• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নৃশংসঃ ৮ বছৰীয়া শিশুক দলবদ্ধ বলাৎকাৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
March 21, 2022
in ক্ৰাইম, ৰাষ্ট্ৰীয়
1 min read
0
নৃশংসঃ ৮ বছৰীয়া শিশুক দলবদ্ধ বলাৎকাৰ
Share on FacebookShare on Twitter

দেশত প্ৰতিদিনেই বৃদ্ধি পাইছে বলাৎকাৰৰ ঘটনা। ইয়াৰ মাজতে এগৰাকী ৮ বছৰীয়া শিশু কামনাৰ বলি হোৱা ঘটনা পোহৰলৈ আহিছে। এই ঘটনা বিহাৰৰ বাংকা জিলাত সংঘটিত হৈছে। শিশুটিৰ পৰিয়ালৰ ভাষ্য অনুসৰি হোলীৰ দিনা দিনৰ প্ৰায় ২ মান বজাত শিশুটি বন্ধু-বান্ধৱীৰ লগত হোলী খেলি আছিল। কিন্তু তাৰ পাছতেই শিশুটি নিৰুদ্দেশ হয়। বহু সময় ধৰি শিশুটিৰ কোনো তথ্য লাভ নকৰাত আৰক্ষীক খবৰ দিয়া হয় আৰু তাৰপাছতেই নিশা এটা নলাৰ ওচৰৰ পৰা উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ। শিশুটিক দলবদ্ধ বলাৎকাৰ কৰি নৃশংসভাৱে হত্যা কৰা হৈছিল।

আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰি গ’ম পাই যে শিশুটিত এটা অটো ৰিক্সা চালক সাগৰ ছোনীয়ে অপহৰণ কৰিছিল। বৰ্তমান পলাতক আছে সাগৰ। আৰক্ষীয়ে জনোৱা অনুসৰি শিশুটিৰ দেহত কোনো কাপোৰ নাছিল আৰু শৰীৰৰ বিভিন্ন অংগৰ পৰা তেজ ওলাই আছিল। শিশুটিৰ এটা চকুও নষ্ট কৰি দিয়া হৈছিল। ঘটনা সন্দৰ্ভত ৰিক্সা চালক ডোমন পাছৱানস অজয় বৰ্ণৱাল, শ্ৰীধৰ বৰ্ণৱালক আটক কৰি সোধা পোচা অব্যাহত ৰাখিছে।লগতে অভিযুক্ত সাগৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।

Previous Post

অসমৰে এখন চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে দুদিন দিন–ৰাতি একাকাৰ কৰি অভিভাৱকে কৰিলে অপক্ষা!

Next Post

কংগ্ৰেছৰ মিটিঙত কি কি হয়, মই সকলো খবৰ পাওঁঃ হিমন্ত বিশ্ব শৰ্মা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
কংগ্ৰেছৰ মিটিঙত কি কি হয়, মই সকলো খবৰ পাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কংগ্ৰেছৰ মিটিঙত কি কি হয়, মই সকলো খবৰ পাওঁঃ হিমন্ত বিশ্ব শৰ্মা

দ্য কাশ্মীৰ ফাইলছঃ সত্য নম্ৰতাৰে প্ৰকাশ কৰা উচিত

দ্য কাশ্মীৰ ফাইলছঃ সত্য নম্ৰতাৰে প্ৰকাশ কৰা উচিত

নকল সামগ্ৰী বিক্ৰীৰ অভিযোগত আটক ছয়জন

নকল সামগ্ৰী বিক্ৰীৰ অভিযোগত আটক ছয়জন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8