• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
October 13, 2022
in দৈনিক ৰাশিফল
2 min read
0
Daily Horoscope
Share on FacebookShare on Twitter

মেষঃ মেষ ৰাশিৰ বাবে দিনটো শৰীৰৰ অশান্তি হ’ব পাৰে। সন্ধিয়া ৮ বজাৰ পিচত কিছু শুভ কাৰক। মনৰো অলপ অশান্তি থাকিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া।শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ প্ৰতি আৰু পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া। ৰাজনৈতিক আৰু সামাজিক কৰ্মত থকা ব্যক্তিৰ চিন্তা বৃদ্ধি হ’ব। সাহিত্য, ক্ৰীড়া, সংস্কৃতিৰ লগত জড়িতসকলৰ আৰ্থিক উন্নয়ন হোৱাৰ যোগ। কৰ্ম আৰু আৰ্থিক দিশত লাভৱান হ’ব।

বৃষঃ বৃষ ৰাশিৰ বাবে দিনটো শাৰীৰিক ক্ষেত্ৰত অশুভ যদিও নিশা ৮ বজাৰ পিচত শুভ কাৰক হ’ব।মানসিক অশান্তিও কমিব পাৰে। প্ৰেম আৰু পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ মনৰ অসন্তুষ্টি বাঢ়িব পাৰে। সাহিত্যিক, শিল্পীৰ মনৰ আনন্দলাভৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতি কাৰক। কৰ্ম, আৰ্থিক আৰু ব্যৱসায়ত সামান্য উন্নতি হ’ব।

মিথুনঃ মিথুন ৰাশিৰ বাবে দিনটো শাৰীৰিক ক্ষেত্ৰত শুভাশুভ মধ্যমীয়া। মানসিক অশান্তি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু ঘৰুৱা দিশত শুভ। বিদ্যাৰ্থীৰ প্ৰতিযোগীতমূলক মনোভাব বৃদ্ধি পাব। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ কিছু উন্নতি কাৰক হ’ব। ৰাজনীতিকৰো অশান্তিৰ যোগ। আৰ্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত কিছু উন্নত হ’ব।

কৰ্কটঃ কৰ্কট ৰাশিৰ বাবে দিনটো শৰীৰৰ শুভ কাৰক। সন্ধিয়াৰ পৰা মনৰ যথেষ্ট উৎসাহ বৃদ্ধি পাব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত অলপ অশান্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত খেলিমেলি কাৰক হ’ব। সাহিত্য-সংস্কৃতিত যুক্তসকলৰ সফলতা লাভৰ যোগ।ৰাজনীতিকৰ কৰ্ম তৎপৰতা বাঢ়িব। কৰ্মক্ষেত্ৰ বাণিজ্য আৰু আৰ্থিক দিশত অলপ শুভ কাৰক হ’ব।

সিংহঃ সিংহ ৰাশিৰ বাবে দিনটো শৰীৰত সামান্য আঘাত বা অশান্তি হ’ব পাৰে। মনৰ চিন্তা আৰু অস্থিৰতা থাকিব। প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ মানসিক অসুস্থতাৰ যোগ। সাহিত্যিক, শিল্পী, ক্ৰীড়াবিদ নতুন কৰ্মৰ প্ৰতি আকৃষ্ট হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উৎসাহ বাঢ়িব যদিও মনৰ দুশ্চিন্তা থাকিব। কৰ্ম, বাণিজ্য আৰু আৰ্থিক ক্ষেত্ৰত কিছু শুভ কাৰক।

কন্যাঃ কন্যা ৰাশিৰ বাবে দিনটো শৰীৰৰ শুভ কাৰক হ’ব যদিও সন্ধিয়াৰ পৰা অশান্তি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভ কাৰক। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ বাবে দিনটো অলপ অশান্তি কাৰক হ’ব যদিও নিশালৈ শুভ কাৰক। বিদ্যাৰ্থীৰ মনৰ উৎসাহ-আনন্দ ব্যাহত হ’ব পাৰে। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতা লাভ। আৰ্থিক আৰু কৰ্মক্ষেত্ৰত সামান্য লাভৱান হ’ব।

তুলাঃ তুলা ৰাশিৰ বাবে দিনটো শৰীৰৰ সুস্থতাৰ কাৰক যদিও সন্ধিয়াৰ পৰা কিছু অশান্তি পাব। মানসিক দিশত সুখ-শান্তিৰ যোগ। প্ৰেম-প্ৰীতি আৰু সাংসৰিক ক্ষেত্ৰত শুভাশুভ মধ্যমীয়া কাৰক। শিক্ষাৰ্থীৰ মনৰ উচ্চ আকাংক্ষাত বাধাৰ সৃষ্টি হ’ব পাৰে। সাহিত্য, ক্ৰীড়া-সংস্কৃতিৰ লগত যুক্তসকলৰ উন্নয়নত বাধা, অশান্তিৰ যোগ। আৰ্থিক, বাণিজ্য আৰু কৰ্মত উন্নতি হ’ব।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ বাবে দিনটো শৰীৰৰ শুভ কাৰক যদিও নিশালৈ অসুস্থ হ’ব পাৰে। মনৰ অস্থিৰতাৰ কাৰক। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত অশান্তি যোগ। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত তৎপৰতা বৃদ্ধি পাব। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ মানসিক অশান্তি হ’ব পাৰে। সাহিত্য-সংস্কৃতি আৰু সমাজকৰ্মৰ লগত যুক্তসকলৰ সন্মান লাভৰ যোগ।

