• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

KLO ত যোগদান কৰিব যোৱা ৬ যুৱকক আটক

নিউজ ডেস্ক by নিউজ ডেস্ক
July 2, 2022
in ক্ৰাইম, অসম, ৰাষ্ট্ৰীয়
1 min read
0
KLO ত যোগদান কৰিব যোৱা ৬ যুৱকক আটক
Share on FacebookShare on Twitter
  • কমতাপুৰ লিবাৰেচন অৰ্গানাইজেচন (KLO) ত যোগদান কৰিবলৈ যোৱা ছয়জন যুৱকক আটক কৰিছে অসম আৰক্ষীয়ে।
  • নাগালেণ্ডৰ মন জিলাৰ পৰা যোৱা ৩০ জুনত নাগালেণ্ড আৰক্ষীৰ সহযোগত অসম আৰক্ষীয়ে আটক কৰে KLO’মুখী যুবকসকলক ৷
  • KLOত যোগদান কৰিবলৈ গৈ আৰক্ষীৰ হাতত আটক হোৱা যুৱককেইজন হ’ল ক্ৰমে পশ্চিম বংগৰ অপন বৰ্মন(২৫), তাপছ ৰায় (২৫), মনোজ ৰায়(২৬) আৰু কোকৰাঝাৰৰ উত্তৰ চৰাইখোলাৰ বিষ্ণু বৰ্মন(১৮), বিপ্লৱ ৰায়(২৪), বিশ্বজিত ৰায়(৩১)।
  • আটকাধীন যুৱক সকলক সম্প্ৰতি কোকৰাঝাৰ আৰক্ষীৰ জিম্মাত ৰাখি জেৰা কৰি থকা হৈছে ।
Previous Post

অভিনেতা কিশোৰ দাসৰ অকাল বিয়োগ

Next Post

শিলচৰ নগৰৰ বিধ্বংসী বানপানীৰ বাবে দায়ী ৬ জন দুষ্কৃতিকাৰী!

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি
প্ৰযুক্তি

গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান
সংবাদ

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান

June 8, 2023
Next Post
শিলচৰ নগৰৰ বিধ্বংসী বানপানীৰ বাবে দায়ী ৬ জন দুষ্কৃতিকাৰী!

শিলচৰ নগৰৰ বিধ্বংসী বানপানীৰ বাবে দায়ী ৬ জন দুষ্কৃতিকাৰী!

আঠটা বলৰ অভাৰ! ৪, ৫, ৭, ৪, ৪, ৪, ৬, ১! ইতিহাস গঢ়িলে যশপ্ৰীত বুমৰাহে

আঠটা বলৰ অভাৰ! ৪, ৫, ৭, ৪, ৪, ৪, ৬, ১! ইতিহাস গঢ়িলে যশপ্ৰীত বুমৰাহে

৬ জুলাইত বন বিভাগৰ কেজুৱেল শ্ৰমিকৰ জৰুৰী সভা

৬ জুলাইত বন বিভাগৰ কেজুৱেল শ্ৰমিকৰ জৰুৰী সভা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8