• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বনভোজলৈ গৈ হাতীৰ আক্ৰমণত কৰুণ মৃত্যু ৰহাৰ এজন যুৱকৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
December 26, 2022
in ক্ৰাইম, অসম, সংবাদ
1 min read
0
বনভোজলৈ গৈ হাতীৰ আক্ৰমণত কৰুণ মৃত্যু ৰহাৰ এজন যুৱকৰ
Share on FacebookShare on Twitter

বছৰৰ শেষৰ দেওবাৰটোত বনভোজ খাবলৈ গৈ ৰহাৰ আমচৈ শিৱকুণ্ডৰ বনভোজস্থলীত বন্যহস্তীৰ হাতত প্ৰাণ হেৰুৱালে ৰহাৰ নামগাঁৱৰ সৰবৰহী যুৱক নিপুল বৰদলৈয়ে। বনভোজস্থলীত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় যুৱকজন।

উল্লেখযোগ্য যে দেওবাৰে বিয়লি শিৱকুণ্ডৰ পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাকে আক্ৰমণ কৰিছিল বনভোজকাৰী দলটোক। বন্যহস্তীৰ আক্ৰমণৰ পৰা কথপমি প্ৰাণৰক্ষা পৰে আন বনভোজকাৰী দলসমূহ যদিও ৰহাৰ যুৱকজনে কৰুণ মৃত্যুক সাৱটিব লগা হয়। পৰবৰ্তী সময়ত আমচৈ আৰক্ষী আৰু বন বিভাগৰ লোকে বৰদলৈৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Previous Post

APSC কেলেংকাৰীঃ আৰক্ষীৰ তদন্তৰ সন্মুখীন হ’ব ৩৭ গৰাকী বিষয়া!

Next Post

ডালমিয়া চিমেণ্টৰ উত্তৰ-পূব ভাৰতত ‘DSP হৰ ঘৰ হেপ্পী অফাৰ’ ঘোষণা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ডালমিয়া চিমেণ্টৰ উত্তৰ-পূব ভাৰতত ‘DSP হৰ ঘৰ হেপ্পী অফাৰ’ ঘোষণা

ডালমিয়া চিমেণ্টৰ উত্তৰ-পূব ভাৰতত 'DSP হৰ ঘৰ হেপ্পী অফাৰ' ঘোষণা

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন অসুস্থ

ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন অসুস্থ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8