• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অট্টালিকা খহি পৰাত ৩ বছৰীয়া শিশুৰ মৃত্যু

ধ্বংসস্তূপত আৱদ্ধ ৩ শিশুসহ মুঠ ৪ জন

নিউজ ডেস্ক by নিউজ ডেস্ক
June 17, 2022
in ক্ৰাইম, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
অট্টালিকা খহি পৰাত ৩ বছৰীয়া শিশুৰ মৃত্যু
Share on FacebookShare on Twitter

দিল্লীৰ পাহাৰগঞ্জ অঞ্চলৰ খান্না মাৰ্কেট আৰু বিবেক হোটেলৰ ওচৰত বৃহস্পতিবাৰে নিশা এটা অট্টালিকা খহি পৰে। এই দুৰ্ঘটনাত এটি ৩ বছৰীয়া শিশুৰ মৃত্যু হয়। আনহাতে প্ৰথম মহলাৰ এজন বাসিন্দা আৰু তিনিটা শিশু এতিয়াও ধ্বংসাৱশেষত আৱদ্ধ হৈ আছে।

ধ্বংসাৱশেষৰ পৰা তিনিজন লোকক উদ্ধাৰকাৰীয়ে উদ্ধাৰ কৰিছে। এই সকলৰ ভিতৰত আছে এটা তিনি বছৰীয়া শিশু, দুগৰাকী ছোৱালী আৰু তেওঁলোকৰ দেউতাক। অগ্নি নিৰ্বাপক বিভাগৰ এজন বিষয়াই প্ৰকাশ কৰা অনুসৰি পুৱা ৮:৪০ বজাত এটা ঘৰ খহি পৰাৰ খবৰ পোৱা গৈছিল। যাৰ পিছত ঘটনাস্থলীলৈ ৭ খন অগ্নি নিৰ্বাপক গাড়ী প্ৰেৰণ কৰা হৈছিল। পাহাৰগঞ্জৰ অসামৰিক প্ৰতিৰক্ষাবিভাগৰ ৱাৰ্ডেনো ঘটনাস্থলীত উপস্থিত হৈছে।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

ভয়াৱহ ভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ভয়াৱহ ভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ!

ভয়াৱহ ভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ!

ৰোহিত চেট্টী আৰু অৰ্জুন কাপুৰে অসমলৈ আগবঢ়ালে বান সাহায্য

ৰোহিত চেট্টী আৰু অৰ্জুন কাপুৰে অসমলৈ আগবঢ়ালে বান সাহায্য

সেনাত বন্ধ হ’ব স্থায়ী নিযুক্তি! ৰে’ল জ্বলাই, বাহনৰ কাঁচ ভাঙি কৰিছে উত্তাল প্ৰতিবাদ

সেনাত বন্ধ হ’ব স্থায়ী নিযুক্তি! ৰে’ল জ্বলাই, বাহনৰ কাঁচ ভাঙি কৰিছে উত্তাল প্ৰতিবাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8