• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

শিলচৰ নগৰৰ বিধ্বংসী বানপানীৰ বাবে দায়ী ৬ জন দুষ্কৃতিকাৰী!

মথাউৰি ক্ষতি কৰাৰ আঁৰত থকাসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা

নিউজ ডেস্ক by নিউজ ডেস্ক
July 2, 2022
in ক্ৰাইম, অসম, ৰাজনীতি, সংবাদ
1 min read
0
শিলচৰ নগৰৰ বিধ্বংসী বানপানীৰ বাবে দায়ী ৬ জন দুষ্কৃতিকাৰী!
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰা মতে শিলচৰ নগৰত বিধ্বংসী বানপানীৰ সৃষ্টি কৰা আৰু মথাউৰি ভংগ কৰাৰ আঁৰত ৬ জন লোকক দোষী হিচাপে চিনাক্ত কৰা হৈছে। যোৱা ২৪ মে’ত জলসম্পদ বিভাগে চহৰৰ মাজমজিয়াৰ পৰা প্ৰায় ৩ কিলোমিটাৰ দূৰৈত থকা বেথুকান্দিৰ মথাউৰি কাটি বৰষুণৰ ফলত জলাশয়ত জমা হোৱা পানী বৰাক নদীত নিষ্কাশন কৰিবলৈ দিয়াৰ বাবে অজ্ঞাত দুষ্কৃতিকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে এজাহাৰ ৰুজু কৰিছিল। এনে এক অসামাজিক তথা অবিবেচক কামৰ বাবেই সমগ্ৰ শিলচৰ নগৰত বিধ্বংসী বানপানীৰ সৃষ্টি হয়। শেহতীয়াকৈ এই ৬ জন লোকৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Visited Bethukandi dyke on river Barak in Cachar district & reviewed ongoing reconstruction activities being undertaken on breached locations. Instructed officials to ensure that quality raw material is being used. @jayanta_malla @drrajdeeproy pic.twitter.com/KpCJH07RO3

— Himanta Biswa Sarma (@himantabiswa) July 1, 2022

শিলচৰৰ মুখ্য কাৰ্যালয়ত সাংবাদিক সকলৰ আগত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা মতে ঘটনাৰ সন্দৰ্ভত গুৱাহাটীত CIDৰ দ্বাৰা এটা গোচৰ ৰুজু কৰা হৈছে। CIDৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানে গোচৰটোৰ তদন্তৰ নেতৃত্ব দিব আৰু এক বিশেষ টাস্ক ফ’ৰ্চে তদন্ত নিৰীক্ষণ কৰিব। শিলচৰত তৃতীয়বাৰ ভ্ৰমণৰ সময়ত বেথুকান্দিত মথাউৰি মেৰামতিৰ কাম পৰিদৰ্শন কৰাৰ পিছতে ৰাইজক আশ্বাস প্ৰদান কৰি মথাউৰিটোৰ ক্ষতি কৰাৰ আঁৰত থকাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে। যাৰ ফলস্বৰুপে ৬জন লোকক দোষী হিচাপে চিনাক্ত কৰা হৈছে।

Visited a flood relief camp at Adharchand Higher Secondary School, Silchar to enquire about well-being of the affected people sheltered there and instructed officials to do the needful for early resolution of their grievances. pic.twitter.com/srPTsw5vgp

— Himanta Biswa Sarma (@himantabiswa) July 1, 2022

আনহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে শিলচৰৰ বানত নিহত ১০ জন লোকৰ আত্মীয়ক ৪ লাখ টকাৰ চেক বিতৰণ কৰে। মৃত্যু হোৱা আন লোকসকলৰ আত্মীয়ক সকাহ দিয়াৰ প্ৰক্ৰিয়া অতি সোনকালে সম্পূৰ্ণ হ’ব বুলি জানিব দিয়ে। শৰ্মাই ক্ষতিপূৰণ ক্ষিপ্ৰতাৰে প্ৰদান কৰাটো নিশ্চিত কৰাৰ বাবে জিলা কৰ্তৃপক্ষক ১৫ জুলাইৰ ভিতৰত ক্ষতি আৰু লোকচানৰ প্ৰতিবেদন চৰকাৰক দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্যৰ জনস্বাস্থ্য, অভিযান্ত্ৰিক আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই ভয়াৱহ বানপানীৰ ফলত কমেও ১০০০-কোটি ক্ষতিসাধন হৈছে বুলি মন্তব্য আগবঢ়ায়।

Previous Post

KLO ত যোগদান কৰিব যোৱা ৬ যুৱকক আটক

Next Post

আঠটা বলৰ অভাৰ! ৪, ৫, ৭, ৪, ৪, ৪, ৬, ১! ইতিহাস গঢ়িলে যশপ্ৰীত বুমৰাহে

Related Posts

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত
ৰাজনীতি

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত

June 10, 2023
কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী
ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী

June 10, 2023
Doordarshan Dialogue on the theme of “Resurgent North East” begins in Guwahati
উত্তৰ পূৰ্বাঞ্চল

Doordarshan Dialogue on the theme of “Resurgent North East” begins in Guwahati

June 10, 2023
সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত
সংবাদ

সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত

June 10, 2023
নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা
News

নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা

June 10, 2023
গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ
ক্ৰাইম

গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ

June 10, 2023
Next Post
আঠটা বলৰ অভাৰ! ৪, ৫, ৭, ৪, ৪, ৪, ৬, ১! ইতিহাস গঢ়িলে যশপ্ৰীত বুমৰাহে

আঠটা বলৰ অভাৰ! ৪, ৫, ৭, ৪, ৪, ৪, ৬, ১! ইতিহাস গঢ়িলে যশপ্ৰীত বুমৰাহে

৬ জুলাইত বন বিভাগৰ কেজুৱেল শ্ৰমিকৰ জৰুৰী সভা

৬ জুলাইত বন বিভাগৰ কেজুৱেল শ্ৰমিকৰ জৰুৰী সভা

মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰীৰ তিনি শীর্ষ স্থানপ্রাপ্ত ছাত্ৰ-ছাত্ৰীক ৰাজ্যপালৰ সম্বৰ্ধনা

মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰীৰ তিনি শীর্ষ স্থানপ্রাপ্ত ছাত্ৰ-ছাত্ৰীক ৰাজ্যপালৰ সম্বৰ্ধনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8