• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পাণ্ডুত আবকাৰী অভিযানত চুলাই মদসহ ২মহিলাক আটক

নিউজ ডেস্ক by নিউজ ডেস্ক
March 28, 2022
in ক্ৰাইম, গুৱাহাটী
1 min read
0
পাণ্ডুত আবকাৰী অভিযানত চুলাই মদসহ ২মহিলাক আটক
Share on FacebookShare on Twitter

ৰাজ্যিক নিৰ্বাচনী আয়োগে গুৱাহাটী পৌৰ নিগমৰ দিন বাৰ ঘোষণা কৰাৰ পাছতে নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়াৰ দায়িত্বত থকা কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লব গোপাল ঝাঁই দেশী বিদেশী অবৈধ সুৰাই যাতে নিৰ্বাচনত ভোটাৰক প্ৰলোভিত কৰিব নোৱাৰে তাৰ বাবে আগতীয়াকৈ সতৰ্কতা মূলক ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে কামৰূপ মহানগৰ জিলাৰ আবকাৰী বিভাগক অবৈধ সুৰাৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলাবলৈ আৰু দৰকাৰ হলে আৰক্ষীৰ সহায় লবলৈ নিৰ্দেশ দিছে।

এই নিৰ্দেশৰ পাছতেই কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাসৰ নেতৃত্বত গুৱাহাটী সদৰ আবকাৰী চক্ৰ আৰু মহানগৰ জিলাৰ আন আন আবকাৰী চক্ৰসমূহে অবৈধ সুৰাৰ বিৰুদ্ধে বিশেষ যৌথ অভিযান আৰম্ভ কৰিছে। উল্লেখ্য যে জালুকবাৰী আৰু ফটাশিল আমবাৰী আবকাৰী চক্ৰ কাৰ্যালয়ে পাণ্ডুৰ নিউ কলনী আৰু ৰেলৱে বজাৰত এক অভিযান চলায়।

অভিযান কালত দুজনী মহিলাক ১৫ লিটাৰ চুলাই মদসহ আটক কৰা হয়। দুপৰীয়াৰ ভাগত আটকাধীন মহিলা দুয়োগৰাকীক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁলোকক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে বিগত চাৰিটা দিনত আবকাৰী বিভাগে গুৱাহাটী মহানগৰীত চলোৱা অভিযানত চুলাই মদ প্ৰস্তুত কৰা কেবাটাও ভাটি ধ্বংস কৰাৰ লগতে পাঁচজন লোকক আটক কৰিছিল।

Previous Post

এটা ন’ বলে কাঢ়িলে ভাৰতৰ বিশ্বকাপৰ সপোন

Next Post

AUDI সহ ২৮খন বাহন জব্দ পৰিবহণ বিভাগৰ

Related Posts

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
মহানগৰীৰ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড
ক্ৰাইম

কামৰূপৰ পলাশবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

January 25, 2023
কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!
অসম

কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!

January 25, 2023
নেহেৰু ষ্টেডিয়ামত প্ৰতিযোগী, শিক্ষাৰ্থী, অভিভাৱকৰ মাজত অমৃত ভোগ ভাণ্ডাৰাৰ খাদ্য বিতৰণ
সংবাদ

নেহেৰু ষ্টেডিয়ামত প্ৰতিযোগী, শিক্ষাৰ্থী, অভিভাৱকৰ মাজত অমৃত ভোগ ভাণ্ডাৰাৰ খাদ্য বিতৰণ

January 24, 2023
Next Post
AUDI সহ ২৮খন বাহন জব্দ পৰিবহণ বিভাগৰ

AUDI সহ ২৮খন বাহন জব্দ পৰিবহণ বিভাগৰ

নিউজ বুলেটিন

নিউজ বুলেটিন

নিবনুৱাৰ পৰা কোটি কোটি টকা সংগ্ৰহৰ লক্ষ্য অসম চৰকাৰৰ!

নিবনুৱাৰ পৰা কোটি কোটি টকা সংগ্ৰহৰ লক্ষ্য অসম চৰকাৰৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8