• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
January 1, 2023
in দৈনিক ৰাশিফল
1 min read
0
আজিৰ দিনটোৰ ৰাশিফল
Share on FacebookShare on Twitter

মেষঃ মেষ ৰাশিৰ আজিৰ দিনটোত শৰীৰ ভালেই থাকিব। মানসিক, প্রেম-প্রীতি আৰু সাংসাৰিকত চিন্তা বাঢ়িব যদিও শুভ কাৰক হ’ব। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ বাবে চিন্তা-চৰ্চা আগবাঢ়িব। সাহিত্য, সংস্কৃতি, ক্রীড়াত জড়িতসকলৰ অশান্তি আৰু বাধা হ’ব। আর্থিক সমস্যা থাকিলেও বাণিজ্য আৰু কৰ্মত কিছু উন্নতি কাৰক হ’ব।

বৃষঃ বৃষ ৰাশিৰ আজিৰ দিনটোত শাৰীৰিক শুভ হ’ব যদিও মূৰৰ বিষ, মানসিক দিশত অশান্তি বাঢ়িব। প্রেম-প্রীতি আৰু সাংসাৰিকত অবিশ্বাসৰ যোগ। শিক্ষাৰ্থীৰ নতুন পৰিকল্পনাক লৈ চিন্তা বাঢ়িব। ক্রীড়া, সাহিত্য-সংস্কৃতিৰে জড়িতসকলৰ মন ভাৰাক্ৰান্ত হ’ব, উন্নতিত বাধা থাকিব। কর্ম, আর্থিক আৰু বাণিজ্যত ক্ৰমে লাভৰ কাৰক।

মিথুনঃ মিথুন ৰাশিৰ বাবে দিনটো শৰীৰৰ শুভ কাৰক। মানসিক চাপ বৃদ্ধি পাব। প্ৰেম-প্রীতি আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ চিন্তাভাবনা বাঢ়িব। সাহিত্য, সংস্কৃতি, সংবাদসেৱাৰে যুক্তসকলৰ বিশেষ অশান্তিৰ যোগ। ৰাজনীতিক আৰু সমাজকর্মী নতুন পৰিকল্পনাত ব্যস্ত হ’ব। বাণিজ্য আৰু কৰ্মত কিছু শুভ কাৰক যদিও আর্থিক অনাটন থাকিব।

কৰ্কটঃ কৰ্কট ৰাশিৰ আজিৰ দিনটোত শৰীৰৰ অশান্তি হ’ব পাৰে। পাৰিবাৰিক সমস্যাই মনত অশান্তি দিব পাৰে। প্ৰেমত অশান্তি হব। শিক্ষার্থীৰ খং, অভিমান বৃদ্ধিৰ যোগ। সাহিত্য-সংস্কৃতি, ক্রীড়াৰ স’তে জড়িতসকলে অশান্তিত ভূগিব। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত কিছু উন্নতি কাৰক।

সিংহঃ সিংহ ৰাশিৰ আজিৰ দিনটোত শৰীৰৰ সামান্য ৰোগ হ’ব পাৰে। মনৰো অশান্তি হ’ব যদিও প্রেম-পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ নতুন চিন্তা হ’ব, ক্রীড়া সংস্কৃতিৰে যুক্তসকলৰ দিনটো আমনিদায়ক হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উৎকণ্ঠা বৃদ্ধিৰ কাৰক। বাণিজ্য আৰু কৰ্মক্ষেত্ৰত মধ্যমীয়া লাভ হ’ব। আর্থিক ক্ষতিৰ সম্ভাবনা।

কন্যাঃ ৰাশিৰ বাবে আজিৰ দিনটোত শাৰীৰিক দিশত অসুস্থতা বাঢ়িল যদিও মনৰ দৃঢ়তাৰ অটুট থাকিব। প্রেম, পাৰিবাৰিকত শুভ ফল দায়ক। শিক্ষাৰ্থীৰ উদ্যম বাঢ়িব। সাহিত্য, ক্রীড়া, সংস্কৃতিৰে মুক্তসকলৰ উন্নতিমূলক কর্মত বাধা আৰু অশান্তি হ’ব। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্রত কিছু উন্নতি হ’ব।

