• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ দিনটো ?

নিউজ ডেস্ক by নিউজ ডেস্ক
May 17, 2022
in দৈনিক ৰাশিফল
1 min read
0
আজিৰ দিনটোৰ ৰাশিফল
Share on FacebookShare on Twitter

মেষ ৰাশি : – মেষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মস্থানৰ পৰিবৰ্তন হব পাৰে, কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি অহংকাৰী মনোভাৱ পৰিহাৰ কৰক।

শুভ সংখ্যা- ১
শুভ ৰং- ৰঙা

বৃষ ৰাশি : – বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত দ্বায়িত্ব বাঢ়িব, প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে কৰ্মত পৰিৱৰ্তন হোৱাৰ যোগ দেখা যায়।

শুভ সংখ্যা- ৪
শুভ ৰং- বগা

মিথুন ৰাশি : – মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আলহীৰ আগমন হব, সামাজিক কৰ্মত ব্যস্ত হোৱাৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

শুভ সংখ্যা- ২
শুভ ৰং- সেউজীয়া,নীলা

কৰ্কট ৰাশি : – কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব, কৰ্মক্ষেত্ৰ নতুনত্ব আহিব পাৰে, লগতে ধন ধান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

শুভ সংখ্যা- ৩
শুভ ৰং- ৰঙা

সিংহ ৰাশি :– সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, শিক্ষক সকলৰ শুভ হব, লগতে জ্ঞান আহৰণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

শুভ সংখ্যা- ১১
শুভ ৰং- হালধীয়া

কন্যা ৰাশি : – কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত সামান্য হতাশাৰ ভাৱ বাঢ়িব পৰে,পাৰিবাৰিক দিশত নিৰাশাৰ ভাৱ বাঢ়িব পাৰে লগতে মনতো সামান্য আৱেগ অনুভূতিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

শুভ সংখ্যা- ২
শুভ ৰং- বগা

তুলা ৰাশি : – তুলা ৰাশিৰ জাতক জাতিকা সকলে আজিৰ দিনটোত প্ৰেমত শুভ হব, বিবাহ প্ৰাৰ্থী সকলৰ শুভ হব, যদিও আজি আপুনি সজাগ নহলে শৰীৰত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে লগতে সজাগ নহলে সামান্য মনোমালিন্যৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

শুভ সংখ্যা- ৪
শুভ ৰং- বগা

বৃশ্চিক ৰাশি: – বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আয় বাঢ়িব, ভ্ৰমণত শুভ হব যদিও আজি আপুনি কৰ্মক্ষেত্ৰ সকলো দিশতে সজাগ হোৱাটো ভাল হব।

শুভ সংখ্যা- ১
শুভ ৰং- হালধীয়া

ধনু ৰাশি: – ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত শুভ হব, যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰত বুদ্ধি নাশ হব পাৰে লগতে চকুৰ অসুখ হোৱাৰ যোগ দেখা যায়।

শুভ সংখ্যা- ৬
শুভ ৰং- কলা

মকৰ ৰাশি: – মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ধন সন্মান লাভ হব,লগতে প্ৰতিভা বিকাশৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

শুভ সংখ্যা- ১
শুভ ৰং- বগা

কুম্ভ ৰাশি : – কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত মনত চিন্তা বাঢ়িব, কৰ্মক্ষেত্ৰ নিৰাশাৰ ভাৱ বাঢ়িব পাৰে, লগতে আজি আপুনি সজাগ নহলে সামান্য চকুৰ অসুখ হোৱাৰ যোগ দেখা যায়।

শুভ সংখ্যা- ১
শুভ ৰং- হালধীয়া

মীন ৰাশি:– মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব পাৰে, লগতে আজি আপোনাৰ শত্ৰু নাশ হোৱাৰ যোগ দেখা যায়।
শুভ সংখ্যা- ৮
শুভ ৰং- সেউজীয়া

Previous Post

ক’ৰোনাৰ পিছত টমেট’ ফ্লু! কেৰেলাৰ জনস্বাস্থ্যলৈ ভাবুকি

Next Post

বশিষ্ঠ দেৱ শৰ্মাক আগবঢ়োৱা হ’ল মাধৱদেৱ বঁটা

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 27, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 26, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 24, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 24, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 23, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 21, 2023
Next Post
বশিষ্ঠ দেৱ শৰ্মাক আগবঢ়োৱা হ’ল মাধৱদেৱ বঁটা

বশিষ্ঠ দেৱ শৰ্মাক আগবঢ়োৱা হ'ল মাধৱদেৱ বঁটা

আজিৰে পৰা আৰম্ভ হ’ল মাজুলী-নিমাতী ফেৰী সেৱা

আজিৰে পৰা আৰম্ভ হ'ল মাজুলী-নিমাতী ফেৰী সেৱা

ধলা-শদিয়া দলঙত ফাঁট !

ধলা-শদিয়া দলঙত ফাঁট !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8