• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
June 13, 2022
in দৈনিক ৰাশিফল
1 min read
0
Daily Horoscope
Share on FacebookShare on Twitter

মেষঃ মেষ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক দিশত শুভ কাৰক হ’ব। মনৰ অশান্তি থাকিব পাৰে। পৰিয়ালৰ অশান্তিৰ যােগ শিক্ষার্থী, সাহিত্যিক, শিল্পী, খেলুৱৈৰ নিৰাশাৰ মাজততা শুভ কাৰক প্রচেষ্টা চলিব। ৰাজনৈতিক আৰু সমাজকর্মীৰ অশান্তিৰ মাজেৰেও লাভৰ যােগ। কর্ম, বাণিজ্য আৰু আর্থিক অলপ উন্নতি কাৰক। প্ৰেমত হতাশাৰ যােগ।
শুভ নম্বৰ :- ১০ আৰু ১৮
শুভ ৰং :- পাতল সেউজীয়া

বৃষঃ বৃষ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ উন্নতি কাৰক। মানসিক দিশত নিৰাশ হ’ব পাৰে। আর্থিক, কৰ্ম আৰু বাণিজ্যত লাভ। প্রেম-পাৰিবাৰিক দিশত অশুভ। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ নিৰাশাৰ মাজতে কিছু আশাব্যঞ্জক উৎসাহ বাঢ়িব। ৰাজনৈতিক, সমাজকর্মীৰ মানসিক দুশ্চিন্তা সত্ত্বেও লাভৰ যােগ।
শুভ নম্বৰ :- ২৬ আৰু ২৮
শুভ ৰং :- নীলা

মিথুনঃ মিথুন ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত শৰীৰ দিশত শুভ যদিও মনৰ বিভিন্ন অশান্তি আৰু দুশ্চিন্তা থাকিব পাৰে। প্ৰেম আৰু পাৰিবাৰিকত শুভ। আর্থিক, বাণিজ্য আৰু কৰ্মত বাধাৰ মাজতাে লাভৰ যােগ। বিদ্যার্থী, শিল্পী, সাহিত্যিকসকলৰ অস্থিৰতা সত্ত্বেও নতুন উন্নত যােগাযােগ হ’ব। ৰাজনৈতিক আৰু সমাজকৰ্মীৰ উন্নতিৰ যােগ।
শুভ নম্বৰ :- ৩, ৯ আৰু ১২
শুভ ৰং :- ধোঁৱা বৰণীয়া

কৰ্কটঃ কৰ্কট ৰাশিসকলৰ আজি শাৰীৰিক ৰোগ-ৰিষ্টৰ কাৰক। মনৰ অশান্তি থাকিব। প্ৰেম আৰু পাৰিবাৰিকত শুভ। শিক্ষার্থী, শিল্পী, সাহিত্যিকৰ অস্বস্তি মাজতো আশাৰ যােগ। আর্থিক বাণিজ্য আৰু কৰ্মত অলপ শুভফল পাব। ৰাজনীতিক আৰু সমাজকর্মীৰ লাভ হ’ব।
শুভ নম্বৰ :- ১১ আৰু ১৬
শুভ ৰং :- সুমথিৰা

সিংহঃ সিংহ ৰাশিসকলৰ আজিৰ দিনটো শাৰীৰিক কিছু শুভ কাৰক। কোনাে কথাত মনৰ অশান্তি বৃদ্ধি হব পাৰে। শিক্ষার্থী, শিল্পীৰ মনত অশান্তি থাকিলেও কিছু সুফল লাভ হব পাৰে। সমাজসেৱা, ৰাজনীতি আৰু সংবাদসেৱাত যুক্তসকলৰ কিছু অশান্তি থাকিব। কর্ম, বাণিজ্য আৰু আর্থিকত আংশিক লাভৰ যােগ। প্ৰেম আৰু সাংসাৰিক শুভ।
শুভ নম্বৰ :- ৭ আৰু ৯
শুভ ৰং :- পাতল হালধীয়া

কন্যাঃ কন্যা ৰাশিসকলৰ আজিৰ দিনটো শাৰীৰিক, মানসিক দিশত শুভ। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত কষ্টৰ যােগেৰে লাভ হ’ব। শিক্ষার্থী, শিল্পী, সাহিত্যিক আৰু সংবাদকর্মীসকলে কিছু সফলতা পাব। ৰাজনৈতিকৰ চিন্তা বৃদ্ধিৰ যােগ।
শুভ নম্বৰ :- ৮ আৰু ১২
শুভ ৰং :- ৰঙা

