- কোকৰাঝাৰ জিলাৰ নাৰাবাৰীত সংঘটিত হোৱা গুলীচালনাৰ পুনৰ প্ৰতিক্ৰিয়া KLOৰ।
- আজি প্ৰেছ বিবৃতিযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিষিদ্ধ ঘোষিত সংগঠনটোৱে।
- অসম আৰক্ষী ব্যৰ্থ হৈছে মূল অভিযুক্তক কৰায়ত্ব কৰাত।
- নিৰীহক গ্ৰেপ্তাৰ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছে অসম আৰক্ষীয়ে।
- অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মডেল নৱনীতা বৰ্মনসহ সকলোকে মুক্তিৰ দাবী KLO ৰ।
- ৪৮ ঘণ্টাৰ ভিতৰত মুক্তি নিদিলে অনিৰ্দিষ্টকালিন অসম বন্ধ ঘোষণা কৰিব KLO’ই।
- অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’লে দায়ী হ’ব অসম আৰক্ষী।