মেষঃ মেষ ৰাশিৰ আজি শৰীৰৰ শুভ কাৰক হ’ব যদিও মনৰ চিন্তা,অশান্তি থাকিব। প্রেম-প্রীতি আৰু পাৰিবাৰিকত খেলিমেলি কাৰক হ’ব। শিক্ষার্থীৰ, মনৰ দৃঢ়তা বাঢ়িব। সাহিত্য-সংস্কৃতি, ক্রীড়াত জড়িতসকলৰৰ শুভ’ কাৰক হ’ব। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত কিছু উন্নতি কাৰক হ’ব।
বৃষঃ বৃষ ৰাশিৰ আজি শৰীৰৰ বৰ শুভ কাৰক নহ’ব। মানসিক অশান্তি আৰু কান্ধৰ ওপৰৰ ফালৰ ৰােগ হ’ব পাৰে। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশতু কিছু শুভ কাৰক হ’ব। বিদ্যার্থীৰ উচ্চ শিক্ষাত মনঃসংযােগ বৃদ্ধি হ’ব। ক্রীড়া, সাহিত্য-সংস্কৃতিৰে যুক্তসকলৰ উন্নতিৰ ক্ষেত্ৰত কিছু সুফল পােৱাৰ যােগ আছে।ৰাজনীতিক আৰু সমাজকর্মীৰ শুভ।
মিথুনঃ মিথুন ৰাশিৰ আজি শৰীৰৰ সুস্থতা, থাকিব। মানসিক অশান্তি আৰু চিন্তা হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আশাপ্রদ সফলতা সাহিত্য-সংস্কৃতি, সংবাদকর্মৰে যুক্তসকলৰ মনৰ কিছু সুখ-শান্তি লাভ হ’ব। ৰাজনৈতিক আৰু সমাজকৰ্মীৰ সফলতা লাভ হ’ব। আর্থিকত, টনাটনি থাকিব যদিও বাণিজ্য আৰু কৰ্মত কিছু আজি দুপৰীয়াৰল পৰা উন্নতি কাৰক।
কর্কটঃ কর্কট ৰাশিৰ আজি শাৰীৰিক ক্ষেত্ৰত মধ্যমীয়া যদিও সামান্য কষ্ট হ’ব পাৰে। প্রেম-প্রীতি আৰু পাৰিবাৰিকত শুভ কাৰক হ’ব। শিক্ষার্থীৰ চিন্তাৰ মাজতেই উন্নতিৰো যােগ। সাহিত্য-সংস্কৃতি, ক্রীড়া স’তে জড়িত সকলৰ উন্নতি সাধন হ’ব। ৰাজনীতিক আৰু সমাজকর্মীৰ সফলতাৰ কাৰক। আর্থিকত শুভ। বাণিজ্য আৰু কৰ্মত সামান্য উন্নতি কাৰক।
সিংহঃ সিংহ ৰাশিৰ আজি দিনটোl শৰীৰৰ ৰােগ আৰু আঘাত প্রাপ্তিৰ যােগ। মনৰ অশান্তি হ’ব পাৰে। প্রেম-প্রীতি আৰু পাৰিবাৰিকত মধ্যমীয়া হ’ব। শিক্ষার্থী উচ্চ বিদ্যাৰ ক্ষেত্ৰত দুশ্চিন্তা হব। ক্রীড়া-সাহিত্য-সংস্কৃতিৰে যুক্তসকলৰ দিনটো কিছু লাভদায়ক হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতিৰ যােগ। আর্থিকভাৱে জুৰুলা হ’ব যদিও বাণিজ্য আৰু কর্মক্ষেত্ৰত শুভকাৰক।
কন্যাঃ কন্যা ৰাশিৰ আজি শাৰীৰিক অসুস্থতাৰ যােগ। মানসিক দিশত শুভ কাৰক। প্রেম, পাৰিবাৰিকত শান্তিৰ যোেগ। শিক্ষার্থীৰ মনৰ অশান্তি বাঢ়িব পাৰে। সাহিত্য, ক্রীড়া-সংস্কৃতিৰে যুক্তসকলৰ উন্নতি কাৰক হ’ব। আর্থিক চিন্তাৰ যােগ। বাণিজ্য আৰু কর্মক্ষেত্ৰত সামান্য লাভৰ কাৰক।