তুলাঃ তুলা ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ, মনৰ কিছু দুশ্চিন্তা বাঢ়িব। পাৰিবাৰিক দিশত শিক্ষার্থীৰ আশা পূৰণৰ যোগ, শিল্পী ক্ৰীড়াবিদ আৰু সংবাদকর্মীৰ শুভ। ৰাজনৈতিক ব্যক্তিৰ কিছু অশান্তি হ’ব পাৰে। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভ হব যদিও সাধাৰণ ভাৱে চিন্তিত হ’ব পাৰে।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটো শাৰীৰিক শুভাশুভ মিশ্রিত কাৰক হ’ব। প্ৰেম-পাৰিবাৰিকত অশান্তি হ’ব পাৰে। মনৰ দৃঢ়তাৰ বাবে কৃতকার্য হ’ব। শিক্ষার্থীৰ মনৰ হাবিয়াহ বাঢ়িব। শিল্পী, সাহিত্যিকৰ নতুন সৃষ্টিৰ ক্ষেত্ৰত কষ্ট বৃদ্ধি পাব। ৰাজনৈতিকৰ নতুন যোগাযোগ হব পাৰে। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত মধ্যমীয়া।

ধনুঃ ধনু ৰাশিৰ লোকৰ আজিৰ দিনটোত শৰীৰৰ কিছু অশান্তি হ’ব পাৰে। মনৰ দৃঢ়তা থাকিব। প্রেম-প্রীতিত শুভ। শিক্ষাৰ্থীৰ উন্নতিৰ চিন্তাই পৰিয়ালক অশান্তি কৰিব। ক্রীড়াবিদ, শিল্পী, খেলুৱৈ, সমাজকৰ্মীৰ শুভ কাৰক। ৰাজনৈতিক লোকৰ লাভৰ যোগ। আর্থিক, বাণিজ্যিক আৰু কৰ্মক্ষেত্ৰত সামান্য উন্নতি কাৰক।

মকৰঃ মকৰ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক শুভাশুভ মিশ্ৰিত হ’ব। পাৰিবাৰিক শুভ, প্রেম-প্রীতিত মধ্যম। শিক্ষা, সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ সফলতা লাভত কিছু বাধা আৰু দুৰ্ভাৱনাৰ কাৰক। সমাজকৰ্মী আৰু ৰাজনীতিকৰ কৰ্মোন্নতি হ’ব। কর্মক্ষেত্র, বাণিজ্য আৰু আৰ্থিক দিশত কিছু খেলিমেলি কাৰক।

কুম্ভঃ কুম্ভ ৰাশিৰ জাতক-জাতিকাৰ দিনটো শৰীৰ সুস্থ থাকিব। মনৰো আনন্দ থাকিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত কিছু শুভ। শিক্ষা, সাহিত্য, সংস্কৃতি, ক্রীড়াৰ লগত জড়িতসকলৰ নতুন কর্মপন্থাৰ চিন্তা-চৰ্চা কৰিব। ৰাজনৈতিক আৰু সমাজকৰ্মীৰ ভয়-শংকা থাকিব। কর্মক্ষেত্র, আর্থিক আৰু বাণিজ্যিক দিশত কিছু উন্নতিৰ যোগ।

মীনঃ মীন ৰাশিৰ বাবে আজিৰ দিনটো শৰীৰৰ সামান্য অসুস্থ থাকিব। পাৰিবাৰিক শান্তিৰ লগতে প্ৰেমতো শুভ কাৰক। শিক্ষা, সাহিত্য, সংস্কৃতি, ক্রীড়াৰে যুক্ত লোকৰ অস্থিৰতাৰ মাজতো কিছু উন্নতিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীয়ে সন্মান পাব। বাণিজ্য, কৰ্ম আৰু আৰ্থিকত কিছু স্থবিৰতাৰ যোগ।

Previous Post

দিল্লী কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাাশিফল

October 2, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

October 1, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 30, 2023
এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 29, 2023
এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 28, 2023
এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 27, 2023
Next Post
আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

১ জানুৱাৰীৰ পৰা গুৱাহাটীৰ ৰাজপথত চলিল ১০০খন গেছচালিত বাছ

১ জানুৱাৰীৰ পৰা গুৱাহাটীৰ ৰাজপথত চলিল ১০০খন গেছচালিত বাছ

গুৱাহাটীত আৰম্ভ হ’ল ব্ৰহ্মপুত্ৰ কাৰ্নিভেল

গুৱাহাটীত আৰম্ভ হ'ল ব্ৰহ্মপুত্ৰ কাৰ্নিভেল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8