• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সোণাৰিত ড্ৰাগছসহ ২০ বছৰীয়া যুৱতী আটক!

নিউজ ডেস্ক by নিউজ ডেস্ক
November 22, 2022
in ক্ৰাইম
1 min read
0
হাজোত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ড্রাগছ
Share on FacebookShare on Twitter

কিছুদিনৰ পূৰ্বে এগৰাকী নগা যুৱতীক ড্ৰাগছসহ চৰাইদেউ আৰক্ষীয়ে আটক কৰাৰ পিছত আজি পুনৰ এগৰাকী ২০ বছৰীয়া যুৱতীক বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ সোণাৰি আৰক্ষীয়ে আটক কৰে৷

সোণাৰি নগৰৰ ৪নং ৱাৰ্ডৰ এটা ভাড়াঘৰৰ পৰা ৫টা বাকচ জব্দ কৰাৰ লগতে মৌচুমী বেগম নামৰ এগৰাকী মহিলাক আটক কৰে। গোলাঘাটৰ পৰা সোণাৰিত বাহৰ পাতি ড্ৰাগছৰ ব্যৱসায় কৰা ধৃত মৌচুমী বেগমৰ পৰা আৰক্ষীয়ে কনটেইনাৰসহ প্ৰায় ৭০ গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰিছে। বৰ্তমান সোণাৰি আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখি যুৱতীগৰাকীক সোধা-পোছা অব্যাহত ৰাখিছে৷ যুৱতীগৰাকীৰ পৰা দুটা ম’বাইল ফোনো আৰক্ষীয়ে জব্দ কৰে।

Previous Post

হেলমেটৰ বাবে গীনিজ বুকত নাম লিখিলে অৰুণাচলে!

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ
সংবাদ

যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ

June 8, 2023
টিহুত ট্ৰাক চালকক মাৰপিট কৰি নিলম্বিত হ’ল দুই আৰক্ষী!
ক্ৰাইম

টিহুত ট্ৰাক চালকক মাৰপিট কৰি নিলম্বিত হ’ল দুই আৰক্ষী!

June 7, 2023
সোণাপুৰত গেছ পৰিবাহী বাহন দুৰ্ঘটনাগ্রস্ত
ক্ৰাইম

সোণাপুৰত গেছ পৰিবাহী বাহন দুৰ্ঘটনাগ্রস্ত

June 7, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

মেঘালয়ত আবদ্ধ হৈ আছে অসমৰ বহু বাহন তথা যাত্ৰী!

মেঘালয়ত আবদ্ধ হৈ আছে অসমৰ বহু বাহন তথা যাত্ৰী!

অঘটন! ছৌদি আৰবৰ হাতত ২-১ গলৰ ব্যৱধানত পৰাজয় মেচি বাহিনীৰ

অঘটন! ছৌদি আৰবৰ হাতত ২-১ গলৰ ব্যৱধানত পৰাজয় মেচি বাহিনীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8