মেষঃ মেষ ৰাশিৰ বাবে দিনটো শৰীৰৰ সুস্থ থাকিব। আনৰ বাবে মনৰ অশান্তি হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ অযথা সময় অপচয় হ’ব। সাহিত্য, সংস্কৃতি, সংবাদকৰ্মৰে যুক্তসকলৰ মনৰ অশান্তি আৰু কষ্ট হ’ব পাৰে। ৰাজনীতিক আৰু সমাজকৰ্মীৰ নতুন কৰ্মত সফলতা লাভ হ’ব পাৰে। সংখ্যাতত্ত্বৰ ফালৰ পৰা আজিৰ দিনটো কিছু শুভ কাৰক হ’ব।
বৃষঃ বৃষ ৰাশিৰ বাবে দিনটো শৰীৰৰ বৰ শুভ কাৰক নহ’ব। মানসিক অশান্তি শিৰপীড়া বাঢ়িব পাৰে। প্ৰেম-প্ৰীতি আৰু ঘৰুৱা দিশতো অশান্তি হ’ব পাৰে। বিদ্যাৰ্থীৰ প্ৰগতিত বাধকতাৰ যোগ। ক্ৰীড়া, সাহিত্য-সংস্কৃতিৰে যুক্ত লোকৰ উন্নতিতো বাধা হ’ব যদিও কিছু সুফল পোৱাৰ যোগ আছে। ৰাজনীতিক আৰু সমাজকৰ্মীৰ শুভ। কৰ্ম, আৰ্থিক আৰু বাণিজ্যত অলপ লাভ হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো মধ্যমীয়া কাৰক হ’ব।
মিথুনঃ মিথুন ৰাশিৰ বাবে দিনটো শাৰীৰিক ক্ষেত্ৰত মধ্যমীয়া হ’ব। মনৰ অশান্তি বৃদ্ধি হ’ব পাৰে। পাৰিবাৰিক আৰু প্ৰেম-প্রীতিত শুভ। শিক্ষাৰ্থীৰ মনৰ দুৰ্ভাৱনা বাঢ়িব। সাহিত্য, সংস্কৃতিৰ স’তে যুক্তসকলৰ সফলতা লাভত বাধাৰ মাজতো কিছু শান্তি লাভ। কর্মক্ষেত্র, বাণিজ্য আৰু আর্থিক দিশত কিছু লাভ হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা শুভ কাৰক হ’ব।
কৰ্কটঃ কৰ্কট ৰাশিৰ বাবে দিনটো শাৰীৰিক ৰোগ-ৰিষ্টত কষ্ট হ’ব পাৰে।প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত অশান্তি থাকিব। শিক্ষাৰ্থীৰ অশান্তিৰ মাজতে উন্নতিৰো যোগ। সাহিত্য-সংস্কৃতি-ক্ৰীড়াৰ স’তে জড়িতসকলৰ নিৰাশাৰ মাজতো লাভজনক হ’ব। আৰ্থিক, বাণিজ্য আৰু কৰ্মত সামান্য উন্নতি কাৰক। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো অতি অশুভ ফল লাভৰ যোগ।
সিংহঃ সিংহ ৰাশিৰ বাবে দিনটো শৰীৰৰত সামান্য অশান্তি, আঘাত পোৱাৰ যোগ। মনৰো অশান্তি হ’ব পাৰে। প্ৰেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাক লৈ দুশ্চিন্তা হ’ব। ক্রীড়া সাহিত্য-সংস্কৃতিৰে যুক্তসকলৰ দিনটো অশান্তি দায়ক হ’ব। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত মধ্যমীয়া। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভাশুভ মিশ্রিত কাৰক হ’ব।
কন্যাঃ কন্যা ৰাশিৰ বাবে আজিৰ দিনটো শাৰীৰিক কষ্ট বাঢ়িব পাৰে। মানসিক দিশত মধ্যমীয়া৷ প্ৰেম-পাৰিবাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ অশান্তি আৰু কষ্ট বাঢ়িব পাৰে। সাহিত্য, ক্রীড়া, সংস্কৃতিৰে যুক্তসকলৰ উন্নতিমূলক কর্মত বাধা থাকিব। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত সামান্য লাভৰ যোগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভ কাৰক।
