• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
June 14, 2022
in দৈনিক ৰাশিফল
1 min read
0
Daily Horoscope
Share on FacebookShare on Twitter

মেষঃ মেষ ৰাশিৰ জাতক-জাতিকাৰ আজি আগবেলাৰে পৰা শৰীৰৰ বাবে শুভ যদিও মনৰ অস্থিৰতা বাঢ়িব। প্রেম-প্রীতি আৰু সাংসাৰিকত কিছু অশান্তি থাকিব। শিক্ষার্থীৰ অধ্যয়নৰ ক্ষেত্ৰত শুভ যোগ। শিল্পী, সাহিত্যিক, খেলুৱৈৰ মানসিক চিন্তা বুদ্ধি হ’লেও উন্নতিৰ যোগ। সাংবাদিক আৰু সমাজকর্মত যুক্তসকলৰ কষ্ট হ’ব পাৰে।
শুভ নম্বৰ :- ১২, ১৮ আৰু ২০
শুভ ৰং :- গুলপীয়া

বৃষঃ বৃষ ৰাশিৰ জাতক-জাতিকাৰ আজিৰ শৰীৰ আৰু মনৰ অসন্তুষ্টি কাৰক থাকিব। প্রেম প্রীতি আৰু সাংসাৰিক দিশত মধ্যমীয়া। শিক্ষার্থীৰ অধ্যয়নৰ প্ৰতি ধাউতি বৃদ্ধি পাব। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ উন্নতিমূলক। আর্থিক, বাণিজ আৰু কৰ্মত কিছু লাভজনক হ’ব।
শুভ নম্বৰ :- ১২ আৰু ১৬
শুভ ৰং :- সেউজীয়া

মিথুনঃ মিথুন ৰাশিৰ জাতক-জাতিকাৰ আজিৰ শৰীৰৰ সুস্থতাৰ যোগ। মানসিক, প্ৰেম আৰু পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষার্থীৰ মনৰ উদ্বিগ্নতা বাঢ়িব। ক্রীড়া, সাহিত্য, সংস্কৃতিত যুক্তসকলৰ কিছু উন্নতি কাৰক হ’ব। সমাজকর্মী আৰু ৰাজনীতিকৰ লাভৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভ কিছু বাঢ়িব।
শুভ নম্বৰ :- ৪ আৰু ৬
শুভ ৰং :- পাতল হালধীয়া

কৰ্কটঃ কৰ্কট ৰাশিৰ জাতক-জাতিকাৰ আজিৰ পুৱাৰ পৰা শৰীৰৰ পীড়া হ’ব পাৰে। সন্তানৰ পৰা সুখ লাভৰ যোগ। প্ৰেম আৰু পাৰিবাৰিকত মধ্যম। শিক্ষার্থীৰ মনৰ উৎসাহ বাঢ়িব। সাহিত্য, সংস্কৃতি, ক্রীড়াত জড়িতসকলৰ কিছু আর্থিক লাভ হ’ব পাৰে। ৰাজনীতি আৰু সমাজসেৱাত জড়িত লোকৰ অশান্তি হ’ব পাৰে। কৰ্ম, বাণিজ্য আৰু আৰ্থিকতা শুভ কাৰক।
শুভ নম্বৰ :- ৯, ১১ আৰু ১৭
শুভ ৰং :- গুলপীয়া

সিংহঃ সিংহ ৰাশিৰ জাতক-জাতিকাৰ আজিৰ পুৱাৰ পৰা শৰীৰৰ পীড়া হ’ব পাৰে। সন্তানৰ পৰা সুখ লাভৰ যোগ। প্ৰেম আৰু পাৰিবাৰিকত মধ্যম। শিক্ষার্থীৰ মনৰ উৎসাহ বাঢ়িব। সাহিত্য, সংস্কৃতি, ক্রীড়াত জড়িতসকলৰ কিছু আর্থিক লাভ হ’ব পাৰে। ৰাজনীতি আৰু সমাজসেৱাত জড়িত লোকৰ অশান্তি হ’ব পাৰে। কৰ্ম, বাণিজ্য আৰু আৰ্থিকতা শুভ কাৰক।
শুভ নম্বৰ :- ৫, ১২ আৰু ১৭
শুভ ৰং :- মাখন

কন্যাঃ কন্যা ৰাশিৰ জাতক-জাতিকাৰ আজি শৰীৰৰ সুস্থতাৰ যোগ। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শান্তি লাভ হ’ব। শিক্ষার্থীৰ মনত কিছু দুশ্চিন্তা হ’ব পাৰে। সাহিত্য, সংস্কৃতি, ক্রীড়াৰ লগত জড়িতসকলৰো উন্নতিৰ যোগ। কর্মক্ষেত্র, বাণিজ্য আৰু আৰ্থিকত কিছু লাভদায়ক হ’ব।
শুভ নম্বৰ :- ২, ১২ আৰু ১৮
শুভ ৰং :- সুমথিৰা

