• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বহু এলেকাৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে AFSPA, স্বাক্ষৰিত হৈছে শান্তি চুক্তিঃ অনুৰাগ ঠাকুৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
December 20, 2022
in ক্ৰাইম, ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
বহু এলেকাৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে AFSPA, স্বাক্ষৰিত হৈছে শান্তি চুক্তিঃ অনুৰাগ ঠাকুৰ
Share on FacebookShare on Twitter

কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে সোমবাৰে কয় যে ভাৰত চৰকাৰৰ নীতি ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা’ৰ ওপৰত কেন্দ্ৰীভূত হৈছে। স্ব ভূমিত সন্ত্ৰাসবাদৰ মোকাবিলা কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টা সন্দৰ্ভত সংবাদ মাধ্যমক এক বিতং বিবৃতি প্ৰদান কৰি ঠাকুৰে কয় যে যদিও চৰকাৰে ‘ইউএপিএ’ শক্তিশালী কৰাৰ বাবে আইনী দিশত আগবাঢ়িছে, তথাপিও প্ৰৱৰ্তন পৰ্যায়তো বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে; ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (সংশোধনী) আইন প্ৰৱৰ্তন কৰি, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাক প্ৰকৃততেই এক সংস্থাগত আন্তঃগাঁথনি প্ৰদান কৰা হৈছে। এই পদক্ষেপবোৰৰ সামূহিক প্ৰভাৱে সন্ত্ৰাসবাদৰ পৰিস্থিতি  তন্ত্ৰক দূৰ্বল কৰিছে।

ভাৰতে গোলকীয় পৰ্যায়ত সৰ্বোচ্চ উদ্বেগ প্ৰকাশ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদায় বিশ্বক সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যৱদ্ধ হ’বলৈ হেঁচা প্ৰয়োগ কৰি আহিছে। তেওঁ কয় যে ৯০ সংখ্যক ইণ্টাৰপোল সাধাৰণ সভাত ২,০০০ তকৈও অধিক বিদেশী প্ৰতিনিধি উপস্থিত আছিল, য’ত ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে গোলকীয় পদক্ষেপ’ৰ বিষয়ে ঘোষণাৰ কৰা হৈছিল।
“সন্ত্ৰাসবাদৰ বিৰুদ্ধে চৰকাৰৰ সংকল্প প্ৰতিক্ষণে চাৰ্জিকেল ষ্ট্ৰাইকৰ পৰা বালাকোট ষ্ট্ৰাইকলৈ, সৰ্বত্ৰ প্ৰদৰ্শিত হৈছে। আমাৰ সশস্ত্ৰ বাহিনীৰ পদক্ষেপৰ ফলত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী ঘটনা যথেষ্ট হ্ৰাস পাইছে।
মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলত শান্তিৰ পৰিৱেশ গঢ়ি তোলাৰ দিশত চৰকাৰৰ প্ৰচেষ্টাৰ বিষয়ে বিতংভাৱে কয় যে ২০১৪ চনৰ পৰা ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত শান্তিৰ যুগ আৰম্ভ হৈছে৷ বিদ্ৰোহাত্মক হিংসা ৮০ শতাংশ হ্ৰাস পাইছে আৰু সাধাৰণ নাগৰিকৰ মৃত্যু ৮৯ শতাংশ হ্ৰাস পাইছে।

তাৰোপৰি ২০১৪ চনৰ পৰা ছয় হাজাৰ উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰাৰ কথাও মন্ত্ৰীগৰাকীয়ে তেওঁৰ বক্তব্যত উল্লেখ কৰে। চৰকাৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে সশস্ত্ৰ পদক্ষেপৰ ঊৰ্ধলৈ যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু সমগ্ৰ অঞ্চলটোত স্থায়ী শান্তিৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে। এই শান্তি চুক্তিসমূহ চৰকাৰী সাফল্যৰ এক কৃতিত্ব হিচাপে বিবেচিত হৈছে। এই দিশটো উল্লেখ কৰি ঠাকুৰে চৰকাৰৰ দ্বাৰা স্বাক্ষৰিত শান্তি চুক্তিৰ তালিকাখনৰ বিষয়ে আলোকপাত কৰে

১. জানুৱাৰী ২০২০-ত বড়ো চুক্তি,
২. জানুৱাৰী ২০২০-ত ব্ৰু-ৰিয়াং চুক্তি,
৩. আগষ্ট ২০১৯-ত এনএলএফটি-ত্ৰিপুৰা চুক্তি,
৪. কাৰ্বি আংলং চুক্তি ছেপ্টেম্বৰ ২০২১,
৫. মাৰ্চ ২০২২-ত অসম-মেঘালয় আন্তঃৰাজ্যিক সীমা চুক্তি।

সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন সন্দৰ্ভত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে সমগ্ৰ ত্ৰিপুৰা আৰু মেঘালয়কে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ এক বৃহৎ অংশৰ পৰা আফস্পা প্ৰত্যাহাৰ কৰিছে। অৰুণাচল প্ৰদেশৰ মাত্ৰ ৩খন জিলাতে ই বলৱৎ হৈ আছে, অসমৰ ৬০ শতাংশ আফস্পা মুক্ত হৈছে, ৬ খন জিলাৰ অধীনৰ ১৫ খন আৰক্ষী থানাক অশান্ত অঞ্চলৰ শ্ৰেণীৰ পৰা বাহিৰলৈ লৈ যোৱা হৈছে, ৭ খন জিলাৰ ১৫ খন আৰক্ষী থানাৰ পৰা অশান্ত এলেকাৰ জাননী আঁতৰোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ উল্লেখ কৰে।
মন্ত্ৰীগৰাকীয়ে বিগত বছৰবোৰত চৰকাৰৰ দ্বাৰা পৰিচালিত উদ্ধাৰ অভিযানসমূহৰ বিষয়েও আলোচনা কৰে। সংকটৰ সন্মুখীন হোৱা ভাৰতীয় লোকসকলক উদ্ধাৰ কৰাটো চৰকাৰৰ বাবে এক অগ্ৰাধিকাৰযোগ্য চিন্তাৰ বিষয় বুলি উল্লেখ কৰি ঠাকুৰে সমগ্ৰ বিশ্বতে উদ্ধাৰ অভিযান চলাই থকাৰ ক্ষেত্ৰত ভাৰতে আগভাগ লৈছে বুলি উল্লেখ কৰে ৷
কেৱল ভাৰতীয়ই নহয়, ভাৰতে সংকটৰ সন্মুখীন হোৱা বিদেশী নাগৰিকসকললৈও সহায়ৰ হাত আগবঢ়াইছে। ২০১৬ চনত, অপাৰেচন সংকট মোচনৰ অধীনত, ২ জন নেপালী নাগৰিকসহ ১৫৫ জন লোকক দক্ষিণ চুদানৰ পৰা ঘূৰাই অনা হৈছিল। অপাৰেচন মৈত্ৰীৰ সময়ত নেপালৰ পৰা ৫০০০ ভাৰতীয়ক উদ্ধাৰ কৰা হৈছিল ৷ আনহাতে নেপালৰ পৰা ১৭০ জন বিদেশী নাগৰিককো উদ্ধাৰ কৰা হৈছিল। অপাৰেচন ৰাহতৰ অধীনত ১,৯৬২ জন বিদেশীসহ য়েমেনৰ পৰা ৬,৭১০ জন লোকক উদ্ধাৰ কৰা হৈছিল।
বিশ্বত ভাৰতৰ বাবে এই প্ৰচেষ্টাই সৃষ্টি কৰা স্থিতি সন্দৰ্ভত মন্তব্য প্ৰদান কৰি তেওঁ কয় যে ভাৰত এনে এখন দেশ হিচাপে পৰিচিত হৈছে যিয়ে আন দেশসমূহক তেওঁলোকৰ সংকটৰ সময়ত সকলো ধৰণৰ সহায় আগবঢ়ায় আৰু লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শক্তিশালী ভাৱে কাম কৰে ৷ তাৰ বিপৰীতে চুবুৰীয়া দেশ এখনে কেৱল সন্ত্ৰাসবাদক আশ্ৰয় দিয়ে আৰু হিংসামূলক কাৰ্যক উচতনি দিয়ে ৷

Previous Post

লামডিঙত বাৰ লাখ টকাৰ গাঞ্জা জব্দ!

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

অখিল গগৈক বিধানসভাৰ পৰা নিলম্বন!

অখিল গগৈক বিধানসভাৰ পৰা নিলম্বন!

আইন ভঙ্গকাৰীৰ বিৰুদ্ধে মহানগৰীৰ ৰাজপথত শীঘ্ৰেই “অভিযান কুৰুক্ষেত্ৰ”

আইন ভঙ্গকাৰীৰ বিৰুদ্ধে মহানগৰীৰ ৰাজপথত শীঘ্ৰেই “অভিযান কুৰুক্ষেত্ৰ”

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8