তুলাঃ তুলা ৰাশিৰ আজিৰ দিনটো শৰীৰৰ কিছু অশান্তি থাকিব। মনতাে চিন্তা, হতাশাৰ যােগ। প্রেম-প্রীতি, ঘৰুৱা দিশত শুভ। শিক্ষার্থী,সাহিত্যিক, শিল্পীৰ অশান্তিৰ মাজেৰে নতুন কামত আগবাঢ়িব।ৰাজনীতিক, সমাজসেৱীৰ লাভৰ যােগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা আজিৰ দিনটো মিশ্রিত কাৰক হ’ব।
শুভ নম্বৰ :- ১৩ আৰু ২৭
শুভ ৰং :- বগা

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজিৰ দিনটো শৰীৰৰ উন্নতিৰ যােগ যদিও চঞ্চলতা বৃদ্ধিৰ যােগ। মন ভাগৰুৱা হ’ব পাৰে। অলপ বিষাদৰাে যােগ আছে। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ নিৰাশাৰ মাজতাে নতুন পৰিকল্পনা মতে আগবাঢ়িব। কর্ম, বাণিজ্য আৰু আর্থিকত সামান্য লাভৰ যােগ। ৰাজনৈতিক, সমাজকর্মীৰ অযথা ক্ষতি হ’ব পাৰে। প্রেম-প্রীতি আৰু সাংসাৰিকত শুভ কাৰক।
শুভ নম্বৰ :- ২, ৬ আৰু ৮
শুভ ৰং :- গুলপীয়া

ধনুঃ ধনু ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো শৰীৰৰ বাবে শুভ কাৰক। মনৰ কিছু অশান্তি হ’ব পাৰে। শিক্ষার্থীৰ উচ্চ শিক্ষাত কিছু বাধা আহিব। সাহিত্যিক, শিল্পীৰ শুভ সংযােগ লাভ। ৰাজনীতিক, আৰু সমাজকৰ্মীৰ কৰ্মত উৎসাহ বৃদ্ধি হ’ব। প্রেম,আৰু পাৰিবাৰিক দিশত অলপ অশান্তি থাকিব। আর্থিক, বাণিজ্যিক আৰু কৰ্মত অলপ উন্নতি হ’ব।
শুভ নম্বৰ :- ৫ আৰু ১০
শুভ ৰং :- আকাশী নীলা

মকৰঃ মকৰ ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত শৰীৰৰ সুস্থতাৰ যােগ। মানসিক অশান্তি কিছু থাকিলেও পাৰিবাৰিক আৰু প্রেম-প্রীতিত শুভ। আর্থিক, বাণিজ্যিক আৰু কৰ্মত সামান্য উন্নতি। শিক্ষার্থীসকলৰ শুভ। শিল্পীসকল কিছু উন্নয়নমূলক কামত আগবাঢ়িব। ৰাজনীতিক আৰু সমাজকর্মীৰ নতুন লাভজনক কামত আগবাঢ়িব।
শুভ নম্বৰ :- ৬ আৰু ৯
শুভ ৰং :- গুলপীয়া

কুম্ভঃ কুম্ভ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক আৰু মানসিক দিশত অশান্তি কমিব পাৰে। কর্ম, বাণিজ্য আৰু আর্থিক দিশত অলপ শুভ কাৰক। শিক্ষার্থী, সাহিত্যিক, শিল্পীসকলৰ হতাশাৰ মাজতাে উন্নতিৰ কাৰক। ৰাজনৈতিক আৰু সমাজকর্মীৰ উন্নতিৰ যােগা।
শুভ নম্বৰ :- ৫ আৰু ১৫
শুভ ৰং :- কলা আৰু নীলা

মীনঃ মীন ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অশান্তিৰ যােগ। মনৰ সাহস অক্ষুন্ন থাকিব। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ মানসিক অশান্তি কাৰক। প্রেম-পাৰিবাৰিকত অশুভ কাৰক। যথেষ্ট কষ্টৰে আর্থিক ব্যৱসায় আৰু কর্মক্ষেত্ৰত লাভৱান হ’ব।
শুভ নম্বৰ :- ৪, ৮ আৰু ১৬
শুভ ৰং :- মেৰুণ

Previous Post

শ্ৰীলংকাৰ খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে লাভ কৰিলে ICC প্লেয়াৰ অফ দা মান্থ

Next Post

মহানগৰীত ভূমিস্খলনৰ ফলত ৪ জনৰ মৃত্যু

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 27, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 26, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 24, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 24, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 23, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 21, 2023
Next Post
মহানগৰীত ভূমিস্খলনৰ ফলত ৪ জনৰ মৃত্যু

মহানগৰীত ভূমিস্খলনৰ ফলত ৪ জনৰ মৃত্যু

আজি পুনৰ EDৰ কাৰ্যালয়ত উপস্থিত হ’ব লাগিব ৰাহুল গান্ধী!

আজি পুনৰ EDৰ কাৰ্যালয়ত উপস্থিত হ’ব লাগিব ৰাহুল গান্ধী!

বিড়ম্বনা! পানীৰ তলত মহানগৰী!

বিড়ম্বনা! পানীৰ তলত মহানগৰী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8