• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
September 26, 2022
in দৈনিক ৰাশিফল
1 min read
0
Daily Horoscope
Share on FacebookShare on Twitter

মেষঃ মেষ ৰাশিৰ আজিৰ দিনটোত শৰীৰৰ বাবে শুভ কাৰক। মানসিক অশান্তি বৃদ্ধি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভ হ’ব। শিক্ষার্থীৰ প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে উৎসাহ বাঢ়িব। সাহিত্যিক, খেলুৱৈ, শিল্পীৰ কিছু লাভ হ’ব পাৰে। ৰাজনীতিক, সংবাদসেৱী আৰু সমাজকর্মী উৎসাহিত হ’ব। বাণিজ্য, কৰ্ম আৰু আর্থিক ক্ষেত্ৰত সামান্য উন্নতি হ’ব।

বৃষঃ বৃষ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত অসুস্থ হ’ব পাৰে। মানসিক অশান্তিও কিছু থাকিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকতো বিশেষ শুভ নহ’ব। ৰাজনীতিক আৰু সমাজকর্মী লাভবান হ’ব। শিক্ষার্থীৰ মনৰ উৎসুকতা বৃদ্ধি পাব। সাহিত্যিক, খেলুৱৈ, শিল্পীৰ কিছু শুভ কাৰক হ’ব। আর্থিক, বাণিজ্য আৰু কৰ্মত অলপ উন্নত হ’ব।

মিথুনঃ মিথুন ৰাশিৰ আজিৰ দিনটোত শৰীৰৰ শুভ কাৰক। মানসিক চিন্তাও বৃদ্ধি পাব পাৰে। প্ৰেম-প্রীতি আৰু সাংসাৰিক ক্ষেত্ৰত সুখ-শান্তি থাকিব। বিদ্যাৰ্থীৰ উৎসাহ-উদ্দীপনা বাঢ়িব যদিও শংকাও থাকিব। শিল্পী, সাহিত্যিকৰ কিছু শুভ খবৰ লাভৰ যোগ। ৰাজনীতিক, সমাজকর্মী আৰু সংবাদকর্মীৰ সুনাম লাভ। কৰ্ম, আর্থিক আৰু বাণিজ্যত বাধাৰ মাজতো কিছু লাভজনক হ’ব।

কৰ্কটঃ কৰ্কট ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অসুস্থতাৰ যোগ। মনৰো সুখ-শান্তি বিঘ্নিত হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত কিছু অশান্তি হব পাৰে। শিক্ষাৰ্থীৰ নতুন উচ্চ পৰিকল্পনাৰ যোগ। শিল্পী, সাহিত্যিক, আর্থিক সমস্যাৰ মাজতো উৎসাহ বৃদ্ধিৰ যোগ। ৰাজনৈতিক নেতা আৰু সমাজকৰ্মীৰ মনৰ আশা পূৰ্ণত ব্যৰ্থ হ’ব। আর্থিক, বাণিজ্য আৰু কৰ্মত কিছু উন্নতি হ’ব।

সিংহঃ সিংহ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ শুভ যদিও ৰক্তচাপ ৰোগীৰ অলপ অশান্তি বৃদ্ধি পাব। মানসিক ক্ষেত্ৰত শুভাশুভ মধ্যম কাৰক। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট তৎপৰতা বাঢ়িব। সাহিত্য-সংস্কৃতিত যুক্তসকলৰো অশান্তিৰ মাজেৰেও লাভৰ মুখ দেখিব। সংবাদসেৱা, সমাজকর্ম আৰু ৰাজনীতিত জড়িত। ব্যক্তিৰ উৎসাহিত হোৱাৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু উন্নতি কাৰক।

কন্যাঃ কন্যা ৰাশিৰ আজিৰ দিনটো শৰীৰৰ সুস্থতাৰ কাৰক। মানসিক ক্ষেত্ৰত শুভ যদিও হঠাতে হতাশ ভাব আহিব পাৰে। প্ৰেম আৰু পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ উন্নতি কাৰক যোগাযোগ হ’ব। শিল্পী, সাহিত্যিক আৰু সংবাদকর্মীৰ কিছু পৰিমাণে উৎসাহ বৃদ্ধি পাব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতাৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত অলপ শুভফল পাব।

