- আদালতৰ ভুৱা ৰায় আৰক্ষীক দি গ্রেপ্তাৰ অধিবক্তা।
- অধিবক্তাজনৰ নাম প্রতীক মজুমদাৰ।
- জামিনৰ ভুৱা ৰায় প্রাগজ্যোতিষপুৰ থানাত দাখিল কৰিছিল।
- অতিঃ জিলা ন্যায়াধীশৰ চহীও জাল কৰি ব্যৱহাৰ কৰিছিল ৰায়ত।
- অভিযুক্তৰ গোচৰৰ ভিত্তিত পাণবজাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে।
- আৰ্মছ এক্টৰ এটা গোচৰত ভুৱা জামিনৰ ৰায় আৰক্ষীক দিছিল।