• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
May 26, 2022
in দৈনিক ৰাশিফল
1 min read
0
আজিৰ দিনটোৰ ৰাশিফল
Share on FacebookShare on Twitter

মেষ ৰাশি : – মেষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ বাঢ়িব, কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব যদিও আজি আপুনি সজাগ নহলে আপোনাৰ কৰ্মস্থান সামান্য পৰিবৰ্তন হোৱাৰ যোগ দেখা যায়।

বৃষ ৰাশি : – বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, খেতিয়ক সকলৰ সুখ বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

মিথুন ৰাশি : – মিথুন ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, কৰ্মত উন্নতি হব, লগতে আজি আপোনাৰ ব্যৱসায়িক দিশত উন্নতি হোৱাৰ যোগ দেখা যায়।

কৰ্কট ৰাশি : – কৰ্কত ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত দ্ৰব্য লাভ হব, আয় বৃদ্ধি হব, যদিও আজি আপুনি সজাগ নহলে প্ৰেমত সামান্য জতিলতা বৃদ্ধি হোৱাটো ভাল হব।

সিংহ ৰাশি :– সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।

কন্যা ৰাশি : – কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰত সামান্য সমস্যাৰ বাঢ়িব পাৰে, লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

তুলা ৰাশি: – তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত সামাজিক কৰ্মত সন্মান লাভ কৰিব, কৰ্মত শুভ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

বৃশ্চিক ৰাশি : – বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আপোনাৰ আজি সামান্য ক্ষতি হোৱাৰ যোগা দেখা যায়।

ধনু ৰাশি : – ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হব, প্ৰেমত শুভ হব, যদিও আজি আপুনি সজাগ নহলে আপোনাৰ কৰ্মত সামান্য পৰিৱৰ্তন হোৱাৰ যোগ দেখা যায়।

মকৰ ৰাশি : – মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত সম্পদ বাঢ়িব, আজি আপুনি সজাগ নহলে কৰ্মত সামান্য বাধা আহিব পাৰে লগতে শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি পোৱাৰ যোগ দেখা যায়।

কুম্ভ ৰাশি : – কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত মনত আশা বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য পৰিশ্ৰম বাঢ়িব লগতে কৰ্মক্ষেত্ৰত আজি আপোনাৰ গুৰুত্ব হ্ৰাস পোৱাৰ যোগ দেখা যায়।

মীন ৰাশি :– মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত ক্ষেত্ৰত সফল হব, লগতে আপোনাৰ শুভ সংবাদ লাভ হব যদিও আজি আপুনি সজাগ নহলে সামান্য মনত অশান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

Previous Post

৬ জুনৰ পৰা আৰম্ভ হ’ব গুৱাহাটী ক্ৰীড়া সন্থাৰ ফুটবল ছিজন, নাথাকিব বিদেশী খেলুৱৈ

Next Post

গৌৰৱঃ প্ৰথমবাৰৰ বাবে হিন্দী সাহিত্যলৈ বুকাৰ সন্মান

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 27, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 26, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 24, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 24, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 23, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 21, 2023
Next Post
গৌৰৱঃ প্ৰথমবাৰৰ বাবে হিন্দী সাহিত্যলৈ বুকাৰ সন্মান

গৌৰৱঃ প্ৰথমবাৰৰ বাবে হিন্দী সাহিত্যলৈ বুকাৰ সন্মান

গুৱাহাটীত গুলপীয়া বাছৰ সেৱা বন্ধ!

গুৱাহাটীত গুলপীয়া বাছৰ সেৱা বন্ধ!

শনিবাৰ আৰু দেওবাৰেও খোলা থাকিব নিয়োগ বিনিময় কেন্দ্ৰ

শনিবাৰ আৰু দেওবাৰেও খোলা থাকিব নিয়োগ বিনিময় কেন্দ্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8