• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
June 29, 2022
in দৈনিক ৰাশিফল
1 min read
0
Daily Horoscope
Share on FacebookShare on Twitter

মেষঃ মেষ ৰাশি সকলৰ আজিৰ দিনটো শাৰীৰিক দিশত শুভ কাৰক যদিও মনৰ অশান্তি থাকিব পাৰে। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ প্ৰতি অনীহা আহিব পাৰে। সাহিত্যিক, শিল্পী, খেলুৱৈৰ উন্নতিৰ যোগাযোগ চলিব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ অশান্তিৰ মাজতো লাভৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত অলপ উন্নতি কাৰক।

বৃষঃ বৃষ ৰাশিৰ আজিৰ দিনটো শৰীৰ সুস্থ থাকিব। মনৰ দুশ্চিন্তা কিছু থাকিব পাৰে। প্ৰেম-প্ৰীতি, ঘৰুৱা দিশত কিছু অশান্তি বাঢ়িব। শিক্ষাৰ্থীৰ মনৰ অসন্তুষ্টি বাঢ়িব পাৰে। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীয়ে নতুন কামত আগবাঢ়িব। ৰাজনীতিক, সমাজসেৱীৰ লাভৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত আশানুৰূপ উন্নতি নহব।

মিথুনঃ মিথুন ৰাশিৰ আজি শৰীৰত সামান্য ৰোগৰ কাৰক। মনৰ চঞ্চলতা বৃদ্ধি হব যদিও শুভ কাৰক হব। প্ৰেম-প্ৰীতি আৰু সাংসাৰিকত অলপ অশান্তি হব পাৰে। সাহিত্যিক, খেলুৱৈ,শিল্পীৰ নিৰাশাৰ মাজতো নতুন পৰিকল্পনাৰে আগবাঢ়িব। বিদ্যাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত শুভ হব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতিত কিছু বাধাৰ যোগ।

কৰ্কটঃ কৰ্কট ৰাশিৰ আজি শাৰীৰিক ৰোগ-ৰিষ্টত ভোগাৰ যোগ। মানসিকভাৱেও বিষাদিত হব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকতো অশান্তি হব পাৰে। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত কিছু হতাশা থাকিব। শিল্পী, খেলুৱৈ, সাহিত্যিকৰ উন্নতিৰ আশা দেখিব। ৰাজনীতিক আৰু সমাজকৰ্মী লাভৱান হব। আৰ্থিক, বাণিজ্য আৰু কৰ্মত অলপ শুভ কাৰক।

সিংহঃ সিংহ ৰাশিৰ আজি শাৰীৰিক কিছু দুৰ্বলতাৰ কাৰক। মনৰ অশান্তি হব পাৰে। প্ৰেম আৰু সাংসাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ মনত উৎকণ্ঠা বাঢ়িব পাৰে। সাহিত্যিক, শিল্পীৰ মনৰ অশান্তি সত্ত্বেও কিচু সসফলতা লাভৰ যোগ। সমাজসেৱা, ৰাজনীতি আৰু সংবাদসেৱাত যুক্তসকলৰ কৰ্মত অস্থিৰতা থাকিব। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত সামান্য লাভৰ যোগ।

কন্যাঃ কন্যা ৰাশিৰ আজি শাৰীৰিক দিশত শুভ কাৰক যদিও মনলৈ হতাশা আহিব। পাৰিবাৰিক আৰু প্ৰেম-প্ৰতীতিত অশান্তি হব পাৰে। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাত উন্নতিৰ যোগ। শিল্পী, সাহিত্যিক আৰু সংবাদকৰ্মীয়ে যথেষ্ট কষ্টৰ মাজতো কিছু সফলতা পাব। ৰাজনীতিকৰ চিন্তা বৃদ্ধিৰ যোগ। আৰ্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত কষ্টৰেহে লাভৱান হব।

