• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ দিনটো ?

নিউজ ডেস্ক by নিউজ ডেস্ক
May 19, 2022
in দৈনিক ৰাশিফল
1 min read
0
আজিৰ দিনটোৰ ৰাশিফল
Share on FacebookShare on Twitter

মেষ ৰাশি : – মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, ক্ৰিয়া ক্ষেত্ৰত শুভ হব যদিও আজি আপুনি সজাগ নহলে আপোনাৰ কৰ্মত সামান্য পৰিৱৰ্তন হোৱাৰ যোগ দেখা যায়

বৃষ ৰাশি : – বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব, মনৰ ভাৱ প্ৰকাশ কৰাৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে দেহ মনত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।

মিথুন ৰাশি : – মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আলহীৰ আগমন হব পাৰে, যদিও আজি আপুনি সজাগ নহলে মনৰ খংঙ ভাৱ বাঢ়িব পাৰে, লগতে সজাগ নহলে সামান্য অপমানিত হোৱাৰ যোগ দেখা যায়।

কৰ্কট ৰাশি: – কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত দ্বাযিত্ব বাঢ়িব, প্ৰিয় ব্যক্তিৰ আগমন হব, যদিও আজি আপুনি সজাগ নহলে আনৰ নিন্দনীয় হোৱাৰ যোগ দেখা যায়।

সিংহ ৰাশিৰ :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সফল হব, জ্ঞান লাভ হব, যদিও আজি আপুনি সজাগ নহলে প্ৰেমত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কন্যা ৰাশি : – কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত শুভ হব যদিও আজি আপুনি সজাগ নহলে মনত সামান্য অশান্তি আৰু হতাশাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

তুলা ৰাশি: – তুলা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আয় বাঢ়িব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ সন্তানৰ সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

বৃশ্চিক ৰাশি: – বৃশ্চিক ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি কৰ্মত সজাগ নহলে আনৰ নিন্দনীয় হব পাৰে লগতে সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

ধনু ৰাশি: – ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সাংবাদিক সখলৰ শুভ হব যদিও আজি আপুনি সজাগ নহলে সামান্য ব্যয় বাঢ়িব পাৰে লগতে কৰ্মত সজাগ নহলে বুদ্ধি ভ্ৰষ্ট হোৱাৰ যোগ দেখা যায়।

মকৰ ৰাশি: – মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে, মনৰ আশা ভংগ ভংগ হব পাৰে, লগতে সজাগ নহলে সামান্য ক্ষয়তি হোৱাৰ যোগ দেখা যায়।

কুম্ভ ৰাশি: – কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত ধন সন্মান লাভ হব, কৰ্মদক্ষতা বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মীন ৰাশি :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হব ,কৰ্মদক্ষতা বাঢ়িব, লগতে শত্ৰু নাশ হোৱাৰ যোগ দেখা যায়।

Previous Post

বাচন-বৰ্তনত লগা দাগ উঠোৱাৰ সহজ উপায়

Next Post

পানীৰ তলত বিদ্যালয়! দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ পিছুৱাবলৈ অনুৰোধ প্ৰশাসনৰ

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 9, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 8, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 7, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 5, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 5, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 4, 2023
Next Post
পানীৰ তলত বিদ্যালয়! দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ পিছুৱাবলৈ অনুৰোধ প্ৰশাসনৰ

পানীৰ তলত বিদ্যালয়! দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ পিছুৱাবলৈ অনুৰোধ প্ৰশাসনৰ

গুৱাহাটীকে ধৰি দেশৰ ৪০ স্থানত CBIৰ অভিযান

লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে CBIৰ নতুন গোচৰ

নৈৰ খহনীয়াত ৰাইজৰ ক্ষতি হ’লে জগৰীয়া হ’ব চৰকাৰ : অখিল গগৈ

নৈৰ খহনীয়াত ৰাইজৰ ক্ষতি হ’লে জগৰীয়া হ’ব চৰকাৰ : অখিল গগৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8