• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
May 16, 2022
in দৈনিক ৰাশিফল
1 min read
0
Daily Horoscope
Share on FacebookShare on Twitter

মেষঃ মেষ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক সুস্থতাৰ যোগ। আত্মীয়ৰ বাবে মানসিক অশান্তি হ’ব পাৰে। শিক্ষার্থীৰ উচ্চ শিক্ষা ক্ষেত্ৰত সফলতা লাভ। শিল্পী, সাহিত্যিক, খেলুৱৈৰ উন্নতি সাধন হ’ব। ৰাজনীতিকৰ লাভৰ যোগ। বুদ্ধিজীবী, সমাজকর্মী অশান্তি হ’ব। আর্থিক, কৰ্ম আৰু বাণিজ্যত লাভজনক হ’ব। কৰ্ম আৰু বাণিজ্যত কিছু শুভ হ’ব যদিও আর্থিক দিশত অশুভ।
শুভ নম্বৰ :- ৬ আৰু ১৫
শুভ ৰং :- ৰঙা

বৃষঃ বৃষ ৰাশিৰ আজি পুৱা ৮ বজাৰ পৰা শাৰীৰিক ক্ষেত্রত শুভ কাৰক হ’ব। মনত অশান্তি হ’ব পাৰে। প্রেম-প্রীতি আৰু সাংসাৰিকত শুভ কাৰক। শিক্ষার্থীয়ে নতুন পৰিকল্পনা মতে সুসিদ্ধান্ত ল’ব পাৰিব। শিল্পী, সাহিত্যিক, সমাজকর্মী আৰু সংবাদকর্মীৰ কিছু উন্নতি কাৰক। কৰ্ম আৰু বাণিজ্যত কিছু শুভ হ’ব যদিও আর্থিক দিশত অশুভ।
শুভ নম্বৰ :- ২, ৪ আৰু ৬
শুভ ৰং :- নীলা

মিথুনঃ মিথুন ৰাশিৰ আজিৰ দিনটোত শাৰীৰিক ক্ষেত্ৰত সু-স্বাস্থ্যৰ কাৰক। মানসিক ক্ষেত্ৰতো শুভ। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত সুখ-শান্তি থাকিব। শিক্ষাৰ্থীৰ মনত কিছু শান্তি লাভৰ যোগ। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰো শুভ কাৰক হ’ব৷ ৰাজনীতিক, সমাজকর্মী আৰু সংবাদকর্মীৰ আশা কৰামতে উন্নতিমূলক। কর্ম, বাণিজ্য আৰু আর্থিকত কিছু উন্নতিৰ কাৰক।
শুভ নম্বৰ :- ১১ আৰু ১৪
শুভ ৰং :- গেৰুৱা

কৰ্কটঃ কৰ্কট ৰাশিৰ আজিৰ দিনটো শাৰীৰৰ অশান্তি কাৰক হ’ব যদিও মনৰ উৎসাহ বৃদ্ধি পাব। প্রেম-প্রীতি আৰু পাৰিবাৰিকত অযথা অশান্তিৰ যোগ। শিক্ষাৰ্থীৰ নতুন কর্মপৰিকল্পনাত সফলতা লাভ সাহিত্য, সংস্কৃতি, ক্রীড়াত জড়িতসকলৰ হতাশাৰ মাজতো কিছু সফলতাৰ যোগ। ৰাজনীতি আৰু সমাজসেৱাত জড়িত লোকৰ অস্থিৰতা বাঢ়িব। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু শুভ কাৰক।
শুভ নম্বৰ :- ৩ আৰু ৯
শুভ ৰং :- ডাঠ সেউজীয়া

সিংহঃ সিংহ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অলপ অশান্তিৰ কাৰক। মানসিক ক্ষেত্ৰত শুভ। প্ৰেম আৰু পাৰিবাৰিক দিশতো শুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ যোগাযোগত শুভ। ক্রীড়া, সাহিত্য, সংস্কৃতিত যুক্তসকলৰ আৰ্থিক অৱস্থা অশুভ কাৰক হ’ব। সমাজকর্মী আৰু ৰাজনীতিকৰ নতুন ব্যস্ততাৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত অলপ শুভ কাৰক।
শুভ নম্বৰ :- ৪ আৰু ৭
শুভ ৰং :- মেৰুন

কন্যাঃ কন্যা ৰাশিৰ আজিৰ দিনটোত শৰীৰ সুস্থ থাকিব। মনৰ অশান্তি অলপ হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ মানসিক উৎসাহ বৃদ্ধি পাব। সাহিত্য, সংস্কৃতিৰ লগত জড়িতসকলৰ অশান্তিৰ মাজতো নতুন কৰ্মৰ সন্ধান পাব। আর্থিক, বাণিজ্য আৰু কৰ্মত সামান্য শুভ কাৰক হ’ব।
শুভ নম্বৰ :- ৭ আৰু ১৪
শুভ ৰং :- বেঙুনীয়া

তুলাঃ তুলা ৰাশিৰ আজিৰ দিনটো শাৰীৰিক শুভাশুভ মিশ্ৰিত কাৰক। মনৰ উৎসাহ বাঢ়িব। প্রেম-প্রীতি আৰু পাৰিবাৰিকত অশান্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ মানসিকতা সুদৃঢ় হোৱাৰ যোগ। শিল্পী, সাহিত্যিক, ক্রীড়াবিদ, সংবাদকর্মীৰ উন্নয়নৰ যোগ। আর্থিক নাটনি হ’ব যদিও বাণিজ্য আৰু কৰ্মত সামান্য উন্নতি কাৰক।

