমূলক কর্মত বাধা হ’ব। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত সামান্য লাভৰ যোগ।

তুলাঃ তুলা ৰাশিৰ বাৰে দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ কাৰক হ’ব। মনৰ হতাশা, দুশ্চিন্তা সামান্য আঁতৰিব। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষার্থী অধ্যয়নৰ ক্ষেত্ৰত খেলিমেলি হ’ব পাৰে। শিল্পী, ক্রীড়াবিদ আৰু সংবাদকর্মীৰ কিছু পৰিমাণে উন্নতিমূলক হ’ব। ৰাজনৈতিক ব্যক্তিৰ অশান্তি হ’ব পাৰে। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত কিছু লাভৱান হ’ব পাৰিব।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ বাবে দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ কাৰক যদিও স্নায়বিক ৰোগ হ’ব পাৰে। মানসিক অশান্তি হ’ব পাৰে। প্রেম আৰু পাৰিবাৰিকত অশান্তি হ’ব পাৰে। শিক্ষার্থীৰ শুভ কাৰক ।শিল্পী, সাহিত্যিকৰ নতুন সৃষ্টিৰ প্ৰেৰণা বৃদ্ধি পাব। ৰাজনৈতিক ব্যক্তিৰ অশান্তিৰ যোগ। আর্থিক ক্ষতিকাৰক। বাণিজ্য আৰু কর্মক্ষেত্ৰত মধ্যমীয়া।

ধনুঃ ধনু ৰাশিৰ ব্যক্তিৰ বাবে দিনটো শৰীৰৰ কিছু অশান্তি বৃদ্ধি হ’ব পাৰে। মনৰ অৱস্থা একেই থাকিব। প্ৰেম আৰ সাংসাৰিকত শুভ। শিক্ষার্থী উচ্চ শিক্ষাত অশান্তি হ’ব পাৰে। শিল্পী, খেলুৱৈ আৰু সমাজকৰ্মীৰ সফলতা লাভৰ যোগ যদিও অশান্তিও হ’ব। ৰাজনৈতিক ব্যক্তিৰৰ কর্মোদ্যম বৃদ্ধিৰ পাব।

মকৰঃ মকৰ ৰাশিৰ বাবে দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ কাৰক হ’ব। মনৰ অশান্তি হ’ব পাৰে। পাৰিবাৰিক আৰু প্রেম-প্রীতিত শুভকাৰক শিক্ষার্থীৰ মধ্যমীয়া। সাহিত্য, সংস্কৃতিৰ স’তে যুক্তসকলে সফলতা কিছু পাব যদিও মনৰ অসন্তুষ্টি থাকিব। সমাজকর্মী আৰু ৰাজনীতিকৰ কৰ্মত কিছু খেলিমেলি। কর্মক্ষেত্র, বাণিজ্য আৰু আর্থিক দিশত উন্নতিত বাধাৰ মাজতো লাভৱান হ’ব।

কুম্ভঃ ৰাশিৰ বাবে দিনটো শাৰীৰিক শুভ কাৰক। মনৰ অশান্তি হব পাৰে। প্রেম প্রীতি আৰু পাৰিবাৰিকত শুভ। শিক্ষার্থীৰ মনৰ অসন্তুষ্টি থাকিব। সাহিত্য, সংস্কৃতি, ক্রীড়াৰ লগত জড়িতসকলৰ নতুন চিন্তা- চর্চা অব্যাহত থাকিব। কর্মক্ষেত্র, আর্থিক আৰু বাণিজ্যিক দিশত কিছু লাভৱান হ’ব।

মীনঃ মীন ৰাশিৰ দিনটো শাৰীৰিক অশান্তি হ’ব পাৰে। মানসিক অশান্তিৰ কাৰক। প্রেম-প্রীতি আৰু সাংসাৰিক দিশত শুভ৷ শিক্ষার্থীৰ অধ্যয়নৰ ক্ষেত্ৰত কিছু অশান্তি কাৰক। সাহিত্য, সংস্কৃতি, ক্রীড়াৰে যুক্ত লোকে মানসিক অস্থিৰতা বৃদ্ধিৰ যােগ। ৰাজনীতিক আৰু সমাজকৰ্মীয়ে অশান্তি পাব পাৰে। বাণিজ্য, কর্ম আৰু আৰ্থিকত কষ্টৰ মাজতো লাভৰ যােগ।

Previous Post

কাঁহিকুছিৰ SIPRDৰ উদ্যোগত ডেৰমহীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি

Next Post

আজি পৱিত্ৰ বৰদিন

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 27, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 26, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 24, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 24, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 23, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 21, 2023
Next Post
আজি পৱিত্ৰ বৰদিন

আজি পৱিত্ৰ বৰদিন

অসম সাহিত্য সভাৰ নতুন সভাপতি সূৰ্যকান্ত হাজৰিকা

অসম সাহিত্য সভাৰ নতুন সভাপতি সূৰ্যকান্ত হাজৰিকা

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8