• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
December 26, 2022
in দৈনিক ৰাশিফল
1 min read
0
Daily Horoscope
Share on FacebookShare on Twitter

মেষঃ মেষ ৰাশিৰ আজি শাৰীৰিক সুস্থতা থাকিব, মানসিক, প্রেম প্রীতি আৰু পাৰিবাৰিক দিশত মধ্যমীয়া কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত শুভ। সাহিত্যিক, শিল্পী উন্নতিমূলক। ৰাজনীতি আৰু সমাজকৰ্মীৰ মনৰ অশান্তি বাঢ়িব। বাণিজ্য আৰু কৰ্মত লাভৱান হ’ব। আর্থিকত কিছু অশান্তি থাকিব।

বৃষঃ বৃষ ৰাশিৰ আজি শাৰীৰিক সুস্থতাৰ মাজতো মূৰৰ বিষত আক্রান্ত হ’ব পাৰে। মানসিক অশান্তি থাকিব। প্ৰেম আৰু পাৰিবাৰিকত শান্তিৰ যোগ। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত চিন্তা-ভাবনা বাঢ়িব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ লাভৰ যোগ। সাহিত্যিক, শিল্পীৰ কিছু পৰিমাণে শুভ কাৰক হ’ব। বাণিজ্য আৰু কৰ্মত অলপ লাভৱান হ’ব। আর্থিকত অশুভ কাৰক।

মিথুনঃ মিথুন ৰাশিৰ আজি পুৱা ৭ বজাৰ পিচৰ পৰা শৰীৰৰ শুভ কাৰক। পৰিয়াল আৰু প্রেম-প্রীতিত সুখ-শান্তি থাকিব। বিদ্যাৰ্থীৰ প্ৰতিযোগিতাৰ মনোভাব বৃদ্ধি পাব। শিল্পী, সাহিত্যিকৰ শুভ কাৰক হ’ব। ৰাজনীতিক, সমাজকর্মী আৰু সংবাদকর্মীৰ ব্যস্ততা বৃদ্ধি পাব। কর্ম, আর্থিক আৰু বাণিজ্যত উন্নতিৰ যোগ।

কৰ্কটঃ কৰ্কট ৰাশিৰ আজি শাৰীৰিক, মানসিক সুস্থতা অটুট থাকিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দুশ্চিন্তা বাঢ়িব। শিক্ষাৰ্থীৰ ভৱিষ্যতৰ চিন্তাই অশান্তি দিব। শিল্পী, সাহিত্যিকৰ আর্থিক সমস্যা সত্ত্বেও উৎসাহ বৃদ্ধিৰ যোগ। ৰাজনৈতিক নেতা আৰু সমাজকৰ্মীৰ সফলতা বাঢ়িব। আর্থিকত কিছু পৰিমাণে নাটনি হ’ব, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভৱান হ’ব।

সিংহঃ সিংহ ৰাশিৰ আজি শৰীৰৰ অশান্তি হ’ব পাৰে। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত অশান্তি হ’ব পাৰে। শিক্ষার্থীৰ অধ্যয়নৰ স্পৃহা বাঢ়িব। সাহিত্য-সংস্কৃতিত যুক্তসকলৰ কৰ্মৰ প্রতি আগ্রহী। আৰু লাভৱান হ’ব। সংবাদসেৱা, সমাজকৰ্ম আৰু ৰাজনীতিত জড়িত ব্যক্তিৰ শুভ কাৰক। কৰ্ম আৰু বাণিজ্যত উন্নতি হ’ব যদিও আর্থিক অনাটন থাকিব।

কন্যাঃ কন্যা ৰাশিৰ আজি শৰীৰ ৰোগাক্রান্ত হ’ব পাৰে। মানসিক শান্তি থাকিব। প্রেম-প্রীতি আৰু পাৰিবাৰিক ক্ষেত্রত শুভ। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত উন্নতি কাৰক হ’ব। শিল্পী, সাহিত্যিক আৰু সংবাদকর্মীৰ উৎসাহ বৃদ্ধি পাব। ৰাজনীতিকৰ সফলতাৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মত লাভৱান হ’ব।