শুভ নম্বৰ :- ২ আৰু ১১
শুভ ৰং :- পাতল হালধীয়া

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজিৰ দিনটো শৰীৰৰ সুস্থতাৰ যোগ। পৰিয়ালত অশান্তি আৰু দুশ্চিন্তা হ’ব পাৰে। প্রেম-প্রীতিত চিন্তাৰ যোগ শিক্ষার্থীৰ মনৰ অসন্তুষ্টি থাকিব। শিল্পী-সাহিত্যিকৰ নতুনকৈ চিন্তা বৃদ্ধি পাব। ৰাজনীতি আৰু সমাজকৰ্মত যুক্তসকলৰো শুভ কাৰক। আর্থিক দিশত মধ্যমীয়া। বাণিজ্য আৰু কৰ্মক্ষেত্ৰত কিছু উন্নত হ’ব।
শুভ নম্বৰ :- ৯ আৰু ১৮
শুভ ৰং :- নীলা

ধনুঃ ধনু ৰাশিৰ আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত শুভাশুভ মিশ্রিত ফল লাভৰ যোগ। মানসিক অশান্তি থাকিলেও পৰিয়ালৰ আৰু প্রেম-প্রীতিত শুভ। শিক্ষার্থীয়ে অধ্যয়নৰ ক্ষেত্ৰত বিশেষ দক্ষতা লাভ কৰিব। শিল্পী, সাহিত্যিক, ক্রীড়াবিদৰ মনৰ উৎসাহ বৃদ্ধিৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰ অলপ উন্নতি হ’ব পাৰে।
শুভ নম্বৰ :- ১১ আৰু ২৭
শুভ ৰং :- ৰঙা

মকৰঃ মকৰ ৰাশিৰ আজি শৰীৰত বিষজ ৰোগ হ’ব পাৰে। মানসিক প্ৰেম-প্রীতি আৰু পাৰিবাৰিকত সুখ-শান্তিৰ কাৰক। শিক্ষার্থী মনৰ উৎকণ্ঠা আৰু সন্দেহ বাঢ়িব। সাহিত্য-সংস্কৃতিত যুক্তসকলৰো সফলতাত যথেষ্ট বাধাই দেখা দিব। কর্মক্ষেত্র বাণিজ্য আৰু আর্থিক দিশত কিছু লাভৱান হ’ব।
শুভ নম্বৰ :- ১৩ আৰু ২৩
শুভ ৰং :- গুলপীয়া

কুম্ভঃ কুম্ভ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ সুস্থতাৰ যোগ। মানসিক প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ অধ্যয়ন ক্ষেত্ৰত দুশ্চিন্তা হ’ব। সাহিত্য- সংস্কৃতি, ক্রীড়াৰ লগত জড়িতসকলৰ উন্নতি কাৰক। আর্থিক ক্ষেত্ৰত চিন্তা বাঢ়িব কর্মক্ষেত্ৰ আৰু বাণিজ্যত অলপ লাভৱান হ’ব।
শুভ নম্বৰ :- ৮ আৰু ১১
শুভ ৰং :- সোণালী

মীনঃ মীন ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অসুস্থতাৰ যোগ। মন অস্থিৰতাও বৃদ্ধি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত কিছু শুভ কাৰক। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত সুযোগ লাভজ যোগ। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ মনলৈ নতুন উদ্ভাবনীমূলক চিন্তা আহিব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতাৰ যোগ কৰ্ম আৰু বাণিজ্যত সামান্য লাভ হ’ব পাৰে।
শুভ নম্বৰ :- ১৫ আৰু ১৮
শুভ ৰং :- ৰঙা

Previous Post

ইটানগৰত ভয়াৱহ ভূমিস্খলনঃ ৪ জন লোক আৱদ্ধ

Next Post

এইটো কাম কৰি ওজন হ্ৰাস, চুলি ডাঠ কেনেদৰে কৰিব! জানক

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 9, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 8, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 7, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 5, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 5, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 4, 2023
Next Post
এইটো কাম কৰি ওজন হ্ৰাস, চুলি ডাঠ কেনেদৰে কৰিব! জানক

এইটো কাম কৰি ওজন হ্ৰাস, চুলি ডাঠ কেনেদৰে কৰিব! জানক

সদ্য নিযুক্তিপ্ৰাপ্ত কনিষ্টবলসকলে ১০ হাজাৰ টকাৰ উপৰিও কি কি আনিব লাগিব প্ৰশিক্ষণৰ বাবে

সদ্য নিযুক্তিপ্ৰাপ্ত কনিষ্টবলসকলে ১০ হাজাৰ টকাৰ উপৰিও কি কি আনিব লাগিব প্ৰশিক্ষণৰ বাবে

কি আচৰিত! বাংলাদেশৰ এই গাওঁখনত ৭ বছৰ ধৰি কোনো শিশুৰ জন্ম হোৱা নাছিল

কি আচৰিত! বাংলাদেশৰ এই গাওঁখনত ৭ বছৰ ধৰি কোনো শিশুৰ জন্ম হোৱা নাছিল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8