• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
May 7, 2022
in দৈনিক ৰাশিফল
1 min read
0
Daily Horoscope
Share on FacebookShare on Twitter

মেষ ৰাশি : – মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ধন সন্মান লাভ হব, মৰম লাভ হব যদিও আজি আপুনি সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
শুভ নম্বৰ :- ২, ৪ আৰু ৮
শুভ ৰং :- বগা

বৃষ ৰাশি : – বৃষ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জটিলতা বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য হব পাৰে, লগতে বন্ধু বিচ্ছেদ হোৱাৰ যোগ দেখা যায়।
শুভ নম্বৰ :- ৩, ৭ আৰু ১০
শুভ ৰং :- সেউজীয়া

মিথুন ৰাশি : – মিথুন ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব, মনৰ আশা বাঢ়িব, যদিও আজি আপুনি পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।
শুভ নম্বৰ :- ৫ আৰু ১৫
শুভ ৰং :- গুলপীয়া

কৰ্কট ৰাশি : – কৰ্কত ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে সামান্য প্ৰতাৰণা সন্মুখীন হোৱাৰ যোগ দেখা যায়।
শুভ নম্বৰ :- ৬ আৰু ১৬
শুভ ৰং :- মেৰুণ

সিংহ ৰাশি :– সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ৰোগাৰোগ্য হব,লগতে ঘৰুৱা কৰ্মত উন্নতি হব যদিও আজি আপুনি কৰ্মক্ষেত্ৰ সকলো দিশতে সজাগ হোৱাটো ভাল হব।
শুভ নম্বৰ :- ৮ আৰু ১৭
শুভ ৰং :- ৰঙা

কন্যা ৰাশি : – কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰ সামান্য জতিলতা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
শুভ নম্বৰ :- ৪ আৰু ১৮
শুভ ৰং :- কমলা

তুলা ৰাশি: – তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত কৰ্মত শুভ হব, আমোদ প্ৰমোদ ভাৱ বাঢ়িব, যদিও আজি আপুনি মনটো সামান্য অকলশৰীয়া ভাৱ অনুভৱ কৰিব পাৰে।
শুভ নম্বৰ :- ১৭ আৰু ২৭
শুভ ৰং :- মাখন

বৃশ্চিক ৰাশি: – বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব, যদিও আজি আপুনি সজাগ নহলে সামান্য প্ৰতাৰণাৰ সন্মুখীন হব পাৰে লগতে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
শুভ নম্বৰ :- ৫, ১২ আৰু ১৭
শুভ ৰং :- নীলা

ধনু ৰাশি: – ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন আগমন বাঢ়িব, লগতে আজি আপুনি সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।
শুভ নম্বৰ :- ১০ আৰু ১৬
শুভ ৰং :- বেঙুনীয়া

মকৰ ৰাশি: – মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সফল হব, পাৰিবাৰিক সুখ বাঢ়ি যদিও আজি আপুনি সজাগ নহলে মনত সামান্য আহংকৰী মনোভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
শুভ নম্বৰ :- ১১ আৰু ২২
শুভ ৰং :- ৰঙা

কুম্ভ ৰাশি: – কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত নতুনকৈ যোগাযোগৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হব।
শুভ নম্বৰ :- ৬, ১২ আৰু ১৮
শুভ ৰং :- মাখন

মীন ৰাশি :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য অশান্তিৰ ভাৱ বাঢ়িব পাৰে লগতে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
শুভ নম্বৰ :- ৪, ৮ আৰু ১২
শুভ ৰং :- মেৰুণ

Previous Post

অভিনেতা কুনাল কামৰাৰ বিৰুদ্ধে আইন উলংঘাৰ অভিযোগ

Next Post

“অসমৰ ডেকা লৰাৰ তেজৰ ফাকু বন্ধ হ’ব লাগে ” : মুখ্যমন্ত্রী

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 9, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 8, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 7, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 5, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 5, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 4, 2023
Next Post
“অসমৰ ডেকা লৰাৰ তেজৰ ফাকু বন্ধ হ’ব লাগে ” : মুখ্যমন্ত্রী

"অসমৰ ডেকা লৰাৰ তেজৰ ফাকু বন্ধ হ'ব লাগে " : মুখ্যমন্ত্রী

৯ আৰু ১০ মে’ত মহানগৰীত যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নিষেধাজ্ঞা

৯ আৰু ১০ মে’ত মহানগৰীত যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নিষেধাজ্ঞা

ক’ভিড সংক্ৰমণঃ একেখন বিদ্যালয়ৰে ৬৪গৰাকী শিক্ষাৰ্থী পজিটিভ

ক'ভিড সংক্ৰমণঃ একেখন বিদ্যালয়ৰে ৬৪গৰাকী শিক্ষাৰ্থী পজিটিভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8