• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কাশ্মীৰত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিলে অভিনেত্ৰীক

নিউজ ডেস্ক by নিউজ ডেস্ক
May 26, 2022
in ক্ৰাইম, ৰাষ্ট্ৰীয়
1 min read
0
কাশ্মীৰত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিলে অভিনেত্ৰীক
Share on FacebookShare on Twitter

মধ্য কাশ্মীৰৰ বাডগাম জিলাৰ চাদুৰাত সন্ত্ৰাসবাদীয়ে বুধবাৰে সন্ধিয়া গুলীচালনা কৰি এগৰাকী অভিনেত্ৰীক হত্যা কৰে। তদুপৰি এই আক্ৰমণত অভিনেত্ৰীগৰাকীৰ ভতিজাক আহত হয়। সন্ধিয়া প্ৰায় ৭.৫৫ বজাত ঘৰৰ বাহিৰত গুলীয়াই হত্যা কৰা হয় আমৰীন ভাট নামৰ টেলিভিছনৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীক।

আমৰীনৰ কণমানি ১০ বছৰীয়া ভতিজাকৰ বাহুত গুলী লাগি আঘাতপ্ৰাপ্ত হয় যদিও তেওঁৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। এই আক্ৰমণৰ আঁৰত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তইবা জড়িত আছে বুলি জম্মু-কাশ্মীৰ আৰক্ষীয়ে সন্দেহ কৰিছে। আঘাতপ্ৰাপ্ত অমৰীনক ততাতৈয়াকৈ ওচৰৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও তেওঁ মৃত্যুমুখত পৰে।

নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনটোৰ তিনিটা সন্ত্ৰাসবাদী জড়িত আছিল এই জঘন্য কাণ্ডত। বৰ্তমান সমগ্ৰ এলেকাটো ঘেৰাও কৰি তালাচী আৰম্ভ কৰা হৈছে।

Previous Post

স্পাইচজেটৰ অনলাইন ছীষ্টেম হেক!

Next Post

শিক্ষক নিযুক্তি! প্ৰতিখন চাহ বাগিচা আদৰ্শ বিদ্যালয়ত ৮জনকৈ শিক্ষকক দিয়া হব নিযুক্তি

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
শিক্ষক নিযুক্তি! প্ৰতিখন চাহ বাগিচা আদৰ্শ বিদ্যালয়ত ৮জনকৈ শিক্ষকক দিয়া হব নিযুক্তি

শিক্ষক নিযুক্তি! প্ৰতিখন চাহ বাগিচা আদৰ্শ বিদ্যালয়ত ৮জনকৈ শিক্ষকক দিয়া হব নিযুক্তি

APCCৰ কাৰ্যনিৰ্বাহকৰ পৰা পদত্যাগ ৰকিবুল হুছেইনৰ

APCCৰ কাৰ্যনিৰ্বাহকৰ পৰা পদত্যাগ ৰকিবুল হুছেইনৰ

বেংকৰ পৰা টকা উলিওৱাৰ ক্ষেত্ৰত ধাৰ্য হ’ল নতুন নিয়ম

বেংকৰ পৰা টকা উলিওৱাৰ ক্ষেত্ৰত ধাৰ্য হ'ল নতুন নিয়ম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8