- অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ নতুন তথ্য উন্মোচন।
- তদন্ত আয়োগৰ অনুসন্ধানত পোহৰলৈ আহিল ভয়ংকৰ তথ্য।
- জ্বলাই দিয়া হৈছিল আয়োগৰ পৰীক্ষাৰ বহী।
- মুখ্য পৰীক্ষা নিয়ন্ত্রকে জ্বলাই দিছিল ৪৯ হাজাৰ পৰীক্ষাৰ বহী।
- অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পালৰ সংগী নন্দবাবু সিঙে জ্বলাই দিছিল এই বহীবোৰ।
- নন্দবাবু সিঙলৈ জাননী জাৰি কৰিছে তদন্ত আয়োগে।
- ১৫ দিনৰ ভিতৰত নন্দবাবু সিঙক ন্যায়িক তদন্ত আয়োগত হাজিৰ হোৱাৰ নিৰ্দেশ।
- নন্দবাবু সিং আছিল আয়োগৰ পূৰ্বৰ মুখ্য পৰীক্ষা নিয়ন্ত্রক।