মেষঃ মেষ ৰাশিৰ আজিৰ দিনটোত শৰীৰ অসুস্থ হ’ব পাৰে। প্রেম-পাৰিবাৰিক দিশত শুভ কাৰক হ’ব। শিক্ষার্থী উচ্চ শিক্ষাৰ ক্ষেত্ৰত শুভ। সাহিত্যিক, শিল্পীৰ দিনটো অশান্তিৰ মাজতাে কিছু লাভৱান হ’ব পাৰে। ৰাজনৈতিক, সংবাদকর্মী আৰু সমাজকৰ্মীৰ মনৰ উৎসাহ-আনন্দ বাঢ়িব।
বৃষঃ বৃষ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ বাবে কিছু শুভ কাৰক হ’ব। মানসিক অশান্তি পােৱাৰ যোগ দেখা যায়। প্রেম আৰু পাৰিবাৰিকত শুভ কাৰক। ৰাজনীতিক আৰু সমাজকর্মীয়ে কিছু অশান্তি ভোগ কৰিব। শিক্ষার্থীৰ অধ্যয়নৰ প্ৰতি ধাউতি বাঢ়িব। সাহিত্যিক,শিল্পীৰ কিছু পৰিমাণে শুভ কাৰক হ’ব।
মিথুনঃ মিথুন ৰাশিৰ আজিৰ দিনটোত শৰীৰৰ অসুস্থতাৰ কাৰক। মনৰ হতাশা কিছু থাকিব। বিদ্যার্থী অধ্যয়নত মনােনিবেশ কৰাত ব্যর্থ হব। শিল্পী, সাহিত্যিকৰ কিছু উন্নতি কাৰক হ’ব। ৰাজনৈতিক,সমাজকর্মী আৰু সংবাদকর্মীৰ ব্যস্ততা বৃদ্ধি সফলতা লাভৰ যােগ।
কর্কটঃ কৰ্কট ৰাশিৰ আজিৰ দিনটো শাৰীৰিক অসুস্থতাৰ যােগা। প্রেম আৰু পাৰিবাৰিকত অশান্তি থাকিব। শিক্ষার্থীৰ মনৰ অসন্তুষ্টি থাকিব। শিল্পী, সাহিত্যিকৰ যিকোনাে সমস্যাৰ মাজতে উৎসাহ বৃদ্ধিৰ যােগ। ৰাজনৈতিক নেতা আৰু সমাজকর্মী উৎসাহিত হব।
সিংহঃ সিংহ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ সুস্থতাৰ যােগ। মনৰ অশান্তি কিছু হ্ৰাস হব। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষার্থীৰ সুখবৰ লাভৰ যােগ। সাহিত্য-সংস্কৃতিত যুক্তসকলৰ লাভবান হােৱাৰ যােগ। সংবাদসেৱী, সমাজকর্মী আৰু ৰাজনীতিক ব্যক্তিৰ উপকৃত হ’ব।
কন্যাঃ কন্যা ৰাশিৰ আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ কাৰক। মানসিক ক্ষেত্ৰত নিশালৈ হতাশা আহিব পাৰে। প্রেম-প্রীতি আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষার্থীৰ সুনাম অর্জনৰ যােগ। শিল্পী,সাহিত্যিক আৰু সংবাদকর্মীৰ উৎসাহ পাব। ৰাজনীতিক সফলতাৰ যােগ।
তুলাঃ তুলা ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অসুস্থতাৰ কাৰক যদিও নিশালৈ শুভ হ’ব। প্রেম-প্রীতি আৰু সাংসাৰিক ক্ষেত্ৰত শুভ। শিক্ষার্থীৰ মনত কিছু সন্দেহ থাকিব। সাহিত্যিক, শিল্পীয়ে উন্নতিমূলক কাম-কাজত জড়িত হ’ব। ৰাজনীতি, সমাজসেৱাৰ লগত জড়িতসকলৰ সফলতা লাভ।
বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজিৰ দিনটো শৰীৰৰ সুস্থতাৰ যোগ। প্রেম-প্রীতি, সাংসাৰিকত কিছু অশান্তি হ’ব। শিক্ষার্থী অধ্যয়নৰ ক্ষেত্ৰত চিন্তা বৃদ্ধি পাব। সাহিত্যিক আৰু শিল্পীৰ উন্নতিমূলক খবৰ লাভৰ যােগ। ৰাজনীতি আৰু সমাজকৰ্মৰ লগত জড়িতসকলৰ অশান্তি হব।
ধনুঃ ধনু ৰাশিৰ আজিৰ দিনটো শৰীৰৰ শুভ কাৰক যদিও মানসিক অশান্তিৰ যােগ। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত মধ্যমীয়া। শিক্ষার্থী উচ্চ বিদ্যাৰ ক্ষেত্ৰত উন্নতিৰ যোগ। সাহিত্য, সংস্কৃতিৰ জড়িত লােকৰ কিছু উন্নতি হ’ব। ৰাজনীতিক আৰু সমাজকর্মীৰ মানসিক অশান্তিৰ যোগ। আর্থিকত মধ্যমীয়া।
মকৰঃ মকৰ ৰাশিৰ আজিৰ দিনটোত শৰীৰৰ অশান্তি হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰিকত মধ্যমীয়া কাৰক। শিক্ষার্থীৰ শুভ কাৰক । সাহিত্য, সংস্কৃতিৰে জড়িতসকলে দিনটো আনন্দত কটাব পাৰিব। আর্থিক, ব্যৱসায় আৰু কৰ্মত লাভৱান হ’ব৷ সংবাদকর্মীৰ উৎসাহ বঢ়াৰ লগতে ৰাজনীতিক সফলতাৰ যােগ।
কুম্ভঃ কুম্ভ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অশান্তি কাৰক। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত কিছু শুভ কাৰক। শিক্ষার্থী অধ্যয়নৰ ক্ষেত্ৰত কিছু অশান্তিৰ কাৰক। সাহিত্য, সংস্কৃতিৰে যুক্তসকল উৎসাহিত হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উৎসাহ বাঢ়িব। কর্ম, বাণিজ্য আৰু আৰ্থিকত শুভ কাৰক হ’ব।
মীনঃ মীন ৰাশিৰ আজিৰ দিনটো শাৰীৰিক সুস্থতাৰ যােগ। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষার্থীৰ লাভৰ যােগ। সাহিত্যিক, শিল্পীৰ কিছু অশান্তি থাকিলেও উৎসাহ বৃদ্ধি পাব। ৰাজনীতিক আৰু সমাজকর্মীৰ সফলতা লাভৰ যােগ। কর্ম, বাণিজ্য আৰু আর্থিক দিশত লাভৱান হ’ব।