• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ধেমাজিত জব্দ ৮৮৬ বস্তা শালি ধান

নিউজ ডেস্ক by নিউজ ডেস্ক
December 15, 2022
in ক্ৰাইম, সংবাদ
1 min read
0
ধেমাজিত জব্দ ৮৮৬ বস্তা শালি ধান
Share on FacebookShare on Twitter

ধেমাজি জিলাত কিছু সুবিধাবাদী ব্যৱসায়ীৰ পৃষ্ঠপোষকতাত কিছু কৃষকৰ অজ্ঞতাৰ সুযোগ গ্ৰহন কৰি গাঁৱে-গাঁৱে কম দামত ধান ক্ৰয় কৰাৰ কু অভিসন্ধি কাৰ্য্য পোহৰলৈ আহিছে। এই ধৰণৰ কু অভিসন্ধি উৎখাত কৰাৰ উদ্দেশ্যে ধেমাজি জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যৰ নিৰ্দেশত ধেমাজিৰ খাদ্য, অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগৰ সহকাৰী সঞ্চালক বিৰিঞ্চি কুমাৰ দত্তই বুধবাৰে এক গোপন সূত্ৰৰ পম খেদি ধেমাজি নগৰৰ পৰা নাতিদূৰত অৱস্থিত মৰিঢল চাৰিআলিৰ সমীপত তালাচি অভিযান চলায়।

এই অভিযানত তিনিজন ব্যৱসায়ী ক্ৰমে সিধ্বু ৰাঠী, ৰামপিত সিং আৰু প্ৰফুল্ল গগৈৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা মুঠ ৮৮৬ বেগ শালি ধান (৩৩১ কুইণ্টল) জব্দ কৰে ৷ উল্লেখ্য যে ধেমাজি অসামৰিক যোগান বিভাগৰ সহকাৰী সঞ্চালকৰ আগত ব্যৱসায়ী কেইজনে কৃষক সকলৰ পৰা ধান প্ৰতি কুইন্টলত ১৭০০ টকাকৈ (২০৪০ টকাকৈ চৰকাৰে নিৰ্ধাৰণ কৰা) লোৱা বুলি স্বীকাৰ বুলি কৰিছে৷ ইতিমধ্যে যোগান বিভাগে জব্দ কৰা ধান সমূহ ব্যৱসায় কেইজনৰ ঘৰতে চীল কৰি ৰখা হৈছে বুলি বিভাগে জনাইছে৷

Previous Post

মহানগৰীত জব্দ নকল সোণৰ নাও

Next Post

BPFএ চৰকাৰ গঠন কৰাৰ সপোন দেখি আহিছে!

Related Posts

বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ক্ৰাইম

মহানগৰীত জলব’ৰ্ডৰ গাঁতত পৰি মৃত্যু এজন যুৱকৰ

September 23, 2023
মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
আৰক্ষীৰ অভিযানত চোৰাং তেল পৰিবাহী টেংকাৰ জব্দ!
ক্ৰাইম

মহানগৰীত পুনৰ ডকাইতি কাণ্ড!

September 23, 2023
অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন
ক্ৰাইম

অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন

September 23, 2023
ব্যৱসায়

বশিষ্ঠস্থিত বিমল কাৰ্ছত নতুন নেক্সন মুকলি

September 22, 2023
Next Post
BPFএ চৰকাৰ গঠন কৰাৰ সপোন দেখি আহিছে!

BPFএ চৰকাৰ গঠন কৰাৰ সপোন দেখি আহিছে!

গীতে-মাতে দেউছটালৰ দীপৰ বিল ই’কো কেম্পত ন-খোৱা উৎসৱ উদযাপন

গীতে-মাতে দেউছটালৰ দীপৰ বিল ই'কো কেম্পত ন-খোৱা উৎসৱ উদযাপন

২১ মাহৰ পাছত হ্ৰাস পালে মুদ্ৰাস্ফীতি!

২১ মাহৰ পাছত হ্ৰাস পালে মুদ্ৰাস্ফীতি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8