• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিজু গগৈয়ে আত্মহত্যাহে কৰিছে, আলফাই মৃত্যুদণ্ড দিয়া নাই!

নিউজ ডেস্ক by নিউজ ডেস্ক
May 12, 2022
in ক্ৰাইম, অসম, ৰাজনীতি
1 min read
0
বিজু গগৈয়ে আত্মহত্যাহে কৰিছে, আলফাই মৃত্যুদণ্ড দিয়া নাই!
Share on FacebookShare on Twitter

‘কা’ আন্দোলনৰ সময়তে আলফাত যোগদান কৰা তিনিচুকীয়াৰ বৰডুমচাৰ আছু নেতা বিজু গগৈক আলফাই মৃত্যুদণ্ড বিহা নাই, বিজু গগৈ ওৰফে লেন্স কৰ্পৰেল ভাগ্য অসমে ২১ ফেব্ৰুৱাৰীৰ নিশা ১২-১৫ বজাত নিজৰ শুৱা কোঠাত বন্দুকেৰে মূৰত গুলীয়াই আত্মহত্যা কৰিছিল। আলফা (স্বাধীন) এ প্ৰেৰণ কৰা এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমে। এই সন্দৰ্ভত বিজু গগৈয়ে আত্মহত্যাৰ পূৰ্বে লিখি থৈ যোৱা এক টোকাও প্ৰেৰণ কৰিছে। বিবৃতিত প্ৰকাশ কৰা হৈছে যে, বিজু গগৈয়ে হীনমন্যতাত ভূগি আত্মহত্যা কৰিছে। তেওঁ সকলোৰে মৰমৰ, অমায়িক, মেধা সম্পন্ন আৰু সংগঠনৰ প্ৰতি আনুগত্যশীল সহযোদ্ধা আছিল। বিজু গগৈৰ মৃত্যুত আলফা দুঃখিত আৰু মৰ্মাহত হোৱাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে।

তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সন্তোষ লামাই প্ৰকাশ কৰা অনুসৰি আলফাই বিজু গগৈ ওৰফে ৰুমেল অসমক মৃত্যুদণ্ড দিছে। ইয়াৰ উপৰিও সংগঠনটোৱে এক ডজনৰো অধিক যুৱকক মৃত্যুদণ্ড দিছে। এই সন্দৰ্ভত তেওঁ কেইবাজনৰো নাম প্ৰকাশ কৰিছিল। এই খবৰে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে কেইদিনমান পূৰ্বে দুজনকৈ যুৱকক চোৱাংচোৱাগিৰি কৰাৰ অপৰাধত মৃত্যুদণ্ড দিয়াকলৈ আলফাক ৰাজ্যজুৰি সমালোচনা কৰাৰ সময়তে, বিজু গগৈৰ ঘটনাই যেন পুনৰ আলফাৰ প্ৰতি মানুহৰ ধাৰণা সলনি কৰিলে। ইয়াৰ সমান্তৰালকৈ বিভিন্ন সামাজিক মাধ্যমত আলফাক সাধাৰণ ৰাইজে চোকা সমালোচনা কৰিছে।

Previous Post

গুৱাহাটীত এবাকাছৰ উদ্য়োগত আন্তৰ্জাতিক বাৰ্গাৰ আৰু ক্ৰাফ্ট বিয়েৰ ফেষ্ট

Next Post

কাইলৈৰ পৰা গুৱাহাটীত নাপাব পেট্ৰ’ল, ডিজেল!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
কাইলৈৰ পৰা গুৱাহাটীত নাপাব পেট্ৰ’ল, ডিজেল!

কাইলৈৰ পৰা গুৱাহাটীত নাপাব পেট্ৰ’ল, ডিজেল!

অগ্নিগৰ্ভা শ্ৰীলংকাত আৰম্ভ হৈছে নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি!

অগ্নিগৰ্ভা শ্ৰীলংকাত আৰম্ভ হৈছে নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি!

গুৱাহাটীকে ধৰি দেশৰ ৪০ স্থানত CBIৰ অভিযান

গুৱাহাটীকে ধৰি দেশৰ ৪০ স্থানত CBIৰ অভিযান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8