• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
March 22, 2022
in দৈনিক ৰাশিফল
1 min read
0
আজিৰ দিনটোৰ ৰাশিফল
Share on FacebookShare on Twitter

মেষ ৰাশি: দিনটো প্ৰায় সফল হʼব। জ্যেষ্ঠজনৰ পৰামৰ্শ লোৱা ভাল হʼব৷ ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰিব৷ কঠোৰ পৰিশ্ৰম কৰিলে সফলতা লাভ কৰিব।

বৃষ ৰাশি: খং ৰাগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। পৰচৰ্চাৰ পৰা নিজকে আঁতৰত ৰখা উচিত। বিয়লিলৈ প্ৰায় ভাল হʼব৷ কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে৷

মিথুন ৰাশি: বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত সুন্দৰ সময় কটাব পাৰিব৷ নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা চিন্তা কৰিব পাৰে৷ প্ৰতিদ্বন্দীৰ বিৰুদ্ধে জয়ী হ’ব। পৰিক্ষাৰ্থীসকলৰ বাবে সফলতাৰ সময়। শৰীৰ ভালে থাকিব।

কৰ্কট ৰাশি: খং-ৰাগে কৰ্মজীৱনত প্ৰভাৱ পেলাব পাৰে। পৰচৰ্চা কৰাৰপৰা আঁতৰি থকা উচিত৷ প্ৰতিভা ব্যৱহাৰ কৰিব পাৰিব৷

সিংহ ৰাশি: সমাজত জনপ্ৰিয়তা বৃদ্ধি হ’ব৷ কষ্টৰ ফল লাভ কৰিব। প্ৰিয়জনৰ লগত থকা বাদ-বিবাদ সোনকালে শেষ কৰিব পাৰিব। ব্যৱসায়ত লাভ।

কন্যা ৰাশি: নিজৰ সৌন্দৰ্যত মনোযোগ দিব৷ বজাৰ কৰিবলৈ যোৱাৰ সময়ত সীমিত পৰিমাণে টকা নিবলৈ সংকল্প কৰা উচিত। খৰচ বৃদ্ধি হʼব পাৰে৷ ব্যৱসায়ত সফল।

তুলা ৰাশি: দিনটো শুভ। মানসিক শান্তি আৰু স্থিৰতা ঘৰতে লাভ কৰিব। সুন্দৰ সাজ-পাৰে সকলোকে মোহিত কৰিব। ভাল খবৰ পাব পাৰে। প্ৰতিদ্বন্দীৰ লগত জয়ী হ’ব।

বৃশ্চিক ৰাশি: হাতত যি আছে তাতে সন্তুষ্ট থাকক। সম্পত্তিৰ বিষয়ৰ কাগজত চহী কৰোতে বিশেষ সাবধান হ’ব৷ বেয়া বুদ্ধি নল’ব ৷ সৰু-সুৰা অসুখত পৰিব পাৰে।

ধনু ৰাশি: স্বাস্থ্য ভালে থাকিব৷ পৰিয়ালৰ লগত আনন্দপূৰ্ণ মূহুৰ্ত উপভোগ কৰিব পাৰিব। বেছি কষ্ট নকৰাকৈয়ে ফল লাভ কৰিব। আক্ৰমনাত্মক ভাৱ আঁতৰ কৰক৷

মকৰ ৰাশি: গ্ৰহৰ দশা ভাল হ’ব। চিন্তামুক্ত হ’ব আৰু দিনৰ শেষত শান্তিৰে শুব পাৰিব। শৰীৰ ভালে থাকিব৷ জনপ্ৰিয়তা বৃদ্ধি পাব।

কুম্ভ ৰাশি: প্ৰেমত শুভ৷ বিবাহিত আৰু অবিবাহিতৰ বাবে ভাল দিন। মন ৰোমাঞ্চকৰ হৈ পৰিব।

মীন ৰাশি: সফলতা লাভ কৰিব ৷ দিনটো প্ৰায় শুভ ৷ অধিক ধন উপাৰ্জন কৰিব ৷ লক্ষ্যত উপনীত হʼব।

Previous Post

বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

Next Post

সদৌ অসম একত্ৰিত যুৱ ছাত্ৰ পৰিষদৰ ‘মানুহে মানুহৰ বাবে’ শীৰ্ষক অনুষ্ঠান

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 27, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 26, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 24, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 24, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 23, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 21, 2023
Next Post
সদৌ অসম একত্ৰিত যুৱ ছাত্ৰ পৰিষদৰ ‘মানুহে মানুহৰ বাবে’ শীৰ্ষক অনুষ্ঠান

সদৌ অসম একত্ৰিত যুৱ ছাত্ৰ পৰিষদৰ 'মানুহে মানুহৰ বাবে' শীৰ্ষক অনুষ্ঠান

সুৰজিৎ একাডেমীত ‘বিশ্ব মূকাভিনয় দিৱস’ পালন

সুৰজিৎ একাডেমীত 'বিশ্ব মূকাভিনয় দিৱস' পালন

অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ পদত মীৰা বৰঠাকুৰ

অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ পদত মীৰা বৰঠাকুৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8