- আলফা (স্বা)ত পুনৰ অসমৰ ১২ জন যুৱকৰ যোগদানৰ সন্দেহ।
- এক বিশেষ সূত্ৰৰ তথ্য অনুসৰি এই কথা জানিবলৈ পোৱা গৈছে।
- জোনাইৰ ৩ জন, শদিয়াৰ ২জন, বৰডুমচাৰ ২জন, গোলাঘাটৰ ৩ জন, নাহৰকটীয়াৰ ২জন যুৱকৰ আলফাত যোগদান।
- সৰ্বমুঠ ১২ জন যুৱকে আলফা স্বাধীনত যোগদানৰ তথ্য পোৱা গৈছে।
- শেহতীয়াকৈ আলফাত যোগদান কৰা যুৱক-য়ুৱতীৰ খবৰে সংকিত কৰিছে সচেতন মহলক।