• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কাৰাগাৰলৈ প্ৰেৰণ ধূলা কাণ্ডৰ তিনিওগৰাকী চিকিৎসকক

নিউজ ডেস্ক by নিউজ ডেস্ক
November 10, 2022
in ক্ৰাইম, অসম, সংবাদ
1 min read
0
কাৰাগাৰলৈ প্ৰেৰণ ধূলা কাণ্ডৰ তিনিওগৰাকী চিকিৎসকক
Share on FacebookShare on Twitter

ধূলা কাণ্ডৰ তদন্ত অব্যাহত আছে। বিগত তিনি দিন ধৰি CID ৰ জেৰাটো অপৰাধ স্বীকাৰ কৰা নাই চিকিৎসক তিনিগৰাকীয়ে। ধূলা কাণ্ডত মৃত কিশোৰী গৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল ড: অজন্তা বৰদলৈৰ নেতৃত্বত। অপৰাধ স্বীকাৰ নকৰা তিনিওগৰাকী চিকিৎসককে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে, কেৱল চিকিৎসক তিনিগৰাকীয়েই নহয় ইতিমধ্যে আৰক্ষী অধীক্ষক ৰাজমোহন ৰায় আৰু দণ্ডাধীশ আশীৰ্বাদ হাজৰিকালৈ জাৰী কৰা হৈছিল চমন। কিন্তু ৰাজমোহন ৰায় আৰু আশীৰ্বাদ হাজৰিকা উপস্থিত নহ’ল CIDৰ কাৰ্যালয়ত। বুধবাৰে দিনৰ ১১ বজাত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল দুয়োগৰাকী বিষয়াক। তথ্য অনুসৰি দুয়োগৰাকী বিষয়াৰ ওপৰত প্ৰিভেনশ্বন অৱ কৰাপচন এক্টৰ আধাৰত তদন্ত চলাই থকা হৈছে।

উল্লেখ্য যে, চিকিৎসক তিনি গৰাকীয়ে প্ৰাথমিক মৰণোত্তৰ পৰীক্ষাৰ অন্তত কিশোৰ গৰাকীয়ে আত্মহত্যা কৰা বুলি ৰায় দিছিল দোষীয়ে যৌন আতিশয্য চলাই পৰৱৰ্তী সময়ত হত্যা কৰা বুলি প্ৰমাণ হোৱাৰ পিছতো চিকিৎসক তিনি গৰাকীয়ে এই কথা প্ৰতিবেদনত উল্লেখ কৰা নাছিল। হত্যাকাণ্ডৰ কথা স্পষ্ট হোৱাৰ পাছতো বৰ্তমানো নিজৰ স্থিতিত বাহাল আছে চিকিৎসক তিনিগৰাকী। যাৰ বাবে, তিনি দিনীয়া জেৰাৰ অন্তত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে তিনিও গৰাকী চিকিৎসকক

Previous Post

আজি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন!

Next Post

বিজেপিৰ দখলত দেউৰী স্বায়ত্ব শাসিত পৰিষদ

Related Posts

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
Next Post
বিজেপিৰ দখলত দেউৰী স্বায়ত্ব শাসিত পৰিষদ

বিজেপিৰ দখলত দেউৰী স্বায়ত্ব শাসিত পৰিষদ

টি-২০ বিশ্বকাপঃ ইংলেণ্ডৰ হাতত ধৰাশায়ী ভাৰত, ১০ উইকেটত পৰাজয়!

টি-২০ বিশ্বকাপঃ ইংলেণ্ডৰ হাতত ধৰাশায়ী ভাৰত, ১০ উইকেটত পৰাজয়!

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8