• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

APSC কেলেংকাৰীঃ আৰক্ষীৰ তদন্তৰ সন্মুখীন হ’ব ৩৭ গৰাকী বিষয়া!

নিউজ ডেস্ক by নিউজ ডেস্ক
December 26, 2022
in ক্ৰাইম, অসম, ৰাজনীতি
1 min read
0
APSCৰ পৰীক্ষাত বাধ্যতামূলক নহয় ভাষাৰ কাকত!
Share on FacebookShare on Twitter

APSC কেলেংকাৰীক লৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত APSC কেলেংকাৰীক লৈ ৰাজ্য চৰকাৰে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ২০১৩ বৰ্ষত ৰাকেশ পাল নেতৃত্বাধীন APSCয়ে ৰাজ্য চৰকাৰৰ বাবে ৰাজপত্ৰিত বিষয়া বাছনিত সংঘটিত কৰা দুৰ্নীতি, কেলেংকাৰীৰ যিবোৰ তথ্য বিপ্লৱ শৰ্মা আয়োগে প্ৰতিবেদনত প্ৰকাশ কৰিছে, সেই তথ্যৰ আধাৰত মুখ্যমন্ত্ৰীয়ে আৰক্ষীক তদন্ত কৰাৰ নিৰ্দেশ দিছে।

এই নিৰ্দেশৰ সৈতেই ২০১৩ বৰ্ষত ৰাকেশ পালে অনুষ্ঠিত কৰা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত জালিয়াতিৰে ৰাজপত্ৰিত বিষয়া হিচাপে বাছনিভুক্ত হৈ বৰ্তমানো ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ প্ৰশাসনিক পদত কৰ্মৰত অৱস্থাত আছে, সেই ৩৭ গৰাকী বিষয়া আৰক্ষীৰ তদন্তৰ আওতালৈ অহাটো নিশ্চিত হৈ পৰিছে। ৰাজ্য চৰকাৰে আৰক্ষীক APSC কেলেংকাৰী সন্দৰ্ভত সৰ্বমুঠ ৮ টা গোচৰৰ ফাইল খুলিবলৈ নিৰ্দেশ দিছে। ইয়াৰে দুটা গোচৰ ৰুজু কৰা হেছিল ডিব্ৰুগড় থানা আৰু ভঙাগড় আৰক্ষী থানাত।

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ এই নিৰ্দেশত চামিল হৈ আছে এই ৩৭ গৰাকী বিষয়াৰ ভৱিষ্যত। কিয়নো বিপ্লৱ শৰ্মাৰ আয়োগে চৰকাৰক যি ৭০০ পৃষ্ঠাৰ প্ৰতিবেদন দাখিল কৰিছে তাতে উল্লেখ আছে এই ৩৭ গৰাকী বিষয়াই জালিয়াতি কৰাৰ সম্পূৰ্ণ তথ্য-প্ৰমাণ।

Previous Post

মহানগৰীৰ গণেশপাৰাত বাঘৰ আক্ৰমণত আহত এজন

Next Post

বনভোজলৈ গৈ হাতীৰ আক্ৰমণত কৰুণ মৃত্যু ৰহাৰ এজন যুৱকৰ

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
Next Post
বনভোজলৈ গৈ হাতীৰ আক্ৰমণত কৰুণ মৃত্যু ৰহাৰ এজন যুৱকৰ

বনভোজলৈ গৈ হাতীৰ আক্ৰমণত কৰুণ মৃত্যু ৰহাৰ এজন যুৱকৰ

ডালমিয়া চিমেণ্টৰ উত্তৰ-পূব ভাৰতত ‘DSP হৰ ঘৰ হেপ্পী অফাৰ’ ঘোষণা

ডালমিয়া চিমেণ্টৰ উত্তৰ-পূব ভাৰতত 'DSP হৰ ঘৰ হেপ্পী অফাৰ' ঘোষণা

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8