• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
January 15, 2023
in দৈনিক ৰাশিফল
1 min read
0
আজিৰ দিনটোৰ ৰাশিফল
Share on FacebookShare on Twitter

মেষ ৰাশি : – মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, ধন ধান আগমন হব, লগতে আজি আপোনাৰ প্ৰেমত ক্ষেত্ৰত শুভ হোৱাৰ যোগ দেখা যায়।

বৃষ ৰাশি : – বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত যশস্যা বাঢ়িব,সম্পদ লাভ হব, লগতে আজি আপোনাৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মিথুন ৰাশি: – মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব, সমস্যাৰ সমাধান সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ দেহ মনত আপোনাৰ ক্লান্তি ভাৱ দুৰ হোৱাৰ যোগ দেখা যায়।

কৰ্কট ৰাশি : – কৰ্কত ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণত শুভ হব, মনৰ আশা পুৰণ হব, যদিও আজি আপুনি সজাগ নহলে দেহ মনত সামান্য আঘাট পোৱাৰ যোগ দেখা যায়।

সিংহ ৰাশি :- সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত সুখ বৃদ্ধি হব, শিক্ষক সকলৰ শুভ হব, যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰত সামান্য বিৰোধিতাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

কন্যা ৰাশি : – কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব যদিও আপোনাৰ আজি শৰীৰত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে, লগতে আজি আপুনি যি কোনো সিদ্ধান্ত গ্ৰহণ কৰোতে সজাগ হোৱাটো ভাল হব।

তুলা ৰাশি : – তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত সন্মান বাঢ়িব, লগতে কৰ্মক্ষেত্ৰত শান্তি বৃদ্ধি পোৱাৰ যোগ দেখা যায়।

বৃশ্চিক ৰাশি : – বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত সুখ বৃদ্ধি হব, ঘৰুৱা সুখ বৃদ্ধি হব, যদিও লগতে আজি আপোনাৰ কৰ্মত সন্মান বৃদ্ধি হোৱাৰ যোগা দেখা যায়।

ধনু ৰাশি : – ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত প্ৰসংশা লাভ হব, যদিও আজি আপুনি কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে, লগতে আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

মকৰ ৰাশি : – মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, সাহিত্য সেৱাত মনোনিবেশ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।

কুম্ভ ৰাশি : – কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত ধন সন্মান লাভ হব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য পৰিশ্ৰম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মীন ৰাশি :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, মনত শান্তি বাঢ়িব, লগতে আজি আপোনাৰ সম্পদ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

Previous Post

ক’ভিড সন্দৰ্ভত ৰাজ্য চৰকাৰৰ নতুন নিয়ম জাৰি

Next Post

অসমত এতিয়াই জাৰি নহয় ক’ভিড সম্পৰ্কীয় নতুন SOP

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 27, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 26, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 24, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 24, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 23, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 21, 2023
Next Post
অসমত এতিয়াই জাৰি নহয় ক’ভিড সম্পৰ্কীয় নতুন SOP

অসমত এতিয়াই জাৰি নহয় ক'ভিড সম্পৰ্কীয় নতুন SOP

হাফলঙৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ

হাফলঙৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ

ক’ভিড : বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্ত ৮৩৩৯ জন

ক’ভিড : বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্ত ৮৩৩৯ জন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8