• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অভিনেতা কুনাল কামৰাৰ বিৰুদ্ধে আইন উলংঘাৰ অভিযোগ

নিউজ ডেস্ক by নিউজ ডেস্ক
May 7, 2022
in ক্ৰাইম, ৰাষ্ট্ৰীয়
1 min read
0
অভিনেতা কুনাল কামৰাৰ বিৰুদ্ধে আইন উলংঘাৰ অভিযোগ
Share on FacebookShare on Twitter

কৌতুক অভিনেতা কুনাল কামৰাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগে (NCPCR) কিশোৰ ন্যায় আইন উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈছে। ৰাষ্ট্ৰীয় শিশু সুৰক্ষাআয়োগে টুইটাৰযোগে দিল্লী আৰক্ষীক এই সন্দৰ্ভত কঠোৰ পদক্ষেপ ল’বলৈ অনুৰোধ জনাইছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ জাৰ্মানী ভ্ৰমণৰ সময়ত মোদীৰ সন্মুখত ‘হে জন্মভূমি ভাৰত’ গানটো পৰিৱেশন কৰিছিল এটি শিশুৱে। ইয়াৰ পাছতে কৌতুক অভিনেতা কুনাল কামৰাই ভিডিঅ’টো টুইটাৰত শ্বেয়াৰ কৰি ভিডিঅ’টোক তীব্ৰ সমালোচনা কৰাত ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগে (এনচিপিচিআৰ) কুনালৰ বিৰুদ্ধে কিশোৰ ন্যায় আইন উলংঘা কৰাৰ অভিযোগ দাখিল কৰিছে৷

টুইটাৰকো কুনাল কামৰাৰ উক্ত টুইটটো বিলুপ্ত কৰিবলৈ দাবী জনোৱাৰ লগতে দিল্লী আৰক্ষীকো কৌতুক অভিনেতাজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ অনুৰোধ জনাই কেন্দ্ৰীয় সংস্থাটোৱে দুই ঠাইলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে।

Previous Post

গুৱাহাটীত শক্তি পৰীক্ষাত অৱতীৰ্ণ দ্য গ্ৰেট খালি

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ
সংবাদ

যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ

June 8, 2023
টিহুত ট্ৰাক চালকক মাৰপিট কৰি নিলম্বিত হ’ল দুই আৰক্ষী!
ক্ৰাইম

টিহুত ট্ৰাক চালকক মাৰপিট কৰি নিলম্বিত হ’ল দুই আৰক্ষী!

June 7, 2023
সোণাপুৰত গেছ পৰিবাহী বাহন দুৰ্ঘটনাগ্রস্ত
ক্ৰাইম

সোণাপুৰত গেছ পৰিবাহী বাহন দুৰ্ঘটনাগ্রস্ত

June 7, 2023
ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ দুদিনৰ পিছত জীৱন্তে উদ্ধাৰ অসমৰ যুৱক
ক্ৰাইম

ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ দুদিনৰ পিছত জীৱন্তে উদ্ধাৰ অসমৰ যুৱক

June 5, 2023
SCERT কেলেংকাৰীঃ গ্ৰেপ্তাৰ RTI কৰ্মী ৰাজীৱ কাকতি আৰু বেনিন দলে
ক্ৰাইম

SCERT কেলেংকাৰীঃ গ্ৰেপ্তাৰ RTI কৰ্মী ৰাজীৱ কাকতি আৰু বেনিন দলে

June 3, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

“অসমৰ ডেকা লৰাৰ তেজৰ ফাকু বন্ধ হ’ব লাগে ” : মুখ্যমন্ত্রী

"অসমৰ ডেকা লৰাৰ তেজৰ ফাকু বন্ধ হ'ব লাগে " : মুখ্যমন্ত্রী

৯ আৰু ১০ মে’ত মহানগৰীত যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নিষেধাজ্ঞা

৯ আৰু ১০ মে’ত মহানগৰীত যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নিষেধাজ্ঞা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8