- APSC কেলেংকাৰীৰ তদন্ত আয়োগৰ দায়িত্ব গ্রহণ বিপ্লৱ শৰ্মাৰ।
- ২০১৪ৰ APSC নিযুক্তি কেলেংকাৰীৰ তদন্ত কৰিব বিপ্লৱ শৰ্মা আয়োগে।
- ৬ মাহৰ ভিতৰত তদন্তৰ প্রতিবেদন দাখিল কৰিব আয়োগে।
- প্রাক্তন ন্যায়াধীশ শৰ্মাই ২০১৩ বৰ্ষৰো APSC নিযুক্তি বিসংগতিৰ তদন্ত কৰিছিল।
- উক্ত প্রতিবেদনত ৩৪জন বিষয়াৰ বিৰুদ্ধে আছে বিস্ফোৰক তথ্য।