• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
July 3, 2022
in দৈনিক ৰাশিফল
1 min read
0
Daily Horoscope
Share on FacebookShare on Twitter

মেষঃ মেষ ৰাশিৰ বাবে দিনটো শৰীৰ সুস্থতাৰ যোগ। পৰিয়ালত অলপ মানসিক অশান্তি হ’ব পাৰে। প্রেম-প্রীতিত শুভ কাৰক। উৎসাহ-উদ্দীপনা বৃদ্ধি পাব। সাহিত্যিক, কিছু উন্নয়নমূলক কর্মত আগবাঢ়িব। ৰাজনীতিক আৰু সমাজকর্মীৰ কর্মত উন্নতিৰ যোগ। আর্থিকত অভাব থাকিব যদিও বাণিজ্য আৰু কর্মত সামান্য উন্নতি হব।

বৃষঃ বৃষ ৰাশিৰ বাবে দিনটো শৰীৰৰ কিছু অশান্তি হ’ব পাৰে। পৰিয়ালত কোনো কাৰণত অশান্তি হ’ব পাৰে। প্রেম-প্রীতিত অশুভ কাৰক হব পাৰে। শিক্ষার্থীৰ মনৰ আনন্দ আৰু আগ্রহ বাঢ়িব। সাহিত্যিক খেলুৱৈ আৰু শিল্পীৰ কিছু শুভ কাৰক যোগাযোগ হ’ব। ৰাজনৈতিক আৰু সমাজকর্মী চিন্তিত হ’ব। আর্থিক, বাণিজ্য আৰু কৰ্মত কিছু উন্নতি হ’ব।

মিথুনঃ মিথুন ৰাশিৰ বাবে দিনটো শাৰীৰিক ক্ষেত্রত সু-স্বাস্থ্যৰ যোগ যদিও মানসিক চিন্তা-ভাবনা বৃদ্ধি পাব। প্রেম-প্রীতি আৰু পাৰিবাৰিকত শুভ-কাৰক। বিদ্যার্থীৰ উচ্চ শিক্ষাৰ চিন্তা বৃদ্ধি আৰু উৎসাহ বাঢ়িব পাৰে। শিল্পী, সাহিত্যিকৰ অস্থিৰতাৰ মাজতো নতুন কৰ্মৰ যোগাযোগত সফল হব। ৰাজনীতিক, সংবাদকর্মী আৰু সমাজকৰ্মীৰ উন্নতিমূলক। আর্থিক, বাণিজ্য আৰু কৰ্মত কিন্তু হলেও লাভৰ যোগ।

কৰ্কটঃ কৰ্কট ৰাশিৰ বাবে দিনটো শাৰীৰিক দিশত কিছু শুভ কাৰক হ’ব। পাৰিবাৰিক অশাস্তিয়ে মনত আঘাত দিব পাৰে। প্রেম-প্রীতিত অশান্তি বাঢ়িব। শিক্ষার্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত সফলতাৰ যোগ। শিল্পী, সাহিত্যিকৰো মনৰ কিছু উন্নতিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ লাভৰ কাৰক। আর্থিক, বাণিজ্য আৰু কৰ্মত সামান্য শুভ কাৰক হ’ব।

সিংহঃ সিংহ ৰাশিৰ বাবে দিনটো শাৰীৰিক ক্ষেত্ৰত মধ্যমীয়া কাৰক। সামান্য ৰোগ হ’ব পাৰে। মনৰো অশান্তি বাঢ়িব পাৰে। প্রেম প্রীতি আৰু সাংসাৰিকত শুভ। শিক্ষার্থীৰ মনৰ আশামতে আগবাঢ়িব পাৰিব। শিল্পী, সাহিত্যিকৰ মনত অশান্তি থাকিলেও কিছু সুফলো পোৱাৰ যোগ। সমাজসেৱা, ৰাজনীতি আৰু সংবাদসেৱাত জড়িতসকলৰ কিছু নতুন উদ্যম বাঢ়িব। কর্ম, বাণিজ্য আৰু আৰ্থিকত মধ্যমীয়া কাৰক।

কন্যাঃ কন্যা ৰাশিৰ বাবে দিনটো শাৰীৰিক ক্ষেত্ৰত শুভকাৰক। মানসিক অশান্তিৰ ফলত হতাশা আহিব পাৰে। প্ৰেম-প্রীতি আৰু সাংসাৰিক ক্ষেত্রত শুভ। শিক্ষার্থীয়ে উচ্চ শিক্ষাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাত খেলিমেলি হ’ব পাৰে। শিল্পী, সাহিত্যিক আৰু সংবাদকর্মীয়ে কিছু সফলতা পাব। ৰাজনীতিকৰ চিন্তা বৃদ্ধিৰ যোগ। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত কিছু লাভবান হ’ব।

