• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

এনকাউন্টাৰত মৃত্যু বৰাকৰ কয়লা মাফিয়া আহাদ চৌধুৰীৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
May 2, 2022
in ক্ৰাইম, অসম
1 min read
0
এনকাউন্টাৰত মৃত্যু বৰাকৰ কয়লা মাফিয়া আহাদ চৌধুৰীৰ
Share on FacebookShare on Twitter

ৰাজ্যত অব্যাহত আছে কয়লাৰ চোৰাং ব্যৱসায়। প্ৰায় ১ হাজাৰ কোটি টকীয়া কয়লাৰ এই চোৰাং ব্যৱসায়ৰ অন্যতম খলনায়ক আব্দুল আহাদ চৌধুৰীৰ ৰবিবাৰে নিশা আৰক্ষীৰ গুলীত মৃত্যু হোৱাৰ পিছত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য। অসমৰ উপৰিও মেঘালয়ৰ বহু বৰমূৰীয়া বিষয়াৰ সৈতে সুসম্পৰ্ক থকা আব্দুল আহাদে GSTকে ধৰি কৰ ফাকি দি তেওঁলোকৰ পৃষ্ঠপোষকতাতে ২০১৮ চনৰ পৰা কয়লাৰ চোৰাং ব্যৱসায় চলাই গৈছিল।

২০১৮ ত আব্দুল আহাদক কয়লাৰ চোৰাং ব্যৱসায়ৰে জড়িত থকাৰ বাবে মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।সেই তেতিয়াই আহাদৰ পৰা উদ্ধাৰ কৰা এখন ডায়েৰীয়ে বিশেষ চৰ্চা লাভ কৰিছিল। সেই ডায়েৰীখনত আৰক্ষী বিষয়া, ৰাজনৈতিক নেতা আৰু সংবাদ মাধ্যমৰ বিভিন্নলোকক মাহেকীয়া কিস্তিত কিমান ধন আদায় দিয়ে সেই কথা আহাদে লিখি থৈছিল।

কেইদিনমানৰ পূৰ্বে হাইলাকান্দি জিলাৰ অন্তৰ্গত লালাথানাৰ আৰক্ষীয়ে অবৈধ কয়লা ভৰ্তি এখন ট্ৰাক জব্দ কৰে। সেই ট্ৰাকৰ সৈতে মনোজ ৰয় আৰু নিৰূপম ৰয় নামৰ দুজন ব্যক্তিক আটক কৰিছিল। তেওঁলোকে দিয়া স্বীকাৰুক্তিত উক্ত ট্ৰাকখন আব্দুল আহাদৰ বুলি জনোৱাত আৰক্ষীয়ে লালাথানাত ১১০/২০২২ নম্বৰৰ এটা গোচৰ ৰুজু কৰে।

সেই গোচৰৰ ভিত্তিত কৰিমগঞ্জ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ছোতাৰকান্দিৰ আহিদৰ বাসভৱনত অভিযান চলাই তেওঁক গ্ৰেপ্তাৰ কৰে। শুকুৰবাৰৰ পুৱতি নিশা গ্ৰেপ্তাৰ কৰা আহাদক আৰক্ষীয়ে জেৰাৰ অন্তত স্বাস্থ্য পৰীক্ষাৰ বাবে ভগৎ লালা চিকিৎসালয়লৈ নিওঁতে আৰক্ষীৰ জিম্মাৰ পৰা যায়। এইসন্দৰ্ভত আৰক্ষীয়ে হাই এলাৰ্ট জাৰি কৰিছিল ৰাজ্যজুৰি।

দেওবাৰে নিশা এখন বাইকেৰে আহাদ চৌধুৰী পলাই গৈছিল। লক্ষীনগৰ তালাচী চকীৰ সমিপত আৰক্ষীয়ে তেওঁক কৰায়ত্ত কৰিবলৈ চেষ্টা কৰে যদিও আৰক্ষীলৈ গুলী কৰি কয়লা মাফিয়া আহাদে পলায়নৰ চেষ্টা কৰে। তেতিয়াই আহাদ চৌধুৰীৰ সৈতে আৰক্ষীৰ গুলীয়া-গুলী হোৱাত আৰক্ষীৰ গুলীত আহত কয়লা মাফিয়াগৰাকী। গুৰুতৰ ভাৱে আহত কয়লা মাফিয়া আহাদক হাইলাকান্দি অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

Previous Post

হিমন্ত বিশ্ব শৰ্মাৰ লগত ক্ৰমাৎ ঘনিষ্ঠ হৈ পৰিছে অখিল গগৈ!

Next Post

আৰক্ষীৰ গুলীত মৃত্যু হোৱা সূৰয গগৈৰ পত্নীলৈ মুখ্যমন্ত্ৰীৰ ৫ লাখ টকাৰ চেক

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
Next Post
আৰক্ষীৰ গুলীত মৃত্যু হোৱা সূৰয গগৈৰ পত্নীলৈ মুখ্যমন্ত্ৰীৰ ৫ লাখ টকাৰ চেক

আৰক্ষীৰ গুলীত মৃত্যু হোৱা সূৰয গগৈৰ পত্নীলৈ মুখ্যমন্ত্ৰীৰ ৫ লাখ টকাৰ চেক

ৰাইজ এৰি সাধাৰণ মানুহ হ’ল বহু নেতা-কৰ্মী!

ৰাইজ এৰি সাধাৰণ মানুহ হ'ল বহু নেতা-কৰ্মী!

শিৱসাগৰলৈ মুখ্যমন্ত্ৰীৰ বহুকেইটা উপহাৰ ঘোষণা

শিৱসাগৰলৈ মুখ্যমন্ত্ৰীৰ বহুকেইটা উপহাৰ ঘোষণা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8