তুলাঃ তুলা ৰাশিৰ আজি আগবেলাৰ পৰা শৰীৰ সুস্থ হ’ব। মনৰ অসন্তুষ্টি বাঢ়িব পাৰিবাৰিক আৰু প্রেম-প্রীতিত শুভাশুভ মিশ্রিত। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত শুভ কাৰক। সাহিত্যিক, শিল্পীয়ে উন্নতিমূলক কামত লাভবান হ’ব। ৰাজনীতি, লগত জড়িতসকলৰ শুভ। আর্থিকত অভাৱ হ’লেও বাণিজ্য আৰু কর্মক্ষেত্ৰত উন্নতি হ’ব।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজি পুৱা ৭ বজাৰ পিচৰ পৰা শাৰীৰিক, মানসিক উভয়তে কিছু শুভ কাৰক হ’ব। প্রেম-প্রীতি, সাংসাৰিকত মধ্যম। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত শুভ। সাহিত্যিক আৰু শিল্পীৰ উন্নতি কাৰক। ৰাজনীতি আৰু সমাজকৰ্মৰ লগত জড়িত লোকৰ উন্নতি হ’ব। বাণিজ্য, কর্ম আৰু আৰ্থিকত কিছু লাভাৱান্বিত হ’ব।

ধনুঃ ধনু ৰাশিৰ আজি পুৱা ৭ বজাৰ পিচত শৰীৰ অসুস্থ হ’ব পাৰে। মনৰো চিন্তা বৃদ্ধি পাব। প্রেম-প্রীতি আৰু পাৰিবাৰিকত শুভ। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত অসন্তুষ্টি বাঢ়িব। সাহিত্য, সংস্কৃতিৰে জড়িত লোকৰ উৎসাহ বাঢ়িব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ দুশ্চিন্তা হ’ব। আর্থিকত অভাৱ হ’লেও কৰ্ম আৰু বাণিজ্যত শুভ হ’ব।

মকৰঃ মকৰ ৰাশিৰ আজি পুৱা ৭ বজাৰ পিচৰ পৰা শৰীৰৰ, মনৰ শুভ কাৰক হ’ব। প্রেম-পাৰিবাৰিকত সুখ-শান্তিৰ যোগ। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত অসন্তুষ্টি বাঢ়িব। সাহিত্য, সংস্কৃতিৰে জড়িতসকলৰ কিছু উন্নতিৰ যোগ। আর্থিক, ব্যৱসায় আৰু কৰ্মত লাভৱান হ’ব।

কুম্ভঃ কুম্ভ ৰাশিৰ আজি শৰীৰ দুৰ্বল হ’ব পাৰে। মানসিক শান্তি থাকিব। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত মধ্যমীয়া কাৰক। শিক্ষার্থীৰ অধ্যয়ন আশানুৰূপ নহ’ব। সাহিত্য, সংস্কৃতিৰে যুক্তসকল উৎসাহিত হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতি কাৰক। আর্থিক, বাণিজ্য আৰু কৰ্মত শুভ কাৰক হ’ব।

মীনঃ মীন ৰাশিৰ আজি শাৰীৰিক শুভ যদিও ৰক্তচাপ ৰোগীৰ অশুভ। মানসিক ক্ষেত্ৰত শুভ কাৰক। প্রেম-পাৰিবাৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ মনঃসংযোগত ব্যাঘাত হ’ব। সাহিত্যিক, শিল্পী, সংবাদকর্মীৰ উৎসাহ বৃদ্ধি পাব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ লাভৰ যোগ।

Previous Post

অসম সাহিত্য সভাৰ নতুন সভাপতি সূৰ্যকান্ত হাজৰিকা

Next Post

মহানগৰীৰ বিভিন্ন স্থানত চলিল আৰক্ষীৰ অভিযান!

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাাশিফল

October 2, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

October 1, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 30, 2023
এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 29, 2023
এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 28, 2023
এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 27, 2023
Next Post
মহানগৰীৰ হোটেলত CIDৰ ASIৰ মৃতদেহ উদ্ধাৰ

মহানগৰীৰ বিভিন্ন স্থানত চলিল আৰক্ষীৰ অভিযান!

বনভোজলৈ গৈ ব্ৰহ্মপুত্ৰত সলিল সমাধি ঘটে এজন ছাত্ৰৰ

বনভোজলৈ গৈ ব্ৰহ্মপুত্ৰত সলিল সমাধি ঘটে এজন ছাত্ৰৰ

মহানগৰীৰ গণেশপাৰাত বাঘৰ আক্ৰমণত আহত এজন

মহানগৰীৰ গণেশপাৰাত বাঘৰ আক্ৰমণত আহত এজন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8