তুলাঃ তুলা ৰাশিৰ আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত সু-স্বাস্থ্যৰ কাৰক যদিও চকুৰ ৰোগ হ’ব পাৰে। মানসিক ক্ষেত্ৰত উৎসাহ বাঢ়িব। পৰিয়ালত কিছু অশান্তি হ’ব পাৰে। প্ৰেম-প্রীতিত শুভ কাৰক। শিক্ষাৰ্থীৰ মনৰ চিন্তা ভাবনা বাঢ়িব। সাহিত্যিক-শিল্পীয়ে অশান্তি সত্ত্বেও উন্নতিমূলক কাম কাজত অগ্ৰসৰ হ’ব। ৰাজনীতি, সমাজসেৱাৰ লগত জড়িতসকলৰ সফলতা লাভৰ যোগ। বাণিজ্য, কৰ্ম আৰু আৰ্থিকত সামান্য লাভবান হ’ব।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজিৰ দিনটো শাৰীৰিক সুস্থতাৰ যোগ। মানসিক হতাশ হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু সাংসাৰিকত অবিশ্বাসী মনোভাবে অশান্তি বঢ়াব। শিক্ষার্থী প্রতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিত ব্যস্ত থাকিব। সাহিত্যিক আৰু শিল্পীৰ উন্নতিমূলক খবৰ লাভৰ যোগ। ৰাজনীতি আৰু সমাজকৰ্মৰ লগত জড়িতসকলৰ উন্নতি হ’ব। বাণিজ্য, কর্ম আৰু আর্থিক বাধা সত্ত্বেও কিছু লাভৱান হ’ব।

ধনুঃ ধনু ৰাশিৰ আজিৰ দিনটো শাৰীৰিক সুস্থতা আৰু উন্নতিৰ যোগ। মনৰ সামান্য অশান্তি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ অধ্যয়নত উৎসাহজনক যদিও চিন্তাও বাঢ়িব। সাহিত্য, সংস্কৃতিৰে জড়িতসকল কিছু উৎসাহিত হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ মানসিক অশান্তিৰ যোগ। আর্থিক, কৰ্ম আৰু বাণিজ্য়ত কিছু লাভৱান হ’ব।

মকৰঃ মকৰ ৰাশিৰ আজিৰ দিনটোত শাৰীৰিক সুস্থতাৰ মাজতো অলপ ভৰিৰ বিষ হ’ব পাৰে। মানসিক ক্ষেত্ৰত শুভ কাৰক। প্রেম-প্রীতি আৰু পাৰিবাৰিকত শুভ কাৰক। সাহিত্য, সংস্কৃতিৰে জড়িতসকলে হতাশাৰ মাজতো কিছু লাভৱান হ’ব। বিদ্যাৰ্থীৰ আশা সফল হোৱাৰ যোগ। আৰ্থিক, ব্যৱসায় আৰু কৰ্মত বাধা সত্ত্বেও কিছু উন্নতি হ’ব।

কুম্ভঃ কুম্ভ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ সুস্থতাৰ যোগ। মানসিক অশান্তি হ্রাস পাব। প্রেম-প্রীতি আৰু সাংসাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত অশান্তি হ’ব পাৰে। সাহিত্য, সংস্কৃতিৰে যুক্তসকল উৎসাহিত হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ হতাশা বাঢ়িব। কর্ম, বাণিজ্য আৰু আর্থিকত কিছু শুভ কাৰক হ’ব।

মীনঃ মীন ৰাশিৰ আজিৰ দিনটো শাৰীৰিক সুস্থতাৰ যোগ। পৰিয়ালত আভ্যন্তৰীণ কাৰণত মানসিক অশান্তি হ’ব পাৰে। প্ৰেম-প্রীতিত মধ্যমীয়া। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত অলপ মানসিক অশান্তি হ’ব। সাহিত্যিক, শিল্পীৰ মনত কিছু উৎসাহ বৃদ্ধি পাব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ লাভৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিক দিশত কিছু উন্নত হ’ব।

Previous Post

মুখ্যমন্ত্ৰী, পৰ্যটন মন্ত্ৰী আৰু সদগুৰুৰ বিৰুদ্ধে এজাহাৰ দাখিল!

Next Post

গুপ্তধন! আৰক্ষীয়ে খান্দি উলিয়ালে লাখে লাখে টকাৰ বাণ্ডিল

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 9, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 8, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 7, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 5, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 5, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 4, 2023
Next Post
গুপ্তধন! আৰক্ষীয়ে খান্দি উলিয়ালে লাখে লাখে টকাৰ বাণ্ডিল

গুপ্তধন! আৰক্ষীয়ে খান্দি উলিয়ালে লাখে লাখে টকাৰ বাণ্ডিল

National Games: ২৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ৩৬ সংখ্যক নেছনেল গেমছ

National Games: ২৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব ৩৬ সংখ্যক নেছনেল গেমছ

গুলাম নবী আজাদে আজি ঘোষণা কৰিব নতুন দলৰ নাম!

গুলাম নবী আজাদে আজি ঘোষণা কৰিব নতুন দলৰ নাম!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8