ধনুঃ ধনু ৰাশিৰ বাবে দিনটো শৰীৰৰ যেথেষ্ট শুভ যদিও সন্ধিয়াৰ পৰা সামান্য ৰোগাক্ৰান্ত হ’ব পাৰে। মানসিক ক্ষেত্ৰত শুভ কাৰক। প্ৰেম-প্ৰীতি আৰু সাংসৰিক দিশত সুখ-শান্তি থাকিব। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত চিন্তা বৃদ্ধি হ’ব। সাহিত্য, সংস্কৃতি, ক্ৰীড়াত জড়িত লোকৰ মান-সন্মান লাভৰ যোগ। ৰাজনৈতিক ব্যক্তি চিন্তান্বিত হ’ব। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু সফলতা লাভ কৰিব।

মকৰঃ মকৰ ৰাশিৰ বাবে দিনটো শাৰীৰিক দিশত যথেষ্ট শুভ কাৰক হ’ব। মনৰো অশান্তি কমিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক ক্ষেত্ৰত শুভ কাৰক। ক্ৰীড়া, সাহিত্য, সংস্কৃতিত যুক্তসকলৰ অস্থিৰতাৰ মাজতো সফলতা লাভৰ যোগ। বিদ্যাৰ্থীৰ প্ৰতিযোগিতামূলক মনোভাব বাঢ়িব। ৰাজনীতিকৰ লাভৰ যোগ। আৰ্থিক বাণিজ্য আৰু কৰ্মক্ষেত্ৰ শুভ কাৰক।

কুম্ভঃ কুম্ভ ৰাশিৰ বাবে দিনটো শৰীৰৰ মধ্যমীয়া কাৰক। মানসিক অশান্তি থাকিব। সন্ধিয়াৰ পৰা অসুস্থতাৰ যোগ। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ মনৰ অশান্তি হ’ব পাৰে। ক্ৰীড়া, সাহিত্য-সংস্কৃতিৰে যুক্তসকলৰ উৎসাহ বৃদ্ধি পাব। ৰাজনৈতিক সকলৰ শুভ। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত উন্নতি কাৰক।

মীনঃ মীন ৰাশিৰ বাবে দিনটো শৰীৰৰ অশান্তি হ’ব যদিও সন্ধিয়াৰ পৰা শুভ কাৰক হ’ব। মনৰ অশান্তি কিছু থাকিব। প্ৰেম-প্ৰীতি আৰু সাংসৰিক দিশত শুভ। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত কিছু অশান্তি হ’ব পাৰে। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ কৰ্মত উন্নতিমূলক হ’ব। ৰাজনৈতিক ব্যক্তিৰ সফলতাৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিক দিশত কিছু লাভৱান হ’ব।

Previous Post

গুৱাহাটীৰ যান-জঁটৰ সমস্যা সমাধানৰ বাবে Green and Active Mobility Forum ৰ পদক্ষেপ!

Next Post

ৰাষ্ট্ৰপতিৰ ভ্ৰমণসূচীক লৈ মহানগৰীত যান-বাহনৰ ক্ষেত্ৰত পথ নিৰ্দেশনা

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাাশিফল

October 2, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

October 1, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 30, 2023
এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 29, 2023
এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 28, 2023
এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 27, 2023
Next Post
আজি অসমত উপস্থিত হ’বহি NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মূ

ৰাষ্ট্ৰপতিৰ ভ্ৰমণসূচীক লৈ মহানগৰীত যান-বাহনৰ ক্ষেত্ৰত পথ নিৰ্দেশনা

কোকৰাঝাৰৰ ভাৰপ্ৰাপ্ত DTO সামেশ্বৰ ব্ৰহ্মক ৩৬ লাখ টকাসহ গ্ৰেপ্তাৰ

কোকৰাঝাৰৰ ভাৰপ্ৰাপ্ত DTO সামেশ্বৰ ব্ৰহ্মক ৩৬ লাখ টকাসহ গ্ৰেপ্তাৰ

ইউনিক’ডত পুনৰ অৱহেলিত হ’বলগীয়া হ’ল অসমীয়া ভাষা!

ইউনিক'ডত পুনৰ অৱহেলিত হ'বলগীয়া হ'ল অসমীয়া ভাষা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8