তুলাঃ তুলা ৰাশিৰ জাতক-জাতিকাৰ আজি শাৰীৰিক অসুস্থতাৰ কাৰক। মানসিক, প্রেম আৰু পাৰিবাৰিক সুখ-শান্তি বিঘ্নিত হ’ব পাৰে। শিক্ষার্থী উচ্চ বিদ্যাৰ ক্ষেত্ৰত হতাশাগ্রস্ত হ’ব পাৰে। শিল্পী, সাহিত্যিক, ক্রীড়াবিদ, সংবাদকর্মীৰ অশান্তি হ’ব পাৰে। আর্থিক, বাণিজ্য আৰু কৰ্মত সামান্য উন্নতি কাৰক।
শুভ নম্বৰ :- ৯, ২ আৰু ১১
শুভ ৰং :- ৰঙা

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ জাতক-জাতিকাৰ আজিৰ শাৰীৰিক দিশত শুভ কাৰক। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত সুখ-শান্তি লাভ। শিক্ষাৰ্থীৰ নতুন চিন্তাই অশান্তি দিব। শিল্পী, সাহিত্যিক, সমাজকর্মী আৰু সংবাদকর্মীয়ে কিছু সফলতা পাব। আর্থিক, কর্ম আৰু বাণিজ্যত কিছু উন্নতি হ’ব।
শুভ নম্বৰ :- ৯,৬ আৰু ৩
শুভ ৰং :- নীলা

ধনুঃ ধনু ৰাশিৰ জাতক-জাতিকাৰ আজিৰ শাৰীৰিক শুভ কাৰক। মানসিক অশান্তি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শিক্ষার্থীসকলৰ মনৰ উৎসাহ বাঢ়িব। ৰাজনৈতিকৰ সম্মান লাভৰ কাৰক। বুদ্ধিজীৱী, সমাজকৰ্মীৰ সফলতা লাভৰ যোগ। কৰ্ম, বাণিজ্য আৰু আর্থিকত উন্নতি হ’ব।
শুভ নম্বৰ :- ৭, ১৪ আৰু ২১
শুভ ৰং :-হালধীয়া

মকৰঃ মকৰ ৰাশিৰ জাতক-জাতিকাৰ আজি পুৱাৰে পৰা শৰীৰৰ অশান্তি কাৰক। আর্থিক লাভ হ’ব। প্রেম-প্রীতি আৰু পাৰিবাৰিক ক্ষেত্ৰত শুভ কাৰক। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত অস্থিৰতা বৃদ্ধি পাব। সাহিত্য, সংস্কৃতিত যুক্তসকলৰ সফলতা লাভৰ যোগ। কর্মক্ষেত্র আৰু বাণিজ্যত লাভ বাঢ়িব।
শুভ নম্বৰ :- ১, ১১ আৰু ১৬
শুভ ৰং :- ৰঙা

কুম্ভঃ কুম্ভ ৰাশিৰ জাতক-জাতিকাৰ আজিৰ পুৱাৰে পৰা শৰীৰৰ কিছু অশান্তি থাকিব। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিকত শুভ। শিক্ষার্থী আৰু শিল্পীৰ সফলতাৰ যোগ যদিও অশান্তিও থাকিব। সাহিত্য, সংস্কৃতি আৰু ক্ৰীড়াৰে যুক্ত লোকৰ সামান্য উন্নতি কাৰক হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতা লাভৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু উন্নতি হ’ব পাৰে।
শুভ নম্বৰ :- ১১, ২ আৰু ২২
শুভ ৰং :- মাখন

মীনঃ মীন ৰাশিৰ জাতক-জাতিকাৰ আজি পুৱাৰে পৰা শৰীৰৰ কিছু অশান্তিৰ লগতে মানসিক অশান্তিও হ’ব পাৰে। প্রেম-প্রীতি আৰু সাংসাৰিকত দুশ্চিন্তা কাৰক। শিক্ষার্থীৰ উৎকণ্ঠা বৃদ্ধিৰ যোগ। সাহিত্য, সংস্কৃতি, ক্ৰীড়াৰ স’তে জড়িত লোকৰ উন্নতি কাৰক। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত সামান উন্নতি হ’ব।
শুভ নম্বৰ :-৪ আৰু ১২
শুভ ৰং :- বগা

Previous Post

HDFC বেঙ্কে আৰু 100 XVC ৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ সম্পন্ন

Next Post

গুৱাহাটীৰ বহু স্থান বৰ্তমানো কৃত্ৰিম বানৰ কৱলত!

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 27, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 26, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 24, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 24, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 23, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 21, 2023
Next Post
বিড়ম্বনা! পানীৰ তলত মহানগৰী!

গুৱাহাটীৰ বহু স্থান বৰ্তমানো কৃত্ৰিম বানৰ কৱলত!

হাই সৌৰভ, এয়া নেপালৰ সুনীল!

হাই সৌৰভ, এয়া নেপালৰ সুনীল!

দৰমহাভোগী কৰ্মচাৰী আৰু অচিনাকী মানুহেই হ’ল মোৰ বাবে কাল

দৰমহাভোগী কৰ্মচাৰী আৰু অচিনাকী মানুহেই হ’ল মোৰ বাবে কাল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8