• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
July 2, 2022
in দৈনিক ৰাশিফল
1 min read
0
Daily Horoscope
Share on FacebookShare on Twitter

মেষঃ মেষ ৰাশিৰ আজিৰ পুৱাৰে পৰা শৰীৰৰ কিছু অশান্তিৰ যোগ দেখা যায়। মানসিক অশান্তিও হ’ব পাৰে। প্রেম-প্রীতি আৰু সাংসাৰিকত দুশ্চিন্তা কাৰক। শিক্ষার্থীৰ উৎকণ্ঠা বৃদ্ধিৰ যোগ। সাহিত্য, সংস্কৃতি, ক্ৰীড়াৰ স’তে জড়িত লোকৰ উন্নতি কাৰক। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত সামান উন্নতি হ’ব।

বৃষঃ বৃষ ৰাশিৰ আজিৰ শাৰীৰিক দিশত শুভ কাৰক। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত সুখ-শান্তি লাভ। শিক্ষাৰ্থীৰ নতুন চিন্তাই অশান্তি দিব। শিল্পী, সাহিত্যিক, সমাজকর্মী আৰু সংবাদকর্মীয়ে কিছু সফলতা পাব। আর্থিক, কর্ম আৰু বাণিজ্যত কিছু উন্নতি হ’ব।

মিথুনঃ মিথুন ৰাশিৰ আজিৰ শাৰীৰিক দিশত শুভ কাৰক। শত্ৰুৰ পৰা অশান্তি হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উন্নতি কাৰক যোগ। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ কিছু সফলতা লাভ। ৰাজনীতিক, সমাজকর্মী আৰু সংবাদকর্মীৰ শুভ কাৰণ। কর্ম, বাণিজ্য আৰু আৰ্থিকত উন্নতি কাৰক।

কৰ্কটঃ কৰ্কট ৰাশিৰ আজিৰ পুৱাৰ পৰা শৰীৰৰ পীড়া হ’ব পাৰে। সন্তানৰ পৰা সুখ লাভৰ যোগ। প্ৰেম আৰু পাৰিবাৰিকত মধ্যম। শিক্ষার্থীৰ মনৰ উৎসাহ বাঢ়িব। সাহিত্য, সংস্কৃতি, ক্রীড়াত জড়িতসকলৰ কিছু আর্থিক লাভ হ’ব পাৰে। ৰাজনীতি আৰু সমাজসেৱাত জড়িত লোকৰ অশান্তি হ’ব পাৰে। কৰ্ম, বাণিজ্য আৰু আৰ্থিকতা শুভ কাৰক।

সিংহঃ সিংহ ৰাশিৰ আজিৰ শৰীৰৰ সুস্থতাৰ যোগ। মানসিক, প্ৰেম আৰু পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষার্থীৰ মনৰ উদ্বিগ্নতা বাঢ়িব। ক্রীড়া, সাহিত্য, সংস্কৃতিত যুক্তসকলৰ কিছু উন্নতি কাৰক হ’ব। সমাজকর্মী আৰু ৰাজনীতিকৰ লাভৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভ কিছু বাঢ়িব।

কন্যাঃ কন্যা ৰাশিৰ আজিৰ শৰীৰ আৰু মনৰ অসন্তুষ্টি কাৰক হ’ব। প্রেম প্রীতি আৰু সাংসাৰিক দিশত মধ্যমীয়া। শিক্ষার্থীৰ অধ্যয়নৰ প্ৰতি ধাউতি বৃদ্ধি পাব। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ উন্নতিমূলক। আর্থিক, বাণিজ আৰু কৰ্মত কিছু লাভজনক হ’ব।