তুলাঃ তুলা ৰাশিৰ বাবে দিনটো শৰীৰৰ শুভ কাৰক। মনৰ উৎসাহ বৃদ্ধিৰ যোগ। প্রেম-প্রীতি, ঘৰুৱা দিশত শুভ কাৰক। শিক্ষার্থীসকলৰ মনৰ উৎসাহ বৃদ্ধি পাব। সাহিত্যিক, শিল্পী, খেলুৱৈৰ চিন্তাৰ মাজতো নতুন শুভ কামত আগবাঢ়িব। ৰাজনীতিক, সমাজসেৱীৰ অৰ্থলাভৰ যোগ। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত উৎসাহিত হ’ব।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ বাবে দিনটো শাৰীৰিক সুস্থতাৰ যোগ। মনৰ অসন্তুষ্টি বৃদ্ধি হ’ব পাৰে। প্রেম-প্রীতি আৰু সাংসাৰিকত শুভাশুভ | মিশ্ৰিত প্ৰভাৱ পৰিব। শিক্ষার্থীৰ আনন্দৰ মাজতো উচ্চ শিক্ষাৰ চিন্তাই অশান্তি দিব। সাহিত্যিক, শিল্পীৰ নতুন কৰ্মৰ পৰিকল্পনাত ব্যক্তৃতাৰ যোগ। ৰাজনীতিক, সমাজকৰ্মীৰ দুশ্চিন্তা হ’ব। কর্ম বাণিজ্য আৰু আর্থিকত সামান্য লাভ হ’ব।

ধনুঃ ধনু ৰাশিৰ বাবে দিনটো শৰীৰৰ সুস্থতাৰ কাৰক। মানসিক ক্ষেত্ৰত শুভ কাৰক। প্ৰেম-প্রীতি আৰু পাৰিবাৰিক ক্ষেত্ৰত সামান্য অশান্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ মনৰ দুশ্চিন্তা আঁতৰিব। সাহিত্যিক, আৰু শিল্পীৰ নিৰাশাৰ মাজতো কিছু আশাব্যঞ্জক খবৰ লাভ কৰিব। ৰাজনীতিক, সমাজকৰ্মীৰ লাভৰ যোগ। আর্থিক, কর্ম বাণিজ্যত কিছু লাভৰ কাৰক।

মকৰঃ মকৰ ৰাশিৰ বাবে দিনটো শৰীৰৰ সামান্য অশান্তি হলেও বিশেষ চিন্তাৰ কাৰণ নহয়। মানসিক চিন্তা থাকিব। প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষার্থীৰ নতুন পৰিকল্পনাত কিছু অশান্তি হ’ব পাৰে। সাহিত্যিক, শিল্পীৰ মানসিক অশান্তিৰ যোগ। আর্থিক ব্যবসায় আৰু কৰ্মত কিছু লাভৱান হ’ব।

কুম্ভঃ কুম্ভ ৰাশিৰ বাবে দিনটো শাৰীৰিক দিশত সুস্থতাৰ কাৰক। মানসিক চিন্তাই অশান্তি দিব পাৰে। প্রেম-প্রীতি আৰু পাৰিবাৰিক ক্ষেত্ৰত শুভাশুভ মধ্যমীয়া। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত চিন্তা বাঢ়িব। সাহিত্যিক, শিল্পী, খেলুৱৈৰ নিৰাশাৰ মাজতো উন্নতিৰ প্ৰচেষ্টা চলিব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ লাভৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু উন্নতি কাৰক।

মীনঃ মীন ৰাশিৰ বাবে দিনটো শাৰীৰিক ক্ষেত্ৰত কিছু অশান্তিৰ যোগ। মানসিক ক্ষেত্ৰত শুভ কাৰক। পৰিয়ালৰ মাজত অশান্তি হলেও প্ৰেম-প্রীতিত শুভ কাৰক। শিক্ষাৰ্থীৰ মন সন্তুষ্ট হ’ব, উচ্চ শিক্ষাৰ চিন্তা বাঢ়িব। সাহিত্যিক, শিল্পীসকলৰ উন্নতি কাৰক হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ কৰ্মত কিছু উন্নত যোগাযোগ। কর্ম, বাণিজ্য আৰু আর্থিক দিশত অলপ লাভৰ যোগ।

Previous Post

পৰৱৰ্তী ৪০ বছৰ ভাৰতত বিজেপিৰ যুগ চলিবঃ অমিত শ্বাহ

Next Post

চিনি ছেট্টীৰ শিৰত উজ্বলিল ২০২২বৰ্ষৰ ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড’ৰ খিতাপ

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

October 3, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাাশিফল

October 2, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

October 1, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 30, 2023
এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 29, 2023
এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 28, 2023
Next Post
চিনি ছেট্টীৰ শিৰত উজ্বলিল ২০২২বৰ্ষৰ ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড’ৰ খিতাপ

চিনি ছেট্টীৰ শিৰত উজ্বলিল ২০২২বৰ্ষৰ ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড’ৰ খিতাপ

ভাৰতত ন্যায়পালিকাক অৱদমনৰ চেষ্টা চলিছে: মুখ্য ন্যায়াধীশ এন ভি ৰমনা

ভাৰতত ন্যায়পালিকাক অৱদমনৰ চেষ্টা চলিছে: মুখ্য ন্যায়াধীশ এন ভি ৰমনা

কামাখ্যা মাৰ আৰ্শীবাদ লৈ গোৱা ভ্ৰমণ একনাথ সিন্দে বাহিনীৰ! সমাপ্ত হ’ব বিসম্বাদ!

আস্থা ভোটত জয়লাভ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8