তুলাঃ তুলা ৰাশিৰ বাবে আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত শুভাশুভ মিশ্রিত কাৰক। মনৰ কিছু দুশ্চিন্তা হ’ব। প্রেম-পাৰিবাৰিক দিশত শুভ। শিক্ষার্থীৰ নতুন আশাত খেলিমেলি হ’ব। শিল্পী, ক্রীড়াবিদ আৰু সংবাদকর্মীৰ মনৰ অশান্তি আৰু পৰিশ্ৰম বৃদ্ধিৰ যোগে লাভৰ কাৰক। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত কষ্টৰ মাজতে লাভ হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো কিছু মধ্যমীয়া হ’ব।
বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটো শাৰীৰিক কিছু উন্নতি কাৰক। প্ৰেম আৰু পাৰিবাৰিকত অশান্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ যোগাযোগত বাধা। শিল্পী-সাহিত্যিকৰ নতুন সৃষ্টিমূলক কর্মত কিছু বাধা পাব। ৰাজনৈতিক লোকৰ ব্যস্ততা বৃদ্ধি হ’ব। আর্থিক আৰু কৰ্মক্ষেত্ৰত সামান্য লাভৰ যোগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা আজিৰ দিনটো অশান্তিকৰ হ’ব।
ধনুঃ ধনু ৰাশি লোকৰ বাবে আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ হ’ব। প্রেম-প্রীতি আৰু সাংসাৰিক ক্ষেত্ৰত মধ্যমীয়া। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ সুযোগ বাঢ়িব। শিল্পী, খেলুৱৈ আৰু সমাজকৰ্মীৰ অশান্তি আৰু হতাশাৰ যোগ। আর্থিক, বাণিজ্যিক আৰু কর্মক্ষেত্ৰত কিছু লাভ হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভ কাৰক হ’ব।
মকৰঃ মকৰ ৰাশিৰ বাবে আজিৰ দিনটো শৰীৰৰ ক্ষতিকাৰক হ’ব। পাৰিবাৰিক দিশত অশান্তি হ’ব পাৰে। প্ৰেমত শুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত বাধা আঁতৰ হ’ব। সাহিত্য, সংস্কৃতি, ক্রীড়াৰে যুক্ত লোকৰ সুখ-শান্তি বৃদ্ধিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীয়ে অশান্তি পাব। বাণিজ্য, কৰ্ম আৰু আৰ্থিকত কষ্টৰ মাজতো লাভৰ যোগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো অশুভ আৰু কষ্টৰ যোগ।
কুম্ভঃ কুম্ভ ৰাশিৰ বাবে দিনটো শাৰীৰিক দিশত কিছু অশান্তি কাৰক। প্রেম-প্রীতি আৰু পাৰিবাৰিকত শুভ। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত শুভ। সাহিত্য, সংস্কৃতি, ক্রীড়াৰ লগত জড়িতসকলৰ নতুন চিন্তা-চৰ্চা অব্যাহত থাকিব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ ৰোগৰ ভয়। কর্মক্ষেত্র, আর্থিক আৰু বাণিজ্যিক দিশত কিছু লাভৰ যোগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো অশুভ কাৰক হ’ব।
মীনঃ মীন ৰাশিৰ বাবে আজিৰ দিনটো শৰীৰৰ শুভকৰক হ’ব যদিও মনৰ দুশ্চিন্তা থাকিব। প্ৰেম-প্ৰীতি, সাংসৰিকত কিছু শুভ কাৰক হ’ব। শিক্ষাৰ্থীৰ মনৰ অসন্তুষ্টি বাঢ়িব। শিল্পীৰ অশান্তিৰ মাজতো কিছু উন্নতি কাৰক। সাহিত্য, সংস্কৃতি, ক্ৰীড়াত জড়িতসকলৰো অস্থিৰতা বাঢ়িব। আৰ্থিক বাণিজ্য আৰু কৰ্মক্ষেত্ৰত সাধাৰণ উন্নতি হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো অশুভ কাৰক হ’ব।