তুলাঃ তুলা ৰাশিৰ আজিৰ দিনটো শৰীৰৰ বাবে অশান্তি থাকিব যদিও ৰোগৰ পৰা উপশম পাব। মনৰ কিছু অশান্তি হব পাৰে। প্ৰেম আৰু পাৰিবাৰিক দিশত অলপ অশান্তি হব। শিক্ষাৰ্থীৰ শুভ কাৰক। ক্ৰীড়া, সাহিত্য সংস্কৃতিত জড়িত লোকৰ শুভ সংযোগ হব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ কৰ্মত উৎসাহ বৃদ্ধি পাব। আৰ্থিক, বাণিজ্য আৰু কৰ্মত উন্নতি হব।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ কাৰক। মনৰ কিছু দুশ্চিন্তা থাকিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত যথেষ্ট শুভ কাৰক। বিদ্যাৰ্থীৰ উৎসাহ বৃদ্ধিৰ যোগ। শিল্পী, সাহিত্যিক, খেলুৱৈৰ অস্থিৰতা সত্ত্বেও নতুনকৈ উন্নত যোগাযোগ হব পাৰে। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতিৰ ক্ষেত্ৰত শুভ। আৰ্থিক, বাণিজ্য আৰু কৰ্মত বাধাৰ মাজতো লাভৰ যোগ।

ধনুঃ ধনু ৰাশিৰ আজি শাৰীৰিৰ অসুস্থতা আৰু মানসিক দিশত অশান্তি কাৰক হব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত মানসিক অশান্তি বাঢ়িব। সাহিত্যিক, শিল্পী আৰু খেলুৱৈসকলৰ উন্নতিৰ কাৰক হব। কৰ্ম, বাণিজ্য আৰু আৰ্থিক দিশত কিছু শুভ কাৰক।

মকৰঃ মকৰ ৰাশিৰ আজি শৰীৰৰ অসুস্থতাৰ যোগ। মানসিক অশান্তিও অক্ষুণ্ণ থাকিব। প্ৰেম-পাৰিবাৰিকত মধ্যমীয়া কাৰক।বিদ্যাৰ্থী অধ্যয়নৰ প্ৰতি আকৃষ্ট হব। সাহিত্যিক, খেলুৱৈ, শিল্পীৰ কিছু পৰিমাণে উন্নতিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতি। আৰ্থিক, ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত কিছু লাভৱান হব।

কুম্ভঃ কুম্ভ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অসুস্থতাৰ যোগ। কোনো কাৰণত সামান্য মানসিক অশান্তি হব পাৰে। পৰিয়াল আৰু প্ৰেম-প্ৰীতিত শুভ কাৰক। শিক্ষাৰ্থীৰ নতুন পৰিকল্পনাৰ যোগ। শিল্পী, সাহিত্যিক, ক্ৰীড়াবিদে উন্নয়নমূলক কৰ্মত আগবাঢ়িব। ৰাজনীতিক আৰু সমাজকৰ্মীয়ে নতুন লাভজনক কৰ্মত নিয়োজিত হব। আৰ্থিক বাণিজ্য আৰু কৰ্মত উন্নতি হব।

মীনঃ মীন ৰাশিৰ আজি শৰীৰৰ শুভ কাৰক যদিও অলপ দুৰ্বলতাৰ যোগ। মানসিক দিশত সুখী হব পাৰে। প্ৰেম-পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত তৎপৰতা বৃদ্ধি পাব। সাহিত্যিক, শিল্পীৰ কিছু উন্নতি আৰু উৎসাহ বাঢ়িব। ৰাজনীতিক , সমাজকৰ্মীৰ মানসিক দুশ্চিন্তা হলেও লাভৰ যোগ। আৰ্থিক, কৰ্ম আৰু বাণিজ্যত উন্নতি হব পাৰে।

Previous Post

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ পদবী ত্যাগ কৰিলে উদ্ধৱ থাকৰে

Next Post

শাৰীৰিকভাৱে অসুস্থ ধৃতিৰাজ! প্ৰয়োজন জিৰণিৰ

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

October 3, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাাশিফল

October 2, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

October 1, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 30, 2023
এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 29, 2023
এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 28, 2023
Next Post
শাৰীৰিকভাৱে অসুস্থ ধৃতিৰাজ! প্ৰয়োজন জিৰণিৰ

শাৰীৰিকভাৱে অসুস্থ ধৃতিৰাজ! প্ৰয়োজন জিৰণিৰ

গছ নাকাটিব! প্ৰকৃতি প্ৰেমীৰ অনুৰোধ বন বিভাগক

গছ নাকাটিব! প্ৰকৃতি প্ৰেমীৰ অনুৰোধ বন বিভাগক

 ৬৩০০০ PACS কম্পিউটাৰকৰণ, প্ৰধানমন্ত্ৰীক ধন্যবাদ অমিত শ্বাহৰ

 ৬৩০০০ PACS কম্পিউটাৰকৰণ, প্ৰধানমন্ত্ৰীক ধন্যবাদ অমিত শ্বাহৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8