তুলাঃ তুলা ৰাশিৰ আজিৰ শাৰীৰিক অসুস্থতাৰ কাৰক হ’ব। মানসিক, প্রেম আৰু পাৰিবাৰিক সুখ-শান্তি বিঘ্নিত হ’ব পাৰে। শিক্ষার্থী উচ্চ বিদ্যাৰ ক্ষেত্ৰত হতাশাগ্রস্ত হ’ব পাৰে। শিল্পী, সাহিত্যিক, ক্রীড়াবিদ, সংবাদকর্মীৰ অশান্তি হ’ব পাৰে। আর্থিক, বাণিজ্য আৰু কৰ্মত সামান্য উন্নতি কাৰক।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজিৰ আগবেলাৰ পৰা শৰীৰৰ বাবে শুভ কাৰণ যদিও মনৰ অস্থিৰতা বাঢ়িব। প্রেম-প্রীতি আৰু সাংসাৰিকত কিছু অশান্তি থাকিব। শিক্ষার্থীৰ অধ্যয়নৰ ক্ষেত্ৰত শুভ যোগ। শিল্পী, সাহিত্যিক, খেলুৱৈৰ মানসিক চিন্তা বুদ্ধি হ’লেও উন্নতিৰ যোগ। সাংবাদিক আৰু সমাজকর্মত যুক্তসকলৰ কষ্ট হ’ব পাৰে। আৰ্থিক আৰু কৰ্মক্ষেত্ৰত কিছু শুভ ফল পান।

ধনুঃ ধনু ৰাশিৰ আজিৰ শাৰীৰিক শুভ কাৰক হ’ব। মানসিক অশান্তি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শিক্ষার্থী, শিল্পীৰ মনৰ উৎসাহ বাঢ়িব। ৰাজনীতিকৰ সম্মান লাভৰ কাৰক। বুদ্ধিজীৱী, সমাজকৰ্মীৰ সফলতা লাভৰ যোগ। কৰ্ম, বাণিজ্য আৰু আর্থিকত উন্নতি হ’ব।

মকৰঃ মকৰ ৰাশিৰ আজিৰ পুৱাৰে পৰা শৰীৰৰ অশান্তি কাৰক। আর্থিক লাভে মনৰ শাস্তি বঢ়াব। প্রেম-প্রীতি আৰু পাৰিবাৰিক ক্ষেত্ৰত শুভ কাৰক। শিক্ষার্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত অস্থিৰতা বৃদ্ধি পাব। সাহিত্য, সংস্কৃতিত যুক্তসকলৰ সফলতা লাভৰ যোগ। কর্মক্ষেত্র আৰু বাণিজাত লাভ বাঢ়িব।

কুম্ভঃ কুম্ভ ৰাশিৰ আজিৰ শৰীৰৰ সুস্থতাৰ যোগ। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শান্তি লাভ হ’ব। শিক্ষার্থীৰ মনত কিছু দুশ্চিন্তা হ’ব পাৰে। সাহিত্য, সংস্কৃতি, ক্রীড়াৰ লগত জড়িতসকলৰো উন্নতিৰ যোগ। কর্মক্ষেত্র, বাণিজ্য আৰু আৰ্থিকত কিছু লাভদায়ক হ’ব।

মীনঃ মীন ৰাশিৰ আজিৰ পুৱাৰে পৰা শৰীৰৰ কিছু অশান্তি কাৰক হ’ব। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিকত শুভ। শিক্ষার্থী আৰু শিল্পীৰ সফলতাৰ যোগ যদিও অশান্তিও থাকিব। সাহিত্য, সংস্কৃতি আৰু ক্ৰীড়াৰে যুক্ত লোকৰ সামান্য উন্নতি কাৰক হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতা লাভৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু উন্নতি হ’ব পাৰে।

Previous Post

মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰীৰ তিনি শীর্ষ স্থানপ্রাপ্ত ছাত্ৰ-ছাত্ৰীক ৰাজ্যপালৰ সম্বৰ্ধনা

Next Post

আজি আস্থা ভোটৰ সন্মুখীন হব লাগিব একনাথ সিন্দেই

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

October 3, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাাশিফল

October 2, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

October 1, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 30, 2023
এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 29, 2023
এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 28, 2023
Next Post
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে একনাথ সিন্দেয়ে

আজি আস্থা ভোটৰ সন্মুখীন হব লাগিব একনাথ সিন্দেই

গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS গোটৰ বান সাহায্য বিতৰণ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS গোটৰ বান সাহায্য বিতৰণ

অসম পালেহি অমিত শ্বাহঃ কেইবাটাও কাৰ্যসূচীত কৰিব অংশগ্ৰহণ

পৰৱৰ্তী ৪০ বছৰ ভাৰতত বিজেপিৰ যুগ চলিবঃ অমিত শ্বাহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8