তুলাঃ তুলা ৰাশিৰ আজি শাৰীৰিক ক্ষেত্ৰত শুভাশুভ মিশ্রিত কাৰক। মানসিক অশান্তি বাঢ়িব পাৰে। প্রেম-প্রীতি, আৰু সাংসাৰিক ক্ষেত্ৰত কিছু শুভ। শিক্ষার্থী উচ্চ বিদ্যাৰ ক্ষেত্ৰত কিছু অশান্তি’হ’ব। শিল্পী, ক্রীড়াবিদ আৰু সংবাদকর্মীৰ উন্নতি আৰু লাভৰ যােগ। ৰাজনৈতিক ব্যক্তিৰ দুশ্চিন্তা হ’ব পাৰে। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত কিছু লাভ হ’ব।
বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজি শাৰীৰিক ভাৱে শুভ কাৰক। মানসিক ক্ষেত্ৰত, কিছু চিন্তা থাকিব। প্ৰেম আৰু পাৰিবাৰিকত অশান্তি হ’ব পাৰে। শিক্ষার্থী উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু খেলিমেলি হ’ব। শিল্পী, সাহিত্যিকৰ নতুন সৃষ্টিমূলক কর্মত সুযােগ-সুবিধা পাব। ৰাজনৈতিক লােকৰ ব্যস্ততা বৃদ্ধি হ’ব। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত লাভৰ যােগ।
ধনুঃ ধনু ৰাশিৰ আজি শাৰীৰিক, মানসিক উভয়তে শুভ কাৰক হ’ব। প্রেম-প্রীতি আৰু পাৰিবাৰিকত সুখী হ’ব। শিক্ষার্থী উচ্চশিক্ষাৰ বাবে চিন্তা-ভাবনা, বাঢ়িব। শিল্পী, খেলুৱৈ আৰু সমাজকৰ্মীৰ সফলতাৰ যােগ। ৰাজনৈতিক ব্যক্তিৰ কষ্টৰ যােগ।আর্থিক, বাণিজ্যিক আৰু কর্মক্ষেত্ৰত লাভৱান হ’ব।
মকৰঃ মকৰ ৰাশিৰ আজি শাৰীৰিক ক্ষেত্ৰত শুভ কাৰক হ’ব। মনৰ অশান্তি কিছু হ্রাস হ’ব পাৰে। পাৰিবাৰিক আৰু প্রেম-প্রীতিত শুভ। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত চিন্তা বাঢ়িব। সাহিত্য-সংস্কৃতিৰ স’তে যুক্তসকলৰ কিছু সফলতা লাভৰ যােগ।সমাজকর্মী আৰু ৰাজনীতিকৰ কৰ্মত কিছু খেলিমেলি হ’ব।কর্মক্ষেত্র, বাণিজ্য আৰু আর্থিক দিশত লাভৱান হ’ব।
কুম্ভঃ কুম্ভ ৰাশিৰ আজি শাৰীৰিক ক্ষেত্ৰত শুভ কাৰক। মনৰ কিছু অশান্তি থাকিব। প্রেম-প্রীতি আৰু পাৰিবাৰিকত শুভ। শিক্ষার্থী উচ্চ বিদ্যাৰ ক্ষেত্ৰত শুভ। সাহিত্য-সংস্কৃতি, ক্রীড়াৰ লগত জড়িতসকলৰ নতুন চিন্তা-চৰ্চা অব্যাহত থাকিব। ৰাজনীতিক আৰু সমাজকর্মীৰ ৰােগৰ ভয়। কর্মক্ষেত্র, আর্থিক আৰু বাণিজ্যিক দিশত কিছু লাভৰ যােগ।
মীনঃ মীন ৰাশিৰ আজি শাৰীৰিক দিশত কিছু অসুস্থতা থাকিব। মনৰ কিছু অশান্তি বাঢ়িব। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত মিশ্রিত কাৰক হ’ব। শিক্ষার্থী উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু অশান্তি হব পাৰে। সাহিত্য, সংস্কৃতি, ক্রীড়াৰে যুক্ত লােকৰ উন্নতিৰ যােগ।ৰাজনীতিক আৰু সমাজকর্মীয়ে অশান্তি ভােগ কৰিব পাৰে। আর্থিক নাটনি হ’লেও বাণিজ্য আৰু কৰ্মত লাভৰ যােগ।